• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কৰ’নাত আক্ৰান্ত কনিকা কাপুৰৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা বিজেপিৰ সাংসদে গৈছিল ৰাষ্ট্ৰপতি ভৱনলৈও

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 20, 2020 7:32 pm

1 min read

President Kovind

ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত অনুষ্ঠানত ৰাজস্থানৰ সাংসদগৰাকী

15.2k
VIEWS
Share on FacebookShare on Twitter

লণ্ডনৰ পৰা উভতি অহাৰ পাছত শৰীৰত কৰ’না ভাইৰাছৰ  উপস্থিতি ধৰা পৰা বলিউদৰ কণ্ঠশিল্পী কনিকা কাপুৰে অংশগ্ৰহণ কৰা লক্ষ্ণৌৰ তাজ হোটেলৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল বিজেপিৰ এগৰাকী সাংসদে।

কনিকা কাপুৰে ১৫ মাৰ্চত অংশগ্ৰহণ কৰা তাজ হোটেলৰ অনুষ্ঠানত অতিথি হিচাপে থকা বিজেপিৰ ৰাজস্থানৰ সাংসদ দুষ্যন্ত সিঙে কনিকা কাপুৰ কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱাৰ পূৰ্বে বহু অনুষ্ঠানত অংশগ্ৰহণ কৰিছে।

ৰাজস্থানৰ পূৰ্বৰ মুখ্য মন্ত্ৰী বসুন্ধৰা ৰাজে আৰু তেওঁৰ পুত্ৰ দুষ্যন্ত সিঙে কনিকা কাপুৰে অংশগ্ৰহণ কৰা অনুষ্ঠানত উপস্থিত থকাৰ তিনিদিন পাছত ১৮ মাৰ্চত ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক সমাৰোহতো অংশগ্ৰহণ কৰিছিল।

বুধবাৰে ৰাতিপুৱা ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে উত্তৰপ্ৰদেশ আৰু ৰাজস্থানৰ সাংসদ সকলৰ বাবে এক অনুষ্ঠানৰ আয়োজন কৰিছিল।

এই অনুষ্ঠানৰ অন্তত তোলা একপি ফটোত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পাছফালে থিয় হৈ থকা অৱস্থাত দেখা গৈছে কনিকা কাপুৰৰ অনুষ্ঠানলৈ যোৱা সাংসদ দুষ্যন্ত সিং।

অৱশ্যে, ৰামনাথ কোবিন্দে অনুষ্ঠানত সাংসদ সকলৰ সৈতে কৰমৰ্দন কৰা নাছিল।

আনহাতে, কনিকা কাপুৰ কৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বাতৰি প্ৰকাশ পোৱাৰ পাছতে ৰাজস্থানৰ পূৰ্বৰ মুখ্য মন্ত্ৰী বসুন্ধৰা ৰাজে আৰু পুত্ৰ দুষ্যন্ত সিঙে নিজকে ১৪ দিনৰ বাবে সকলোৰে পৰা পৃথকাই ৰাখিছে।

Recent News

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd