• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘পেট্ৰ’ল ডিজেলৰ মূল্য নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি এতিয়া পাভ লুটি মাৰিছে বিজেপিয়ে’ : আপ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
July 1, 2020 3:41 pm
NCtsW6SR_400x400(1)
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি দলে নিৰ্বাচনৰ সময়ত পেট্ৰ’ল ডিজেলৰ মূল্য নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি এতিয়া পাভ লুটি মাৰিছে। এই অভিযোগ আম আদমি পাৰ্টি, অসমৰ।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিৰ যোগে এই কথা প্ৰকাশ কৰিছে আপএ

Apply Now

মোডী চৰকাৰক পুঁজিপতিৰ চৰকাৰ বুলি আখ্যা দিয়াৰ লগতে জন বিৰোধী নীতিসমূহৰ গৰিহণা আম আদমি পাৰ্টি, অসমে কয় যে, ‘আম আদমি পাৰ্টি কৰ’না মহামৰীৰ এই জটিল সময়ত শ্ৰমহীন ৰাইজৰ মাজত যি এক অৰ্থনৈতিক দুৰাৱস্থাৰ সৃষ্টি হৈছে সেই সময়ত চৰকাৰ খনে পেট্ৰ’ল ডিজেলৰ মূল্য হ্ৰাস কৰি দেশৰ জনতাক সকাহ দিয়াৰ পৰিৱৰ্তে ব্যাপক মূল্য বৃদ্ধি ঘটাইছে।’

ইপিনে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হ’লে দেশৰ অৰ্থনীতিত, কৃষি খণ্ডত ক্ষতি হয় বুলি উল্লখ কৰি আম আদমী পাৰ্টী অসমৰ সাধৰন সম্পাদক বনদ্বীপ দত্তই কয়, ‘কৰ’নাৰ এই দুৰ্যোগৰ সময়ত মানুহে চাকৰি হেৰুৱাইছে, ব্যৱসায় হেৰুৱাইছে৷ তেনে পৰিপ্ৰেক্ষিত আকৌ মাধমাৰ শোধাই আছে চৰকাৰে৷’

তেওঁ পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি হ্ৰাস কৰাৰ লগতে পেট্ৰল ডিজেলৰ যি কৰ তাকে মাফ কৰাৰ দাবী জনায়।

আনহাতে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰ দেশৰ জনসাধাৰণৰ প্ৰকৃত সমস্যা সম্পৰ্কত প্ৰতি কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলি উল্লখ কৰিছে।

বিবৃতটোত কয়,  ‘যোৱা কেইবছৰমানত বিজেপি চৰকাৰে বৃহৎ পুঁজিপতিক ৬৫ লাখ কৌটি টকা ৰেহাই দিছে অথচ সাধাৰণ মনুহৰ পৰা পেট্ৰ’ল ডিজেলৰ মূল্যবৃদ্ধি দ্বাৰা চৰকাৰখনে অধিক ধন ঘটাৰ দিহা কৰিছে।’

আজি আম আদমী পাৰ্টিয়ে সমগ্ৰ দেশতে পেট্ৰল ডিজলেৰ মূল্য বৃদ্ধৰ বাবে  প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। আম আদমী পাৰ্টি অসমেও অসমৰ বিভিন্ন জিলাত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd