• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ জনসাধাৰণৰ বিজেপিলৈ নমো, বিৰোধীক স্বাহা

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
May 23, 2019 10:50 pm
narendra-modi-during-road-show_4cd252d0-0219-11e7-b1f1-d4c6cd13dfb1-960x500

ফটো : ইন্টাৰনেটৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা নিৰ্বাচনৰ ফলাফলৰ ধাৰাই দেশত পুনৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এখন বিজেপি চৰকাৰ গঠন হোৱা নিশ্চিত কৰাৰ লগতে বিৰোধী দলসমূহৰ শোচনীয় স্থিতি উদঙাই দিছে। আনুষ্ঠানিকভাৱে নিৰ্বাচনী ফলাফল ঘোষণাত বিলম্ব হ’লেও ফলাফলৰ শেহতীয়া স্থিতিয়ে বিজেপিৰ নিৰংকুশ বিজয় নিশ্চিত কৰিছে।

বিজেপি নেতৃত্বাধীন এন ডি এই মুঠ ৫৪২ খন আসনৰ প্ৰায় ৩৪৯ খন আসনত অগ্ৰগতি লাভ কৰি বিজয়ৰ দিশে আগবাঢ়িছে। ইয়াৰ ভিতৰত বিজেপিয়ে অকলেই ১৬২খন আসনত জয়লাভ কৰিছে আৰু ১৪১ খন আসনত অগ্ৰগতি লাভ কৰিছে। সেইদৰে বিজেপিয়ে অকলশৰে ৩০৩ খন আসনত বিজয়ৰ দিশে অগ্ৰসৰ হৈছে।

Apply Now

আনহাতে, দেশৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দল কংগ্ৰেছে এতিয়ালৈকে ৩১খন আসনত জয়লাভ কৰাৰ বিপৰীতে আন ২১ খন আসনত অগ্ৰগতি লাভ কৰি মুঠতে মাত্ৰ ৫২খন আসনত বিজয়ৰ দিশত অগ্ৰসৰ হৈছে। বাকী দলবোৰে পোৱা আসনৰ সংখ্যা তেনেই নগন্য।

অসমত বিজেপিয়ে ৯খন আসনত, কংগ্ৰেছে ৩খনত, এআইয়ুডিএফে ১খন আৰু নিৰ্দলীয়ই ১খন আসনত বিজয়ৰ দিশে আগবাঢ়িছে। ইয়াৰ ভিতৰত ডিব্ৰুগড় আৰু কৰিমগঞ্জ সমষ্টিৰ ফলাফল নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে।

বিজেপিৰ এই অভূতপূৰ্ব উত্থান তথা বিজয়ৰ ধাৰাই পুনৰ কেন্দ্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰিলে। আনহাতে, এই নিৰ্বাচনত কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহ প্ৰায় ধূলিস্যাৎ হোৱাৰ লেখীয়া হৈ পৰিল।

দেশৰ জনসাধাৰণে এইবাৰ অধিকাংশ ৰাজনৈতিক বিশ্লেষক তথা পণ্ডিতৰ ভৱিষ্যৎবাণী মষিমূৰ কৰি নৰেন্দ্ৰ মোদীকে পুনৰ প্ৰধানমন্ত্ৰী হিচাপে ৰায়দান কৰিলে। আনহাতে, বিজেপিৰ বিৰোধিতাৰে নিৰ্বাচনত নমা বিৰোধীপক্ষক সম্পূৰ্ণ নস্যাৎ কৰি সংবাদ মাধ্যমত চৰ্চিত হৈ থকা সকলোবোৰ ইচ্ছ্যুক অন্ত:সাৰশূন্য কৰি তুলিলে।

ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd