DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

এন আৰ চিক সম্পূৰ্ণ ভুৱা আৰু প্ৰৱঞ্চনাৰ দলিল আখ্যা বিধায়ক শিলাদিত্য দেবৰ

শান্তনু শইকীয়া by শান্তনু শইকীয়া
August 12, 2019 10:35 pm
Shiladitya

শিলাদিত্য দেবৰ ফাইল ফটো : নৰ্থইষ্ট নাও

792
VIEWS
Share on FacebookShare on Twitter

‘এন আৰ চি সম্পূৰ্ণ ভুৱা আৰু প্ৰৱঞ্চনাৰ দলিল’ আখ্যা হোজাইৰ বিজেপি বিধায়ক শিলাদিত্য দেবৰ। প্ৰায়ে বিতৰ্কৰ শীৰ্ষত থকা বিধায়কগৰাকীয়ে আজি তামোলপুৰত সংবাদ মাধ্যমৰ আগত এইদৰে কয়।

তামুলপুৰৰ ভূটান সীমান্তত পুৰ্ণ বাহাদুৰ ছেত্ৰী নামৰ এগৰাকী মুক্তিযোদ্ধাৰ পৰিয়ালৰ এন আৰ চিত নাম নথকা বুলি অভিযোগ কৰি তেওঁ কয়, ‘যদি এজন মুক্তিযোদ্ধাৰ পৰিয়ালৰ নাম এন আৰ চিত নাই। তেন্তে প্ৰতীক হাজেলা এন আৰ চি সম্পূৰ্ণ ভূৱা আৰু তেওঁৱো এগৰাকী প্ৰৱঞ্চক।‘

প্ৰতীক হাজেলাই এন আৰ চিৰ নামত কেৱল একনায়কত্ববাদ চলাই আহিছে বুলি উল্লেখ কৰি দেবে কয়, ‘এন আৰ চিৰ নামত প্ৰতীক হাজেলাৰ একনায়কত্ব আৰু নচলিব।‘

ইয়াৰ ওপৰি আদালত আৰু প্ৰতীক হাজেলাক উদ্দেশ্যি তেওঁ কয়, ‘আপোনালোকে এন আৰ চিৰ নামত লগোৱা কৰ্মীসকলে ভুৱা ডকুমেন্ট চিনি নাপাই কিন্তু পূৰ্ণ বাহাদুৰ চেত্ৰী যি ভাৰতৰ কাৰনে যুঁজিছিল, যি মুক্তিযোদ্ধা আছিল আজি তেওঁৰ পৰিয়ালৰ নামেই  এন আৰ চিত অহা নাই।‘

আনহাতে তেওঁ দেখুৱাই দিয়া এজন বিদেশীৰ নাম প্ৰতীক হাজেলাই ৰাতিটোৰ ভিতৰতে কৰ্তন কৰিছিল বুলি উল্লেখ কৰি তেওঁ কয়, ‘এইবাৰ পূৰ্ণ বাহাদুৰ চেত্ৰীৰ পৰিয়ালৰ নামো এন আৰ চিত ৰাতিটোৰ ভিতৰতে কেনেকৈ অন্তভুক্ত কৰিব পাৰে মই চাব বিচাৰিছো।‘

উল্লেখ্য যে এন আৰ চিক লৈ বিধায়ক গৰাকীক বিশেষভাৱে সৰৱ হৈ থকা দেখা যায়। ইয়াৰ আগতেও এন আৰ চিৰ ওপৰত তেওঁ বহু সংবাদমেল পাতি সৰৱ হোৱা দেখা গৈছিল।

Recent News

শিক্ষানুষ্ঠানত হিজাব পিন্ধিব পাৰিবনে? কি সিদ্ধান্ত দিলে কৰ্ণাটক উচ্চ ন্যায়ালয়ে

কৰ্ণাটকত পুনৰ উত্তেজনা: হিজাব পৰিহিতা ১২ ছাত্ৰীক নিদিলে শ্ৰেণীত উপস্থিত থাকিবলৈ

Gold Reserve দেশৰ সৰ্ববৃহৎ স্বৰ্ণ ভাণ্ডাৰত চলোৱা হ’ব খনন, পোৱা যাব ২২২ নিযুত টন সোণ, ক’ত আছে এই স্বৰ্ণভাণ্ডাৰ?

Gold Reserve দেশৰ সৰ্ববৃহৎ স্বৰ্ণ ভাণ্ডাৰত চলোৱা হ’ব খনন, পোৱা যাব ২২২ নিযুত টন সোণ, ক’ত আছে এই স্বৰ্ণভাণ্ডাৰ?

ক্ষমা খুজি যুৱকসকলক আলফালৈ যোৱাত উত্সাহিত কৰিছে সঞ্জয় কিষাণে : ৰিপুন বৰা

ক্ষমা খুজি যুৱকসকলক আলফালৈ যোৱাত উত্সাহিত কৰিছে সঞ্জয় কিষাণে : ৰিপুন বৰা

Drugs peddler বঙাইগাঁৱত ড্ৰাগছসহ এজন যুৱক আটক

Drugs peddler বঙাইগাঁৱত ড্ৰাগছসহ এজন যুৱক আটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd