• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দানবীৰসকলৰ চকু কেবল বিজেপিত! নিৰ্বাচনী বণ্ডৰ পৰা বিজেপিৰ সংগ্ৰহ দেখি চকু থৰ লাগিল বিৰোধীৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 15, 2024 7:55 am
প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

859
VIEWS
Share on FacebookShare on Twitter

নিৰ্বাচনী বণ্ডৰ পৰা ধন সংগ্ৰহৰ ক্ষেত্ৰত বিজেপিৰ ওচৰে পাজৰে কোনো দল নাই। ২০১৯ চনৰ ১২ এপ্ৰিলৰ পৰা ২০২৪ চনৰ জানুৱাৰীলৈকে নিৰ্বাচনী বণ্ডৰ জৰিয়তে সৰ্বাধিক অনুদান লাভ কৰা দলসমূহৰ তালিকাত দ্বিতীয় স্থানত আছে তৃণমূল কংগ্ৰেছ। অৰ্থাৎ পশ্চিম বংগৰ শাসকীয় দলে কংগ্ৰেছতকৈ অধিক ধন লাভ কৰিছে। সেইদৰে তেলেংগানাৰ আঞ্চলিক দল বিআৰএছতকৈ কংগ্ৰেছে অলপহে বেছি ধন লাভ কৰিছে।

বৃহস্পতিবাৰে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি ২০১৯ চনৰ ১২ এপ্ৰিলৰ পৰা ২০২৪ চনৰ জানুৱাৰীলৈকে নিৰ্বাচনী বণ্ডৰ জৰিয়তে বিজেপিয়ে ৬০,৬০,৫১,১১,০০০ টকা (৬,০৬০.৫ কোটিতকৈ অধিক) অনুদান লাভ কৰিছিল। তৃণমূলে লাভ কৰা অনুদানৰ পৰিমাণ ১৬,০৯,৫৩,১৪,০০০ টকা (১,৬০৯.৫৩ কোটি টকাতকৈও অধিক)।

ভাৰতৰ সৰ্ববৃহৎ চৰকাৰী বেংক ষ্টেট বেংক অৱ ইণ্ডিয়াই উচ্চতম ন্যায়ালয়ৰ  নিৰ্দেশৰ পিছত বুধবাৰে বিয়লিৰ ভিতৰত নিৰ্বাচনী বণ্ড সম্পৰ্কীয় তথ্য নিৰ্বাচন আয়োগক দাখিল কৰে। সেই তথ্যৰ ভিত্তিত বৃহস্পতিবাৰে নিৰ্বাচনী বণ্ডৰ সকলো পৰিসংখ্যা নিৰ্বাচন আয়োগৰ ৱেবছাইটত প্ৰকাশ কৰা হৈছে।

সেই অনুসৰি, কোনটো দলক কিমান টকা দিয়া হৈছে সেই কথা প্রকাশ কৰা হোৱা নাই যদিও এটা দলে কিমান টকা পাইছে সেইটো হিচাপ কৰাটো সহজ৷ আৰু তাৰ ওপৰত ভিত্তি কৰি চাওক কোনটো দলে নিৰ্বাচনী বণ্ডৰ জৰিয়তে সৰ্বাধিক অনুদান লাভ কৰিছে। তাৎপৰ্যপূৰ্ণভাৱে চিপিআইএম শীৰ্ষ ২০টা দলৰ ভিতৰত নাই।

নিৰ্বাচনী বণ্ডৰ পৰা কোনটো ৰাজনৈতিক দলে কিমান অনুদান লাভ কৰিছে?

১) বিজেপি: ৬০,৬০,৫১,১১,০০০ টকা।

২) তৃণমূল কংগ্ৰেছ: ১৬,০৯,৫৩,১৪,০০০ টকা।

৩) ভাৰতীয় জাতীয় কংগ্ৰেছ:  ১৪,২১,৮৬,৫৫,০০০ টকা।

৪) ভাৰত ৰাষ্ট্ৰীয় সমিতি (তেলেংগানাৰ শাসকীয় দল আছিল): ১২,১৪,৭০,৯৯,০০০ টকা।

৫) বিজু জনতা দল (ওড়িশাৰ শাসকীয় দল): ৭,৭৫,৫০,০০,০০০ টকা।

৬) ডি এম কে (তামিলনাডুৰ শাসকীয় দল): ৬,৩৯,০০,০০,০০০ টকা।

৭) ৱাই এছ আৰ কংগ্ৰেছ (অন্ধ্ৰ প্ৰদেশৰ শাসকীয় দল): ৩,৩৭,০০,০০,০০০ টকা।

৮)তেলেগু দেশম পাৰ্টি : ২,১৮,৮৮,০০,০০০ টকা।

৯) শিৱসেনা (ৰাজনৈতিক দল): ১,৫৮,৩৮,১৪,০০০ টকা।

১০)ৰাষ্ট্ৰীয় জনতা দল (আৰ জে ডি): ৭২,৫০,০০,০০০ টকা।

১১) আম আদমি পাৰ্টি (আপ): ৬৫,৪৫,০০,০০০ টকা।

১২) জনতা দল (ছেকুলাৰ): ৪৩,৫০,০০,০০০ টকা।

১৩) ছিকিম ক্ৰান্তিকাৰী মৰ্চাঃ ৩৬,৫০,০০,০০০ টকা।

১৪) নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি: ৩০,৫০,০০,০০০ টকা।

১৫) জনসেনা পাৰ্টি : ২১,০০,০০,০০০ টকা।

১৬) সমাজবাদী পাৰ্টি : ১৪,০৫,০০,০০০ টকা।

১৭) বিহাৰ প্ৰদেশ জনতা দল (ইউনাইটেড): ১৪,০০,০০,০০০ টকা।

১৮) ঝাৰখণ্ড জনমুক্তি মৰ্চাঃ ১৩,৫০,০০,০০০ টকা।

১৯) শিৰোমণি আকালি দলঃ ৭,২৬,০০,০০০ টকা।

২০) এ আই এ ডি এম কে : ৬,০৫,০০,০০০ টকা।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd