• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কেৱল কলকাতাতে আছে অভিষেক বেনাৰ্জীৰ ৪৩টা সম্পত্তি! বিজেপিৰ তালিকা প্রকাশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 20, 2026 2:21 pm
104
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম বংগৰ ৰাজনীতি বৰ্তমান অতি গৰম হৈ পৰিছে কিয়নো ৰাজ্যখনৰ বিজেপিয়ে তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জীৰ সৈতে জড়িত ৪৩ খন সম্পত্তিৰ এখন তালিকা ৰাজহুৱা কৰিছে। বিজেপিৰ ফালৰ পৰা দাবী কৰা হৈছে যে কলকাতাৰ অতি অভিজাত এলেকাত থকা এই সম্পত্তিসমূহ অভিষেক বেনাৰ্জীৰ নিজৰ নামত নতুবা তেওঁৰ পৰিয়াল আৰু সহযোগীসকলৰ সৈতে যুটীয়া মালিকানাত আছে। এই তালিকাখন কলকাতা পৌৰ নিগমৰ তথ্যভাণ্ডাৰৰ পৰা লোৱা বুলি কোৱা হৈছে। বৰ্তমানৰ মুখ্যমন্ত্রী শুভেন্দু অধিকাৰীৰ নেতৃত্বাধীন বিজেপি চৰকাৰে এই সম্পত্তিসমূহৰ প্ৰকৃত মালিক কোন আৰু এইবোৰ ক্ৰয় কৰিবলৈ ধন ক’ৰ পৰা আহিছিল সেই বিষয়ে এক গভীৰ তদন্ত কৰিব বুলি ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে অভিযোগ কৰিছে যে অভিষেক বেনাৰ্জীৰ লিপ্স এণ্ড বাউণ্ডছ কোম্পানীৰ নামত ১৪ খন, নিজৰ নামত ৪ খন আৰু পিতৃৰ নামত ৬ খন সম্পত্তি আছে।

আনহাতে তৃণমূল কংগ্ৰেছে বিজেপিৰ এই তালিকাক সম্পূৰ্ণ মিছা, ভুৱা আৰু ভিত্তিহীন বুলি প্ৰত্যাখ্যান কৰিছে। দলটোৱে কৈছে যে কেৱল নামৰ মিল থকাৰ বাবে ইয়াৰ অপপ্ৰচাৰ চলোৱা হৈছে আৰু কলকাতাত অভিষেক বেনাৰ্জী নামৰ কেৱল এজন ব্যক্তিয়েই নাই। ইয়াৰ লগতে এই তালিকাত সায়নী ঘোষ নামৰ এগৰাকী ব্যক্তিৰ সৈতে থকা যুটীয়া সম্পত্তিৰ উল্লেখে ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছিল আৰু বহুতে ইয়াক যাদৱপুৰৰ সাংসদ সায়নী ঘোষ বুলি সন্দেহ কৰিছিল। কিন্তু সাংসদ সায়নী ঘোষে এই কথা সম্পূৰ্ণ অস্বীকাৰ কৰি স্পষ্ট কৰি দিয়ে যে এই সম্পত্তিৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই আৰু ভুৱা বাতৰি বিয়পোৱাসকলৰ বিৰুদ্ধে তেওঁ আইনী ব্যৱস্থা গ্ৰহণ কৰিব।

Apply Now

এই সমগ্ৰ বিতৰ্কৰ মাজতে কলকাতা পৌৰ নিগমে অভিষেক বেনাৰ্জীৰ বাসগৃহ শান্তিনিকেতনকে ধৰি ১৭ টা ঠিকনাত থকা অট্টালিকাত অবৈধ নিৰ্মাণ কাৰ্য হোৱাৰ অভিযোগত জাননী জাৰি কৰিছে আৰু সাত দিনৰ ভিতৰত ইয়াৰ নথি-পত্ৰ জমা দিবলৈ নিৰ্দেশ দিছে। এই প্ৰত্যাহ্বানৰ উত্তৰত অভিষেক বেনাৰ্জীয়ে এখন সংবাদ মেল পাতি স্পষ্টকৈ কয় যে তেওঁ কাৰো ওচৰত মূৰ নোদোৱায় আৰু চৰকাৰে যদি তেওঁৰ ঘৰো ভাঙি দিয়ে তথাপিও বিজেপিৰ বিৰুদ্ধে তেওঁৰ এই যুঁজ অব্যাহত থাকিব। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত অভিষেক বেনাৰ্জীয়ে দাখিল কৰা শপতনামাত তেওঁৰ স্থাৱৰ সম্পত্তি নাই বুলি উল্লেখ আছিল আৰু তেওঁৰ মুঠ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ আছিল ২.৩ কোটি টকা। বৰ্তমান এই সমগ্ৰ বিষয়টোক লৈ পশ্চিম বংগত বিজেপি আৰু তৃণমূলৰ মাজত এক ডাঙৰ ৰাজনৈতিক সংঘাতৰ সৃষ্টি হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd