• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মাৰপিটৰ গোচৰত বিজেপি সাংসদৰ ২ বছৰ জেল; ৰাহুল গান্ধীৰ দৰেই বাতিল হ’ব সাংসদ পদ?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
August 6, 2023 10:00 am
বিজেপি সাংসদ ৰামশংকৰ কাঠেৰিয়া। ফাইল ফটো।

বিজেপি সাংসদ ৰামশংকৰ কাঠেৰিয়া। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি নেতা ৰামশংকৰ কাঠেৰিয়াক দুবছৰৰ কাৰাদণ্ডৰ শাস্তি ঘোষণা কৰিছে আদালতে। ২০১১ চনৰ এটা মাৰপিটৰ ঘটনাৰ গোচৰত আদালতে তেওঁক দোষী সাব্যস্ত কৰে। শনিবাৰে আগ্ৰাৰ বিশেষ এমপি/এমএলএ আদালতে এতোৱাৰ সাংসদগৰাকীৰ দুবছৰৰ কাৰাদণ্ডৰ কথা ঘোষণা কৰে।

তদুপৰি, আদালতে কাঠেৰিয়াক ৫০ হাজাৰ টকাৰ জৰিমনাও বিহে। আদালতৰ ৰায়ৰ পিছত হতাশ সাংসদগৰাকীয়ে কয় যে তেওঁ এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ত আবেদন কৰিব।

২০১১ চনৰ ১৬ নৱেম্বৰত কাঠেৰিয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল যে তেওঁ এটা মলৰ ভিতৰত ‘টৰেণ্ট পাৱাৰ’ নামৰ কোম্পানী এটাৰ কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰিছিল। কাৰ্যালয়ৰ কর্মচাৰীক নিৰ্বিচাৰে প্রহাৰো কৰিছিল। ১২ বছৰৰ পাছত আদালতে সেই গোচৰৰ ৰায় দিয়ে।

Apply Now

আদালতৰ ৰায় শুনি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কাঠেৰিয়াই কয়, ‘মই স্বাভাৱিকভাৱে আদালতলৈ আহিছিলো। কিন্তু আদালতে মোৰ বিৰুদ্ধে ৰায় দিলে। আদালতক মই বৰ সন্মান কৰো। অৱশ্যে এই ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন কৰাৰ অধিকাৰ মোৰ আছে।‘

উত্তৰ প্ৰদেশৰ এতোৱাৰ বিজেপি সাংসদ কাঠেৰিয়া এসময়ত মোডীৰ মন্ত্ৰীসভাৰ সদস্য আছিল। অনুসূচিত জাতি-জনজাতি আয়োগৰ অধ্যক্ষও আছিল। নিয়ম অনুসৰি যদি কোনো সাংসদক আদালতে দুবছৰৰ কাৰাদণ্ড দিয়ে, তেন্তে তেওঁৰ সাংসদ পদ খাৰিজ কৰা হয়। ঠিক যেনেকৈ ৰাহুল গান্ধীৰ লগত ঘটিছিল।

গুজৰাটৰ চুৰাটৰ এখন আদালতে মোডী পদবী গোচৰত ৰাহুল গান্ধীক ২ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। গুজৰাট উচ্চ ন্যায়ালয়েও সেই শাস্তি মানি লৈছিল। সেই সময়ত ৰাহুলৰ সাংসদ পদ নাকচ হৈছিল।

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে চুৰাটৰ নিম্ন আদালতৰ ৰায়দান স্থগিত ৰাখিছে। ফলত পুনৰ সাংসদ পদটো ঘূৰাই পাবলৈ ৰাহুলৰ এতিয়া কোনো সমস্যা নাই। অৱশ্যে তেওঁ পুনৰ কেতিয়া লোকসভাত প্ৰৱেশ কৰিব পাৰিব সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

এনে প্ৰেক্ষাপটতে আগ্ৰাৰ বিশেষ এমপি/এমএলএ আদালতে বিজেপিৰ সাংসদগৰাকীক দোষী সাব্যস্ত কৰি দুবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। ৰাহুলৰ দৰেই তৎপৰতা প্ৰদৰ্শন কৰি কাঠেৰিয়াৰ সাংসদ পদ কাঢ়ি লোৱা হ’বনে? তাক লৈ এতিয়া বিভিন্ন মহলত প্ৰশ্ন উঠিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd