• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীত বিজেপি সাংসদৰ ৰহস্যজনক আত্মহত্যা! ফ্লেটত উদ্ধাৰ মৃতদেহ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 17, 2021 2:35 pm
a ram
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কিছুদিন পূৰ্বে মুম্বাইৰ  এখন হোটেলত  সাংসদ মোহন দেলকাৰে  আত্মহত্যা কৰাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই দিল্লীত উদ্ধাৰ হৈছে এজন বিজেপি সাংসদৰ মৃতদেহ।

আজি ৰাজধানীৰ নৰ্থ এভিনিউ এলেকাত থকা নিজৰ ফ্লেটত উদ্ধাৰ হয় বিজেপিৰ সাংসদ ৰাম স্বৰূপ শৰ্মাৰ মৃতদেহ।

Apply Now

ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱা হোৱা শৰ্মাৰ মৃতদেহটো আৰক্ষীয়ে চমজি লৈছে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে সাংসদ শৰ্মাই আত্মহত্যা কৰিছে। অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিছতহে সাংসদ গৰাকীৰ  মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব।

১৯৫৮ চনত হিমাচল প্ৰদেশৰ মাণ্ডিত জন্মগ্ৰহণ কৰা সাংসদ ৰামস্বৰূপ শৰ্মাই ২০১৪ চনত হিমাচলৰ মাণ্ডিৰ পৰাই সংসদলৈ নিৰ্বাচিত হৈছিল।

২০১৯ চনৰ লোকসভা নিৰ্বাচনতো শৰ্মাই একেটা সমষ্টিৰ পৰা বিজেপিৰ সাংসদ হিচাবে নিৰ্বাচিত হৈছিল।তেওঁ বিদেশ দপ্তৰৰ সংসদীয় সমিতিৰ এগৰাকী অন্যতম সদস্য আছিল।

প্ৰাথমিক তদন্তৰ পৰা শৰ্মাই আত্মহত্যা কৰা বুলি ভবা হৈছে যদিও এয়া হত্যাকাণ্ড বুলিও বহুতে সন্দেহ কৰিছে।

ইপিনে সাংসদগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে আজি অনুষ্ঠিত হ’বলগীয়া বিজেপিৰ সংসদীয় সমিতিৰ বৈঠক স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাম মন্দিৰৰ চান্দা কেলেংকাৰী: এছ আই টিৰ প্ৰতিবেদনৰ পাছতেই দাখিল হ’ল এজাহাৰ

ৰাম মন্দিৰৰ চান্দা কেলেংকাৰী: এছ আই টিৰ প্ৰতিবেদনৰ পাছতেই দাখিল হ’ল এজাহাৰ

June 25, 2026 8:06 pm
চৰকাৰী চিকিৎসালয়ত কেঁচুৱা জন্ম হ’লে সোণৰ আঙঠি; ঘোষণা কৰিলে তামিলনাডু চৰকাৰে

চৰকাৰী চিকিৎসালয়ত কেঁচুৱা জন্ম হ’লে সোণৰ আঙঠি; ঘোষণা কৰিলে তামিলনাডু চৰকাৰে

June 25, 2026 7:59 pm
সাধাৰণ জনতালৈ চৰকাৰৰ নতুন নিৰ্দেশনা: ১ জুলাইৰ পৰা বৃদ্ধি পাব পাছপোৰ্টৰ মাচুল, তৎকাল পাছপোৰ্টৰ বাবে ভৰিব লাগিব ৫০০০ টকা

সাধাৰণ জনতালৈ চৰকাৰৰ নতুন নিৰ্দেশনা: ১ জুলাইৰ পৰা বৃদ্ধি পাব পাছপোৰ্টৰ মাচুল, তৎকাল পাছপোৰ্টৰ বাবে ভৰিব লাগিব ৫০০০ টকা

June 25, 2026 7:33 pm
ছিনিয়ৰ ক্ৰিকেটাৰৰ সৈতে একেটা ড্ৰেছিং ৰুম ব্যৱহাৰ কৰিব নোৱাৰিব সূৰ্যবংশীয়ে, কাৰণটো কি?

ছিনিয়ৰ ক্ৰিকেটাৰৰ সৈতে একেটা ড্ৰেছিং ৰুম ব্যৱহাৰ কৰিব নোৱাৰিব সূৰ্যবংশীয়ে, কাৰণটো কি?

June 25, 2026 7:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাম মন্দিৰৰ চান্দা কেলেংকাৰী: এছ আই টিৰ প্ৰতিবেদনৰ পাছতেই দাখিল হ’ল এজাহাৰ

ৰাম মন্দিৰৰ চান্দা কেলেংকাৰী: এছ আই টিৰ প্ৰতিবেদনৰ পাছতেই দাখিল হ’ল এজাহাৰ

June 25, 2026 8:06 pm
চৰকাৰী চিকিৎসালয়ত কেঁচুৱা জন্ম হ’লে সোণৰ আঙঠি; ঘোষণা কৰিলে তামিলনাডু চৰকাৰে

চৰকাৰী চিকিৎসালয়ত কেঁচুৱা জন্ম হ’লে সোণৰ আঙঠি; ঘোষণা কৰিলে তামিলনাডু চৰকাৰে

June 25, 2026 7:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd