• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যসভা নিৰ্বাচনত বিজেপিয়ে দুখন আসনৰ বাবে দিব ১০-১২ জনৰ নাম, দিল্লীয়ে লগাব চূড়ান্ত মোহৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 22, 2026 3:18 pm
45
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ১৬ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজ্যসভাৰ তিনিখন আসনৰ ভিতৰত দুখন আসনৰ বাবে ১০ৰ পৰা ১২ জনৰ নামৰ পৰামৰ্শ দিব।

শনিবাৰে বিজেপিৰ ৰাজ্যিক নিৰ্বাচনী সমিতিৰ বৈঠকৰ অন্তত এই কথা অৱগত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে দেওবাৰে চৰ্টলিষ্ট কৰা নামসমূহ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ জৰিয়তে দলৰ কেন্দ্ৰীয় সংসদীয় ব’ৰ্ডলৈ প্ৰেৰণ কৰা হ’ব।

Apply Now

তেওঁ নামসমূহ কেন্দ্ৰীয় নেতৃত্বই চূড়ান্ত কৰিব বুলিও কয়। মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে দুখন আসনত বিজেপিৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব যদিও বিধানসভাৰ সংখ্যা আৰু কংগ্ৰেছে যৌথ প্ৰাৰ্থী থিয় কৰাই নে নাই সেই বিষয়ে মূল্যায়ন কৰি তৃতীয়খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈও দলটোৱে আগ্ৰহী।

তেওঁ কয়, কংগ্ৰেছে যদি যৌথ প্ৰাৰ্থী প্ৰক্ষেপ নকৰে তেন্তে আমাৰ নিৰ্বাচন সহজ হ’ব।’। পূৰ্বৰ ৰাজ্যসভা নিৰ্বাচনৰ কথা উল্লেখ কৰি শৰ্মাই উল্লেখ কৰে যে সেইবাৰ বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লৈছিল, যাৰ ফলত অজিত কুমাৰ ভূঞাক বিনা প্ৰতিদ্বন্দ্বিতাত নিৰ্বাচিত হ’বলৈ এৰি দিয়া হৈছিল।

তেওঁ লগতে কয়, “অৱশ্যে বৰ্তমানৰ ৰাজনৈতিক পৰিৱেশ সলনি হৈছে। বিৰোধীৰ পদক্ষেপৰ ওপৰত ভিত্তি কৰি আমি এই সিদ্ধান্ত লম।” মিত্ৰতাৰ অংকৰ সন্দৰ্ভত শৰ্মাই কয় যে বড়োলেণ্ড পিপলছ ফ্ৰণ্টে ৰাজ্যসভাৰ কোনো আসনৰ দাবী কৰা নাই।

জিলা বিজেপিৰ সভাপতিসকলক নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাত বাধা দিয়া হ’ব নে নহয় সেই সন্দর্ভত আলোচনাৰ প্রত্যুত্তৰ দি শর্মাই কয় যে ইয়াৰ ব্যতিক্রম হ’ব পাৰে৷ যদিহে কিছুমান বিশেষ সমষ্টিত জিলা সভাপতিৰ বাবে জনসাধাৰণৰ তীব্ৰ দাবী উত্থাপন হয় আৰু উপযুক্ত দলীয় প্ৰাৰ্থীৰ অভাৱ হয়, তেনেহ’লে ৰেহাই দিয়াৰ কৰ্তৃত্ব সংসদীয় ব’ৰ্ডৰ হাতত আছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে দলটোৱে ইতিমধ্যে ৰাজহুৱা প্ৰচাৰ অভিযান সম্পূৰ্ণ কৰিছে।

বিৰোধীৰ চলি থকা মিত্ৰতাৰ আলোচনাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে সংখ্যালঘু প্ৰধান সমষ্টিত আসন ভাগ-বতৰাক লৈ বিৰোধী মিত্ৰজোঁটৰ ভিতৰত আভ্যন্তৰীণ সংঘাতৰ অভিযোগ উত্থাপন কৰে। তেওঁ দাবী কৰে যে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈ দুয়োজনেই দলগাঁও, ধিং, মন্দিয়া আৰু গোৱালপাৰা পূব আদি আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগ্ৰহী।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm
বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

August 28, 2026 8:51 pm
নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

August 28, 2026 7:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd