DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এনআৰচিৰ বিৰোধিতা: মমতা বেনাৰ্জীক ‘বাংলাদেশৰ প্ৰধান মন্ত্ৰী’ হ’বলৈ ক’লে বিজেপি নেতাই

এন ই নাও নিউজ by এন ই নাও নিউজ
September 15, 2019 12:26 pm
mamata-1345

পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জী। ফাইল ফটো

32.9k
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এন আৰ চি)ৰ বিৰেধিতা কৰা পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক উভতি ধৰিছে এগৰাকী বিজেপি নেতাই।

শনিবাৰে বিজেপি নেতা উত্তৰ-প্ৰদেশৰ বেৰিয়া বিধানসভা সমষ্টিৰ বিধায়ক সুৰেন্দ্ৰ সিঙে কয় যে পশ্চিমবংগত এন আৰ চি ৰূপায়ন কৰা হ’ব আৰু তৃণমূল কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে যদি বাংলাদেশীক ৰাখিব বিচাৰে, তেওঁ বাংলাদেশৰ প্ৰধান মন্ত্ৰী হ’বলৈ চেষ্টা কৰা উচিত।

সিঙে কয় যে মমতা বেনাৰ্জীৰ কাৰণে বেয়া দিন আহি আছে।

‘’যদি তেওঁ বাংলাদেশী লোকৰ সমৰ্থন ৰাজনীতি কৰিব বিচাৰে, তেওঁ বাংলাদেসলৈ যোৱা উচিত। যদি তেওঁৰ সাহস থাকে, তেওঁ বাংলাদেশৰ প্ৰধান মন্ত্ৰী হ’লেই ভাল হ’ব,’’-সাংবাদিকৰ সিঙে এইদৰে কয়।

বিজেপি বিধায়কগৰাকীয়ে লগতে কয় যে পশ্চিমবংগত এন আৰ চি ৰূপায়ন কৰা হ’ব আৰু যিসকলে ভাৰতীয় নাগৰিক হিচাপে নিজকে প্ৰতিপন্ন কৰিব নোৱাৰে তেওঁলোকক তেওঁলোকৰ দেশলৈ সসন্মানে পঠিয়াই দিয়া হ’ব।

বিজেপি বিধায়ক গৰাকীয়ে ৰামায়নৰ কাহিনীৰ উদ্ধৃতিৰে ২০১৯’ৰ লোকসভা নিৰ্বাচনত পশ্চিমবংগত বিজেপিৰ প্ৰদৰ্শনৰ প্ৰসংগ দাঙি দৰে।

তেওঁ কয়,’’লংকাৰ লোকে হনুমানজীক যাবলৈ অনুমতি দিয়া নাছিল কিন্তু তেওঁ তালৈ যোৱাৰ পথ উলিয়াইছিল। যোগী আৰু অমিত শ্বাহে পশ্চিমবংগত প্ৰৱেশ কৰিছিল আৰু তাত বহুকেইখন আসন পাবলৈ সক্ষম হৈছিল।‘’

‘’মমতা বেনাৰ্জী বেংগলৰ ৰাজনৈতিক ৰাণী (লংকিনী)। ৰামে তাত প্ৰৱেশ কৰিছে আৰু শীঘ্ৰেই চৰকাৰৰ পৰিৱৰ্তন হ’ব,’’-সিঙে কয়।

বিজেপি নেতাগৰাকীয়ে লগতে কয়, ‘’বেংগলত এন আৰ চি ৰূপায়ন কৰা হ’ব আৰু বাংলাদেশীসকলক দুটাকৈ খাদ্যৰ টোপোলা দি সন্মান সহকাৰে তেওঁলোকৰ ঘৰলৈ পঠিয়াই দিয়া হ’ব।‘’

উল্লেখযোগ্য যে অসমত এন আৰ চি প্ৰক্ৰিয়া চলি থকাৰে পৰা মমতা বেনাৰ্জীয়ে ইয়াৰ বিৰোধিতা কৰি আহিছে।

Recent News

building collapses in Mumbai

মুম্বাইত খহি পৰিল চাৰিমহলীয়া অট্টালিকা: নিহত ১৯ জন, ১৫ গৰাকী আহত

Maharashtra Crisis

শক্তিপীঠ কামাখ্যাত মহাৰাষ্ট্ৰৰ বিসম্বাদী নেতা একনাথ সিন্দে: আজিয়ে মহাৰাষ্ট্ৰলৈ উভতাৰ সম্ভাৱনা

lightning strikes in Bihar

বিহাৰত প্ৰকৃতিৰ তাণ্ডৱ লীলা: ধুমুহা-বজ্ৰপাতে প্ৰাণ ল’লে ১৬ জনৰ

Udaipur murder

উদয়পুৰৰ নৃশংস হত্যাই জোকাৰিছে দেশ: ৰাজস্থানত এমাহৰ বাবে জাৰি ১৪৪ ধাৰা, কৰ্তন ইণ্টাৰনেট সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd