• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ওড়িশাত আৰক্ষীয়ে জাপি দিয়া আই পি চিৰ ধাৰাত পোত গ’ল এজন বিজেপি বিধায়ক

এন ই নাও নিউজ by এন ই নাও নিউজ
July 29, 2020 6:43 pm
odisha_mlas.PNG
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মন্ত্ৰী-বিধায়কক ক’ৰ’ণা ভাইৰাছে আক্ৰমণ কৰাৰ আশংকা তেনেই ক্ষীণ বুলি ভৱা এজন বিজেপি বিধায়কৰ দশাই এতিয়া বহুতকে আমোদ দিয়া পৰিলক্ষিত হৈছে।

ওড়িশাৰ চম্বলপুৰৰ বিজেপি বিধায়ক জয় নাৰায়ণ মিশ্ৰই আজি কোভিড প্ৰট’কল ভাঙি ক্ষমতাৰ জোৰ দেখুৱাবলৈ গৈ বাৰুকৈয়ে লটি-ঘটি হ’বলগীয়া হ’ল।

Apply Now

চম্বলপুৰৰ বিধায়ক গৰাকীয়ে আজি ৰেংগলী সমষ্টিৰ বিজেপি বিধায়ক নাউৰি নায়কৰ সৈতে শতাধিক সমৰ্থকক লগত লৈ চম্বলপুৰৰ জিলা কালেক্টৰৰ কাৰ্যালয়লৈ গৈছিল এখন স্মাৰক পত্ৰ দিবলৈ।

চম্বলপুৰত কোভিডৰ সংক্ৰমণ ৰোধ কৰাৰ দাবীৰে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কলৈ স্মাৰক পত্ৰ প্ৰেৰণৰ বাবে যোৱা বিধায়ক জনে নিজেই সমদল কৰি গৈ কোভিড প্ৰটোকল ভঙাৰ কথাটো পিছে ঠিকেই তৎ ধৰিছিল আৰক্ষীয়ে।

আৰক্ষীয়ে বিধায়ক দুগৰাকীক ইমান বেছি সংখ্যক মানুহ লৈ কাৰ্যালয়ত প্ৰৱেশ কৰিব নোৱাৰিব বুলি কোৱাৰ পিছতে বিধায়ক মিশ্ৰই আৰক্ষীৰ সৈতে তৰ্কত লিপ্ত হয়।

তেওঁৰ সমৰ্থক একাংশই আনকি আৰক্ষীক আক্ৰমণো কৰে।

আৰক্ষীয়ে স্মাৰক পত্ৰখন উপ-কালেক্টৰ উমাকান্ত ৰাজৰ হাতত দিবলৈ কোৱাৰ পিছতে বিধায়ক জনে উপ-কালেক্টৰৰ সৈতেও তৰ্কত লিপ্ত হয়।

ইয়াৰ পিছতে আৰক্ষীয়ে বিধায়ক জয় নাৰায়ণ মিশ্ৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ১৪৩,১৮৮,৪৪৭,৩৩২,৩৫৩,২৯৪,২৬৯,২৭০,৩৩৬,৫০৬,১৪৯ ধাৰাত গোচৰ ৰুজু কৰে।

বিজেপি বিধায়ক জনক আৰক্ষীয়ে এনেদৰে আই পি চিৰ ধাৰাৰ মালা পিন্ধোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 19, 2026 9:09 am
উদ্ধৱ থাকৰেৰ ৬ জন সাংসদৰ দল সলনিক স্বীকৃতি; বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আৰু বৃদ্ধি পালে NDA-ৰ শক্তি

উদ্ধৱ থাকৰেৰ ৬ জন সাংসদৰ দল সলনিক স্বীকৃতি; বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আৰু বৃদ্ধি পালে NDA-ৰ শক্তি

July 19, 2026 8:48 am
ছাকাৰ হেট্ৰিক, এমবাপেৰ ২গ’ল; ফ্ৰান্সক ৬-৪ গ’লত পৰাস্ত কৰি তৃতীয় স্থান দখল কৰিলে ইংলেণ্ডে

ছাকাৰ হেট্ৰিক, এমবাপেৰ ২গ’ল; ফ্ৰান্সক ৬-৪ গ’লত পৰাস্ত কৰি তৃতীয় স্থান দখল কৰিলে ইংলেণ্ডে

July 19, 2026 7:43 am
ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 19, 2026 9:09 am
উদ্ধৱ থাকৰেৰ ৬ জন সাংসদৰ দল সলনিক স্বীকৃতি; বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আৰু বৃদ্ধি পালে NDA-ৰ শক্তি

উদ্ধৱ থাকৰেৰ ৬ জন সাংসদৰ দল সলনিক স্বীকৃতি; বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আৰু বৃদ্ধি পালে NDA-ৰ শক্তি

July 19, 2026 8:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd