• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়কক লৈ আগবাঢ়িব বিজেপি: বিজয়ৰ পিছতে দৃঢ় মন্তব্য হিমন্ত বিশ্বৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 24, 2019 1:30 pm
Himanta-pic-1-1-750x375

হিমন্ত বিশ্ব শৰ্মা। উৎস-ইণ্টাৰনেট

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ উত্তৰ-পূবৰ প্ৰধান নিৰ্বাচনী ৰণনীতিজ্ঞ তথা অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে নাগৰিকত্ব বিধেয়কক লৈ তেওঁৰ দল পুনৰ অগ্ৰসৰ হ’ব।

বিজেপিৰ দেশজোৰা বিজয়ৰ পিছতে এন দি টিভিৰ সৈতে এটা ভিডিঅ’ সাক্ষাৎকাৰত শৰ্মাই কয় যে অসম আৰু পশ্চিম বংগত দলে লাভ কৰা বৃহৎ সমৰ্থনে এই পদক্ষেপৰ ন্যায্যতা প্ৰতিপন্ন কৰিছে।

Apply Now

“সকলো অপপ্ৰচাৰৰ পিছতো আমি পোৱা সমৰ্থনে এইটো স্পষ্ট কৰি দিছে যে CABৰ প্ৰতি বিৰোধিতা পনীয়া। CABৰ প্ৰতিশ্ৰুতিৰে পশ্চিম বংগ আৰু অসমত আমি সফলতা পাইছো,” হিমন্তই এন দি টিভিক কয়।

তেওঁ কয় যে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ নিপীড়িত সংখ্যালঘুক আশ্ৰয় আৰু নাগৰিকত্ব দিবলৈ বিজেপি প্ৰতিজ্ঞাবদ্ধ।

দিল্লীস্থিত বিজেপি সূত্ৰই জনোৱা মতে অসম আৰু পশ্চিম বংগৰ চমকপ্ৰদ বিজয়ৰ পিছত, CAB-স্থিতিয়ে গেৰুৱা ব্ৰিগে’দক নিৰ্বাচনী সফলতাত সহায় কৰিলে বুলি ভাবিবলৈ দলৰ নেতৃত্বৰ যথাৰ্থ কাৰণ আছে।

বিজেপিৰ দলীয় কেন্দ্ৰৰ উপলব্ধি হৈছে— CAB-ৰ প্ৰতিশ্ৰুতিৰ বিপৰীতে তৃণমূল কংগ্ৰেছ আৰু কংগ্ৰেছৰ বিৰোধিতাই বিজেপিৰ পিছফালে বাঙালী হিন্দু ভোটৰ সমাৱেশ কৰাত সহায় কৰিলে আৰু ইয়েই পশ্চিম বংগ, ত্ৰিপুৰা আৰু অসমত চমকপ্ৰদ সাফল্যৰ দিশে দলটোক লৈ গ’ল।

“CAB যিমান পাৰি শীঘ্ৰে সংসদত উত্থাপিত কৰিব লগা এখন বিধেয়ক। আন দলসমূহে ইয়াৰ বিৰোধিতা মূঢ়তা বুলি উপলব্ধি কৰিব আৰু আমাক সমৰ্থন কৰিব। যদি সেয়ে হয় তেন্তে, আমি দুয়ো সদনতে বিধেয়কখন পাৰ কৰিব পাৰিম—যিটো যোৱাবাৰ আমি পৰা নাছিলো,” নাম প্ৰকাশ নকৰাৰ চৰ্তত এজন শীৰ্ষ বিজেপি নেতাই জনায়। মিদিয়াত এই সন্দৰ্ভত বক্তব্য ৰখাৰ বাবে তেওঁক দলীয় কৰ্তৃত্ব দিয়া হোৱা নাই।

এন দি টিভিৰ পৰিৱেশক নিধি ৰাজদানে CAB ধৰ্মীয়ভাৱে পৰিচালিত আৰু সেয়ে ই ভাৰতীয় ব্যৱস্থাৰ মৌলিক আধাৰসমূহৰ বিৰোধী বুলি হিমন্ত বিশ্ব শৰ্মাৰ মোকাবিলা কৰাৰ চেষ্টা কৰিছিল।

“যদি আহমদিয়াৰ দৰে মুছলমানসকলে এইটো প্ৰমাণ কৰিব পাৰে যে তেওঁলোক বাংলাদেশ বা পাকিস্তানত নিপীড়িত আৰু তেওঁলোকে ভাৰতত আশ্ৰয় বিচাৰে, তেন্তে তেওঁলোকে কোনো ভাৰতীয় আদালতত এখন শপতনামা দিয়ক আৰু আমি তাক গ্ৰহণ কৰিম,” “মোক নিৰ্দিষ্ট কিছুমান নথি লাগিব, কিন্তু মনত ৰাখিব আমি মুছলমান বিৰোধী নহয়” বুলি উল্লেখ কৰি হিমন্তই কয়।

“আমি বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানত নিপীড়নৰ পৰা হাত সৰাৰ বাবে ভাৰতলৈ অহা হিন্দু, শিখ, জৈন আৰু বৌদ্ধধৰ্মীসকলক খালী সুৰক্ষিত কৰিব খোজো।”

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd