• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচনৰ সময়তে বিসম্বাদঃ গুজৰাটত ৭ বিধায়কক নিলম্বন কৰিলে বিজেপিয়ে

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 20, 2022 8:09 pm
a bjp
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১ আৰু ৫ ডিচেম্বৰত দুটা পৰ্যায়ত ভোটগ্ৰহণ হ’বলগীয়া গুৰাটত শাসকীয় বিজেপিৰ মাজত টিকটকেন্দ্ৰিক বিসম্বাদে গা কৰি উঠিছে। এনে সময়তে গুজৰাট বিজেপিয়ে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰি দলৰ সাতজন বিধায়কক নিলম্বন কৰিছে। নিলম্বিত বিধায়কেইজনে আগন্তুক বিধানসভা নিভাচনত গেৰুৱা দলৰ দ্বাৰা টিকট নোপোৱাৰ পিছতে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছিল। গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত উক্ত সাতজন প্ৰাৰ্থীৰ সকলোৱে টিকট বিচাৰিছিল।

কিন্তু বিভিন্ন কাৰণত বিজেপিয়ে তেওঁলোকক টিকট দিয়া নাছিল। ইয়াতে ক্ষুণ্ণ হৈ তেওঁলোকে নিৰ্দলীয় প্ৰাৰ্থী হিচাবে থিয় দিছে। “দল বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ বাবে এই বিধায়কসকলক ছয় বছৰৰ বাবে নিলম্বিত কৰা হৈছে,” বিজেপিৰ ৰাজ্যিক সভাপতি চি আৰ পাটিলে আজি এইদৰে বিবৃতি প্ৰকাশ কৰিছে। নিলম্বিত কৰা বিজেপি নেতাসকলৰ নৰ্মদা জিলাৰ নান্দোদৰ হৰ্ষদ ভাছাভাও এজন। জুনাগড়ৰ অৰবিন্দ লাদানীকো নিলম্বিত কৰা হৈছে।সুৰেন্দ্ৰনগৰৰ ধংগদ্ৰাৰ ছত্ৰসিং গুঞ্জৰিয়া, ভালচাদৰ পাৰাদিৰ কেতন ভাই পেটেল, ৰাজকোট গ্ৰাম্যৰ ভাৰত ভাই চাৱদা, গিৰৰ সোমনাথ জিলাৰ ভেৰাভালৰ উদয় ভাই শ্বাহ আৰু আমৰেলীৰ ৰাজুলাৰ পৰা টিকট বিচৰা কৰণ ভাই বৰাই নিলম্বনৰ সন্মুখীন হৈছে।

Apply Now

উল্লেখ্য এইবাৰৰ বিধানসভা নিৰ্বাচনত গুজৰাটত বিজেপিয়ে ৪২ জন বৰ্তমানৰ বিধায়কৰ টিকট কৰ্তন কৰিছে। গেৰুৱা দলটোৱে ঘোষণা কৰা ১৬০ জন প্ৰাৰ্থীৰ প্ৰথম তালিকাৰ পৰা ৩৮ জন বৰ্তমানৰ বিধায়কক বাদ দিছে। বাদ পৰাসকলৰ ভিতৰত কেইবাজনো দলৰ ডাঙৰ নেতা, প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰুপানী আৰু প্ৰাক্তন উপ মুখ্যমন্ত্ৰী নিতিন পেটেলো আছে।

২০১৭ চনৰ গুজৰাট বিধানসভা নিৰ্বাচনত বিজেপিয়ে ১৮২ খন আসনৰ ভিতৰত ৯৯ খন আসনত জয়ী হৈছিল। ২০১৪ চনত প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ আগতে নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ আটাইতকৈ দীঘলীয়া সময়ৰ মুখ্যমন্ত্ৰী হিচাবে ২৭ বছৰ ধৰি শাসনত আছিল। এইবাৰ প্ৰধানমন্ত্ৰী মোদী, অমিত শ্বাহ আৰু চি আৰ পাটিলৰ নেতৃত্বত দলটোৱে আসনৰ সংখ্যা ১৪০ অতিক্ৰম কৰাৰ লক্ষ্য স্থিৰ কৰিছে।গুজৰাট ৰাজ্যত ১ আৰু ৫ ডিচেম্বৰত দুটা পৰ্যায়ত ভোটগ্ৰহণ হ’ব। ভোটগণনা 8 ডিচেম্বৰত হ’ব।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিহাৰৰ কিন্নৰ সমাজে নিৰ্মাণ কৰিব নৰেন্দ্ৰ মোদীৰ মন্দিৰ : প্ৰধানমন্ত্ৰীৰ মূৰ্তিৰ সন্মুখত কৰিব পূজা-অৰ্চনা

বিহাৰৰ কিন্নৰ সমাজে নিৰ্মাণ কৰিব নৰেন্দ্ৰ মোদীৰ মন্দিৰ : প্ৰধানমন্ত্ৰীৰ মূৰ্তিৰ সন্মুখত কৰিব পূজা-অৰ্চনা

August 1, 2026 12:34 pm
হিৰোচিমাৰ উপকূলীয় বালিত ৰহস্যময় পদাৰ্থৰ; ৭হাজাৰ ডিগ্ৰী চেলছিয়াছ তাপত সৃষ্ট অনন্য ধাতু!

হিৰোচিমাৰ উপকূলীয় বালিত ৰহস্যময় পদাৰ্থৰ; ৭হাজাৰ ডিগ্ৰী চেলছিয়াছ তাপত সৃষ্ট অনন্য ধাতু!

August 1, 2026 12:21 pm
প্ৰণৱ দলেৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি দিয়াক তীব্ৰ গৰিহণা, তাৎক্ষণিক মুক্তিৰ দাবী বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ

প্ৰণৱ দলেৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি দিয়াক তীব্ৰ গৰিহণা, তাৎক্ষণিক মুক্তিৰ দাবী বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ

August 1, 2026 11:49 am
অসমৰ বানত মৃত্যুৰ সংখ্যা ৮২জনলৈ বৃদ্ধি; ১.৯২ লাখলৈ হ্ৰাস পাইছে আক্ৰান্তৰ সংখ্যা

অসমৰ বানত মৃত্যুৰ সংখ্যা ৮২জনলৈ বৃদ্ধি; ১.৯২ লাখলৈ হ্ৰাস পাইছে আক্ৰান্তৰ সংখ্যা

August 1, 2026 11:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিহাৰৰ কিন্নৰ সমাজে নিৰ্মাণ কৰিব নৰেন্দ্ৰ মোদীৰ মন্দিৰ : প্ৰধানমন্ত্ৰীৰ মূৰ্তিৰ সন্মুখত কৰিব পূজা-অৰ্চনা

বিহাৰৰ কিন্নৰ সমাজে নিৰ্মাণ কৰিব নৰেন্দ্ৰ মোদীৰ মন্দিৰ : প্ৰধানমন্ত্ৰীৰ মূৰ্তিৰ সন্মুখত কৰিব পূজা-অৰ্চনা

August 1, 2026 12:34 pm
হিৰোচিমাৰ উপকূলীয় বালিত ৰহস্যময় পদাৰ্থৰ; ৭হাজাৰ ডিগ্ৰী চেলছিয়াছ তাপত সৃষ্ট অনন্য ধাতু!

হিৰোচিমাৰ উপকূলীয় বালিত ৰহস্যময় পদাৰ্থৰ; ৭হাজাৰ ডিগ্ৰী চেলছিয়াছ তাপত সৃষ্ট অনন্য ধাতু!

August 1, 2026 12:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd