• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অনুচ্ছেদ ৩৭০, ৩৭১ সম্পৰ্কত বিজেপিয়ে জনসাধাৰণক বিপথে পৰিচালিত কৰিছে : জয়ৰাম ৰমেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 6, 2019 10:13 pm
বুধবাৰে গুৱাহাটীত জয়ৰাম ৰমেশ আৰু আন কংগ্ৰেছ নেতাসকল। ফটো নৰ্থ-ইষ্ট নাও

বুধবাৰে গুৱাহাটীত জয়ৰাম ৰমেশ আৰু আন কংগ্ৰেছ নেতাসকল। ফটো নৰ্থ-ইষ্ট নাও

693
VIEWS
Share on FacebookShare on Twitter

অনুচ্ছেদ ৩৭০ আৰু ৩৭১ সম্পৰ্কে জনসাধাৰণক বিপথে পৰিচালিত কৰিছে বিজেপি চৰকাৰে, এই মন্তব্য জ্যেষ্ঠ কংগ্ৰেছী নেতা জয়ৰাম ৰমেশৰ।

আজি গুৱাহাটীত কংগ্ৰেছৰ এখন সভাত ভাগ লৈ ৰমেশে কয়, ‘ইতিহাসৰ বিকৃতকৰণত বিজেপিক কোনেও পিছ পেলাব নোৱাৰে। প্ৰধান মন্ত্ৰী গৰাকীয়ে কয় যে অনুচ্ছেদ ৩৭০ৰ প্ৰত্যাহাৰ চৰ্দাৰ পেটেললৈ এটা উপহাৰ হয়। কিন্তু চৰ্দাৰ পেটেল অনুচ্ছেদ ৩৭০ৰ আৰ্হি প্ৰস্তোত কৰোঁতা আছিল।‘

‘বিজেপিয়ে উত্তৰ-পূবত অনুচ্ছেদ ৩৭১ সম্পৰ্কেও জনসাধাৰণক বিপথে পৰিচালিত কৰিছে। অনুচ্ছেদ ৩৭১ নাগালেণ্ড আৰু ছিকিম দৰে ৰাজ্যক সুৰক্ষা দিয়া কথাষাৰ এক মিথ্যাচাৰ‘ তেওঁ কয়।

ৰমেশে লগতে কয়, ‘যদি অনুচ্ছেদ ৩৭০ অস্থায়ী হয়, অনুচ্ছেদ ৩৭১-ও অস্থায়ী। অনুচ্ছেদ ৩৭১-এ উত্তৰ-পূবৰ জনসাধাৰণক সুৰক্ষা দিব বুলি কোৱাটো ভুল। বিজেপিয়ে জনসাধাৰণক ভুল ধাৰণা দিছে।‘

জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে বিজেপিয়ে লোৱা অৰ্থনৈতিক নীতিৰ বাবেও দলটোক ক্ষুৰধাৰ সমালোচনা কৰে।

কংগ্ৰেছ দলে বেংকসমূহৰ, নুমলীগড় শোধনাগাৰ আৰু ভাৰত পেট্ৰ’লিয়ামৰ ব্যক্তিগতকৰণৰ বিৰোধিতা কৰে বুলি উল্লেখ কৰি তেওঁ কয়, ‘কংগ্ৰেছ চৰকাৰে যোৱা ৭০ বছৰত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান নিৰ্মাণ কৰিছিল।‘

কংগ্ৰেছে বিজেপি চৰকাৰৰ ভুল অৰ্থনৈতিক নীতিৰ বিৰোধিতা কৰি যাব বুলি উল্লেখ কৰি তেওঁ আৰু কয়, ‘প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যিমানেই দাবী নকৰক, বাস্তৱত কোনো বিনিয়োগ নাই, চাকৰি নাই তথা অৰ্থনীতি স্তব্ধ হৈ গৈছে।‘

Recent News

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

ইনফ’ছিছৰ নতুন নীতি: নাৰায়ণ মূৰ্তিৰ ৭০ ঘণ্টাৰ বিপৰীতে সৰ্বাধিক কৰ্মৰ সময়ৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ

ইনফ’ছিছৰ নতুন নীতি: নাৰায়ণ মূৰ্তিৰ ৭০ ঘণ্টাৰ বিপৰীতে সৰ্বাধিক কৰ্মৰ সময়ৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ

বুধবাৰে ভাৰত বন্ধ! কৰ্মবিৰতিত কেইবাটাও খণ্ডৰ ২৫ কোটি কৰ্মচাৰী; স্তব্ধ হৈ পৰিব পাৰে পৰিসেৱা

বুধবাৰে ভাৰত বন্ধ! কৰ্মবিৰতিত কেইবাটাও খণ্ডৰ ২৫ কোটি কৰ্মচাৰী; স্তব্ধ হৈ পৰিব পাৰে পৰিসেৱা

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd