• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পৰস্ত্ৰীৰে সম্পৰ্কক অপৰাধ নহয় বুলি কোৱা উচ্চতম ন্যায়ালয়ক ভৰ্ৎসনা বিজেপিৰ বিধায়ক মৃণাল শইকীয়াৰ

সীমা চেৰাই গৈছে উচ্চতম ন্যায়ালয়ে : মৃণাল শইকীয়া

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 28, 2018 5:55 pm

2 min read

Adukltery_MrinalSaikia
944
VIEWS
Share on FacebookShare on Twitter

পৰকীয়া প্ৰেম বা বিবাহিত লোকৰ ক্ষেত্ৰত বিবাহ বহিৰ্ভূত সম্পৰ্ক ‘অপৰাধ নহয়’ বুলি ২৭ ছেপ্তেম্বৰত উচ্চতম ন্যায়ালয়ে দিয়া গুৰুত্বপূৰ্ণ ৰায় মানি নলয় বিজেপিৰ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই। কেৱল সেয়াই নহয়, উচ্চতম ন্যায়ালয়ে সীমা চেৰাই যোৱা বুলিও কয়।

উল্লেখযোগ্য যে ২৭ ছেপ্তেম্বৰত উচ্চতম ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ ৰায় দি ভাৰতীয় দণ্ডবিধিৰ ৪৯৭ ধাৰাটোৰ বিলুপ্তি ঘটাইছিল।

কেৰালাৰ পৰা গৈ ইটালিত ব্যৱসায় কৰি থকা জোছেফ ছাইন নামৰ এজন ব্যক্তিৰ এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদনৰ শুনানি লৈ উচ্চতম ন্যায়ালয়ে এই ৰায়টো দিছিল।

ৰায়টোত কোৱা হৈছে যে পৰকীয়া প্ৰেম বা পৰস্ত্ৰীৰ সৈতে সম্পৰ্কক অপৰাধ বুলি গণ্য কৰিব নোৱাৰি। দেশজুৰি এই ৰায়ে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে ৰক্ষণশীল ভাৰতীয় সমাজৰ ওপৰত এই ৰায় এক প্ৰকাৰৰ হাতুৰিৰ কোবত পৰিণত হোৱা দেখা গৈছে। বিশেষকৈ হিন্দু আৰু মুচলিম সমাজৰ গোড়া অংশটোৰ মাজত ই বাৰুকৈয়ে হতাশা আৰু ক্ষোভৰ উদঘাটন কৰা দেখা গৈছে।

ৰায়টোত স্পষ্টটকৈ কোৱা হৈছে যে বিবাহ বহিৰ্ভূত সম্পৰ্কক অপৰাধ হিচাপে গণ্য কৰিব নোৱাৰি আৰু কৰা উচিত নহয়। দীপক মিশ্ৰৰ নেতৃত্বত থকা পীঠখনে ৰায়টোত লগতে কয় ‘পত্নী স্বামীৰ সম্পত্তি নহয়’।

এই ৰায়টোৰ পূৰ্বে ভাৰতীয় দণ্ডবিধিৰ উক্ত ধাৰাটোত (৪৯৭) কোৱা হৈছিল, “স্বামীজনৰ অনুমতি নোহোৱাকৈ তেওঁৰ পত্নীৰ সৈতে যৌন সম্পৰ্ক কৰাটোক ধৰ্ষণ বুলি ক’ব নোৱাৰি, কিন্তু ই ব্যভিচাৰিতাৰ অপৰাধ।”

উল্লেখযোগ্য যে বিধায়ক মৃণাল শইকীয়াই পোনপটীয়াকৈ নিজৰ অসন্তুষ্টি প্ৰকাশ কৰাই নহয়, উচ্চতম ন্যায়ালয়ে সীমা চেৰাই যোৱা বুলি কোৱাটো ন্যায়ালয়ৰ ওপৰত আক্ৰমণ তথা ন্যায়ালয় অৱমাননাৰ দৰে কথা। বিজেপিৰ বিধায়কজনে লগতে কয়, “উচ্চতম ন্যায়ালয়ৰ ৰায়টোৱে বিবাহৰ পৱিত্ৰতা নষ্ট কৰিলে।” লগতে তেওঁ নতুন প্ৰজন্মক এই ৰায়ে বিশৃংখল কৰিব বুলিও মত প্ৰকাশ কৰে।

Recent News

Story-8-3-750x375

সেনা বিষয়া ৰাণাপ্ৰতাপ কলিতা, ৰাজকুমাৰ পল্লৱ গোঁহাই আৰু প্ৰণৱজ্যোতি দাসলৈ সাহসিকতাৰ সন্মান

USA-TIKTOK/BYTEDANCE

উত্তৰত সন্তুষ্ট নহয় কেন্দ্ৰ; চিৰদিনৰ বাবে নিষিদ্ধ হোৱাৰ পথত TikTokকে ধৰি ৫৯টা চীনা এপ

WhatsApp Image 2021-01-26 at 9.33.43 AM

শাৰীৰিক সম্পৰ্ক স্থাপনত ৰাজী নহ’ল ষষ্ঠ পত্নী; সপ্তম পত্নীৰ সন্ধান ৬৩বছৰীয়া বৃদ্ধৰ

760672-traffic-08-dna-750x375

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd