• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হিমন্তৰ আহ্বানক অসন্মান দলীয় নেতাৰ; কৰ’নাৰ আতংকৰ মাজত শতাধিক লোক সমাবেত হৈ বিজেপিত যোগদান

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 18, 2020 1:00 pm
Himanta and BJP Story

মাজুলীত বিজেপিত যোগদান কৰা কৰ্মীসকল

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশজুৰি কৰ’না ভাইৰাছৰ আতংক অব্যাহত থকাৰ সময়ত ৰাজ্য চৰকাৰে জনসাধাৰণৰ মাজত সজাগত সৃষ্টিৰ বাবে বিভিন্ন নিৰ্দেশনাৱলী দিয়াৰ পাছত শসকীয় বিজেপি দলে নিজেই চৰকাৰৰ নিৰ্দেশাৱলী ভংগ কৰিছে।

ইতিমধ্যে, চৰকাৰ তথা প্ৰশাসনে বাৰেপতি ১০ জনতকৈ অধিক লোকক সমবেত নহ’বলৈ সকীয়াই দি অহাৰ সময়ত বিজেপিৰ কাৰ্যালয়ত সমবেত হৈছে শতাধিক লোক।

Apply Now

আজি মাজুলী জিলাত কংগ্ৰেছ,  চুতীয়া ছাত্ৰ সন্থাকে ধৰি অন্যান্য দল সংগঠনৰ শতাধিক লোকে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে।

অৱশ্যে শতাধিক লোকে এক মিটাৰ ব্যৱধান নৰখাকৈ সমাবেত হোৱাৰ পাছতো যোগদান কাৰ্যসূচীত উপস্থিত থকা উপ-সভাপতি প্ৰদীপ ঠাকুৰীয়াই ইয়াক অনুস্থুপিয়া আখ্যা দিয়ে।

কৰ’নাৰ আতংক নোহোৱাহেঁতেন এই কাৰ্যসূচী আৰু ব্যাপক ৰূপত ৰূপায়ণ কৰিব পৰা গ’ল হেতেন বুলিও ঠাকুৰীয়াই লগতে কয়।

আনহাতে, এই সম্পৰ্কত ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামীয়ে কয় ‘‘কিছুমান পৰিবেশত কিছুমান কাম এৰাই চলিব নোৱাৰি। এটা জনজীৱন কেতিয়াও অচল কৰি তুলিব নোৱাৰি। কিছুমান কাম নকৰাকৈ থাকিব নোৱাৰি, নহ’লে জনজীৱন স্তব্ধ হৈ যাব।’’

উল্লেখযোগ্য যে, ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু একেখিনি সময়তে বিবাহ, পূজা-পাৰ্বন, দোকানৰ আদ্দা আদিও এৰাই চলাৰ বাবে জনসাধাৰণক আহ্বান জনাইছিল।

বিজেপিৰ অন্যান্য কৰ্মী সকলে হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান নামানিলে নে তেওঁলোকক ৰাজনৈতিক যোগদান কাৰ্য্যসূচী চলাই থাকিবলৈ ওপৰ মহলাৰ পৰা অনুমতি দিয়া হৈছে সেয়া জনিব পৰ হোৱা নায়।

তাৎপৰ্যপূৰ্ণভাৱে যোগদান কাৰ্য্যসূচীৰ সময়,ত কোনো এগৰাকী বিজেপি নেতা বা যোগদানকাৰী সদস্যৰ মুখত মাস্ক দেখিবলৈ পোৱা নগ’ল।

এই যোগদান কাৰ্যসূচীত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস উপস্থিত থকাৰ কথা আছিল যদিও তেওঁ উপস্থিত থাকিব নোৱাৰিলে।

উল্লেখযোগ্য যে, জন সমাবেশ নোহোৱাৰ প্ৰতি লক্ষ্য ৰাখি বিয়া, সবাহতো অতিথি নিমন্ত্ৰণ নকৰিবলৈ অসমৰ জনসাধাৰণক আহ্বান জনাইছিল স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনকি ইছলাম ধৰ্মাৱলম্বী লোকক নামাজো ঘৰতে অকলে পঢ়িবলৈ আহ্বান জনাইছিল মন্ত্ৰী জনে।

তাৰ বিপৰীতে বিজেপিয়ে এনেদৰে চৰকাৰী আহ্বানক উপলুঙা কৰি নিজেই যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰি অসচেতনতা প্ৰকাশ কৰা কাৰ্য্যই সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উক্ত কাৰ্যসূচীত বাতৰি সংগ্ৰহৰ বাবে উপস্থিত থকা সাংবাদিকে এনে যোগদান অনুষ্ঠান কৰ’নাৰ আতংকৰ পাছতো অনুষ্ঠিত কৰিব পাৰিলেহেঁতেন বুলি উনুকিয়াই দিয়ে বিজেপি নেতৃত্বক।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

June 14, 2026 10:48 am
ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

June 14, 2026 10:44 am
মুকলি হ’ব হৰমুজ, দেওবাৰেই ইৰানৰ সৈতে আমেৰিকাৰ শান্তি চুক্তি, ডাঙৰ ঘোষণা ট্ৰাম্পৰ

মুকলি হ’ব হৰমুজ, দেওবাৰেই ইৰানৰ সৈতে আমেৰিকাৰ শান্তি চুক্তি, ডাঙৰ ঘোষণা ট্ৰাম্পৰ

June 14, 2026 10:25 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 14, 2026 10:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

June 14, 2026 10:48 am
ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

ভঙা চাইকেল আৰু পুৰণি ইঞ্জিনেৰে চলন্ত মটৰবাইক নিৰ্মাণ কৰি উলিয়ালে ১৪ বছৰীয়া শিশু বিজ্ঞানীয়ে

June 14, 2026 10:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd