• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘হিটলাৰেও অন্তত: নিজৰ ভক্ত সকলক চাকৰি দিছিল!’- কাক লক্ষ্য কৰি এই কটুক্তি কেজৰিৱালৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 25, 2022 10:00 am
Arvind Kejriwal on The Kashmir Files
281
VIEWS
Share on FacebookShare on Twitter

স্বভাৱসিদ্ধ বাকপটুতাৰে আকৌ এবাৰ বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। বৃহস্পতিবাৰে বিধানসভাত জাৰ্মানীৰ একনায়কত্ববাদী শাসক হিটলাৰৰ প্ৰসঙ্গ উত্থাপনেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উপহাস কৰাৰ পাছতে বিজেপিৰ নেতা-কৰ্মীক আপত যোগদান কৰিবলৈ আহ্বান জনায় কেজৰিৱালে।

উল্লেখ্য যে শেহতীয়াকৈ মুক্তি পোৱা বলিউদৰ কথাছবি ‘দ্য কাশ্মীৰ ফাইলছ্’ৰ তীব্ৰ প্ৰচাৰত নামি পৰিছে বিজেপিৰ নেতা-কৰ্মী। কেইবাখনো বিজেপি শাসিত ৰাজ্যত ছবিখন কৰমুক্ত কৰা হৈছে।

সমগ্ৰ দেশতে বিজেপি দেৱালে দেৱালে ‘দ্য কাশ্মীৰ ফাইলছ্’ৰ পোষ্টাৰ লগোৱাত ব্যস্ত বুলি উপহাস কৰি বিধানসভাত কেজৰিৱালে “ছবিৰ পোষ্টাৰ লগাবলৈ আপোনালোকে ৰাজনীতিত যোগদান কৰিছে নেকি?” বুলি প্ৰশ্ন কৰে।

“আপোনালোকৰ সন্তানে আপোনাৰ কামৰ বিষয়ে সুধিলে আপুনি কি কয়? আপুনি তেওঁলোকক কয় নেকি যে মই চিনেমাৰ পোষ্টাৰ লগাইছো!”- বিজেপিৰ নেতা-কৰ্মীক উদ্দেশ্যি এইদৰেও ব্যঙ্গ কৰে কেজৰিৱালে।

 

BJP leader’s Kids: “Papa kya kaam karte ho?”

BJP leader: “Movie ke Poster lagata hoon 😭”#TheKashmirFiles pic.twitter.com/oJg05OhnDZ

— AAP (@AamAadmiParty) March 24, 2022

বিধানসভাত নিজৰ ভাষণত কেজৰিৱালে কয়, “কিছুমান লোকে কাশ্মীৰী পণ্ডিতসকলৰ নামত কোটি কোটি টকা উপাৰ্জন কৰিছে আৰু বিজেপিক ছবিখনৰ পোষ্টাৰ লগোৱাৰ দায়িত্ব দিছে।”

আনহাতে হিটলাৰৰ প্ৰসঙ্গ উত্থাপনেৰে নৰেন্দ্ৰ মোদীক উপহাস কৰি কেজৰিৱালে কয়, “হিটলাৰেও অন্ততঃ তেওঁৰ সহযোগীসকলক চাকৰি দিছিল। মোডীজীয়ে আপোনালোকৰ সন্তানক কি কাম দিছে? তেওঁ বিদ্যুৎ দিছে নেকি? তেওঁ আপোনালোকক ঔষধ দিছে নেকি?”

দিল্লীত বাৰ লাখ লোকক চাকৰি দিয়াৰ লগতে  বিদ্যালয় নিৰ্মাণ কৰিছো আৰু ঘৰে ঘৰে ঔষধ বিতৰণ কৰিছো বুলি মন্তব্য কৰি বিজেপিৰ কৰ্মীসকলক বিজেপি এৰি আপত যোগদান কৰিবলৈ পৰামৰ্শ দিয়ে কেজৰিৱালে।

 

Hitler भी कम से कम अपने चमचों को नौकरी देता था! Modi जी ने आपके बच्चों को क्या नौकरी दी? बिजली दी? दवाई दी?

BJP वालों- दिमाग खोलो, भाजपा छोड़ के AAP Join कर लो!

-CM @ArvindKejriwal pic.twitter.com/uCJLf8gbtw

— AAP (@AamAadmiParty) March 24, 2022

আনহাতে কেইবাখনো বিজেপি শাসিত ৰাজ্যত কাশ্মীৰ ফাইলছক কৰমুক্ত কৰাৰ পাছত বিজেপিৰ বহু নেতাই দিল্লীতো ছবিখন কৰমুক্ত ঘোষণা কৰিবলৈ দিল্লী চৰকাৰক হেঁচা প্ৰয়োগ কৰিছে।

বিজেপিৰ এই হেঁচাক প্ৰত্যাহ্বান জনাই কেজৰিৱালে কয়, “ছবিখন ইউটিউবত দি নিদিয়ে কিয়? তেতিয়া সকলোৱে বিনামূলীয়াকৈ চাব পাৰিব। যদি আপোনালোক ছবিখনৰ প্ৰতি ইমানেই উৎসাহী, বিবেক অগ্নিহোত্ৰীক ছবিখন ইউটিউবত আপলোড কৰিবলৈ কওক।”

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd