DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মেঘালয়ত অকলেই নিৰ্বাচন খেলিব বিজেপিয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 7, 2019 10:38 am
AL-Hek

মেঘালয়ৰ স্বাস্থ্য মন্ত্ৰী এল হেকৰ ফাইল ফটো

797
VIEWS
Share on FacebookShare on Twitter

আগন্তুক লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা দল চমুকৈ বিজেপিয়ে মেঘালয়ত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব। মেঘালয় বিজেপিৰ নেতা-কৰ্মী আৰু বিজেপিৰ উত্তৰ-পূবৰ দায়িত্বত থকা অজয় জামুৱালৰ মাজত অনুষ্ঠিত বৈঠকত সকলোবোৰ বিষয় আলোচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে।

এন পি পি নেতৃত্বাধীন মেঘালয় ডেম’ক্ৰেটিক এলায়েন্স চৰকাৰৰ অংশীদাৰ বিজেপিয়ে লোকসভা নিৰ্বাচনত ৰাজ্যখনৰ দুয়োটা সমষ্টি ক্ৰমে তুৰা আৰু শ্বিলঙৰ পৰা নিজাববীয়াকৈ প্ৰাৰ্থিত্ব আগবঢ়াব।

এই সন্দৰ্ভত বিজেপি নেতা তথা মেঘালয় চৰকাৰৰ মন্ত্ৰী এল হেকে কয়, ‘আমি মেঘালয়ৰ দুয়োটা সংসদীয় সমষ্টিতে অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো’।

অতি শীঘ্ৰে নিৰ্বাচনী সমিতিখন গঠন কৰা হ’ব আৰু সেই সমিতিখনে প্ৰাৰ্থী বাচনি প্ৰক্ৰিয়া চলাব বলি হেকে জনায়। তেওঁ লগতে কয় যে ইতিমধ্যে দুয়োটা সমষ্টিৰ পৰা চাৰি-পাঁচজনমান প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ ইচ্ছা প্ৰকাশ কৰিছে।

উল্লেখ্য যে দলটোৱে অকলেই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ যি সিদ্ধান্ত ল’লে সেই বিষয়ে ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহক জনোৱাৰ উদ্দেশ্যে দলটোৰ এটা প্ৰতিনিধি দল দিল্লীলৈ যাব বুলিও জানিবলৈ দিয়ে।

ইফালে দলটোৱে নিৰ্বাচনত ৰাজ্যখনৰ পৰা দুয়োখন আসনতে নিজৰ প্ৰাৰ্থী জয়ী হ’ব বুলি মেঘালয় বিজেপিৰ সভাপতিৰ লগতে দলীয় নেতা-কৰ্মীসকলে দাবী কৰে।

মেঘালয় ডেম’ক্ৰেটিক এলায়েন্স চৰকাৰৰ অংশীদাৰ দলসমূহৰ মাজত মিত্ৰতা সন্দৰ্ভত যোৱা ৫ মাৰ্চলৈ কোনো আলোচনা নোহোৱাৰ প্ৰতি লক্ষ্য ৰাখিয়েই মেঘালয় বিজেপিয়ে অকলে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Recent News

Akhilesh Yadav on Bihar Politics

বিহাৰৰ পৰা আৰম্ভ হৈছে ‘বিজেপি ভগাও’ শ্ল’গান: নীতিশ কুমাৰৰ সিদ্ধান্তক আদৰণি অখিলেশ যাদৱৰ

Assam

চেৰফাংগুৰিত আৰক্ষীৰ অভিযান: নাগালেণ্ডৰ লটাৰী টিকটসহ চাৰিজনক গ্ৰেপ্তাৰ

Sunil Chhetri AIFF Footballers Of Year

সপ্তমবাৰৰ বাবে ভাৰতীয় ফুটবলৰ বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান সুনীল ছেত্ৰীলৈ; মনীষা কল্যাণলৈ মহিলাৰ শ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান

Chess Olympiad

দবা অলিম্পিয়াডত সাফল্য ভাৰতৰ: ব্ৰঞ্জ জিনিলে ভাৰতৰ ‘বি’ দল আৰু মহিলা ‘এ’ দলে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd