• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিন্দু বাংলাদেশী বিষয়টোত বিজেপি অকলশৰীয়া : প্ৰমাণ হ’ল সৰ্বাত্মক বন্ধ আৰু অগপৰ প্ৰতিবাদী কাৰ্য্যসূচীত

দুৰ্লভ গগৈ by দুৰ্লভ গগৈ
October 23, 2018 4:10 pm
Guwahati Bandh

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত ৪৬টা সংগঠনে আহ্বান জনোৱা অসম বন্ধৰ সময়ত গুৱাহাটী মহানগৰীৰ দৃশ্য। ফটোৰ উৎস ফেচবুক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ৰাজ্যৰ ৪৬টা জাতীয়-জনগোষ্ঠীয় দল-সংগঠনে দিয়া বন্ধৰ সৰ্বাত্মক প্ৰভাৱ আৰু চৰকাৰৰ অংশীদাৰ দল অগপৰ প্ৰতিবাদী কাৰ্য্যসূচীৰ সফল ৰূপায়ণে এটা কথা জলজল পটপটকৈ প্ৰমাণ কৰি দিলে যে হিন্দু বাংলাদেশীক সংস্থাপনৰ বিষয়টোত ৰাজ্যত বিজেপি অকলশৰীয়া।

বিশেষকৈ বিজেপিৰ মিত্ৰ দল অগপই কেন্দ্ৰত বিজেপিৰ চৰকাৰখনে আনিবলৈ লোৱা এখন বিধেয়কৰ বিৰুদ্ধে আজি বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰাটোৱে বিজেপিৰ নিঃসংগতাক অধিক প্ৰকট কৰিছে।

Apply Now

প্ৰমাণ হোৱা আনটো ডাঙৰ কথা হ’ল- আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু তাৰ পিছতে আহিব লগীয়া লোকসভা নিৰ্বাচনৰ বাবে অসমৰ খিলঞ্জীয়া জনগণ আৰু আঞ্চলিক শক্তিক আজিৰ দৰে ঐক্যবদ্ধ ৰূপত দেখা পালে, হয় অসম বিজেপিয়ে নিজৰ হিন্দুত্বৰ সম্প্ৰসাৰকৰ ভূমিকা এৰিব লাগিব, নহয় বিজেপি নিশ্চিহ্ন হ’ব।

চৰকাৰ যেতিয়া স্বেচ্ছাচাৰী হৈ উঠে, তাৰ বিৰুদ্ধে জনতাৰ প্ৰতিবাদৰ গণতান্ত্ৰিক অস্ত্ৰসমূহৰ চূড়ান্ত প্ৰয়োগৰ বাদে উপায় নাথাকে। এই বিচাৰধাৰাৰেই আজিৰ বন্ধটোক বহুতো বন্ধ বিৰোধী লোকেও সমৰ্থন কৰা দেখা গৈছে। ই নাগৰিকত্ব সংশোধনী বিধেয়কখন আনিবলৈ চল-কৌশল বিচাৰি ফুৰা চৰকাৰৰ বাবে এটা শক্তিশালী বাৰ্তা। বিধেয়কখন অসমীয়া জাতি-সংস্কৃতিৰ বাবে মাৰাত্মক বুলি সকলো খিলঞ্জীয়া লোকে আৰু তেওঁলোকৰ প্ৰতিনিধিত্বকাৰী দল-সংগঠনে চিঞৰি থকাৰ পিছতো আৰু বহুতো প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতো চৰকাৰে কোনো গুৰুত্ব দিয়া নাছিল। ইয়াৰ বাবেই ৪৬টা সংগঠন ঐক্যবদ্ধ হৈ বন্ধ আহ্বান জনাবলৈ বাধ্য হ’ল।

মন কৰিব লগীয়া যে চৰকাৰে আজিৰ দিনটোত শেষ ৰক্ষাৰ বাবে বহুতো কূটকৌশল কৰিও সফল নহ’ল। ভয়-ভাবুকিৰে জনসাধাৰণক কেতিয়াও সেও কৰিব পৰা নাযায়, এয়া তাৰে উদাহৰণ।

অতি চতুৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিগত দিনবোৰৰ মন্তব্যৰ পৰা এটা কথা অনুমেয় যে তেওঁ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়টোত ‘বৰফ গলা’ৰ আশা কৰি আছিল। সেয়ে তেওঁ সদায়ে এটা দ্ব্যৰ্থক মন্তব্য কৰি অহাৰ লগতে দুৰ্বোধ্য স্থিতি প্ৰকাশ কৰি আহিছিল। হিন্দু বাংলাদেশী বিষয়টোত অসমৰ মানুহক আশ্বস্ত কৰাৰ এটা সুযোগৰ অপেক্ষাত থকা যেনো লাগে তেওঁক। বোধহয় সেই সুযোগ তেওঁলৈ কোনো দিনে নাহিব।

দুৰ্লভ গগৈ

দুৰ্লভ গগৈ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd