• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

জনকল্যাণ নহয়,মন্দিৰ নিৰ্মাণত জনসাধাৰণৰ ধন খৰচ কৰে উত্তৰ প্ৰদেশ চৰকাৰে !

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 4, 2021 4:26 pm
Yogi Adityanath
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰপ্ৰদেশ বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে পুনৰ সাম্প্ৰদায়িক ভাষ্য প্ৰদান কৰাত উঠিপৰি লাগিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। শেহতীয়াকৈ অযোধ্যাত দীপাৱলী উপলক্ষে দিয়া এটা বক্তব্যক লৈ ব্যাপক চৰ্চা চলিছে।

যোগীয়ে কয় যে তেওঁৰ চৰকাৰে জনসাধাৰণৰ টকাসমূহ মন্দিৰৰ উন্নয়নৰ কাম খৰচ কৰে। কিন্তু পূৰ্বৰ চৰকাৰসমূহে জনসাধাৰণৰ টকা মুছলমানসকলৰ কবৰস্থানৰ বাবেহে খৰচ কৰিছিল।

কোনো দলৰ নাম উল্লেখ নকৰিলেও যোগীয়ে মূলতঃ সমাজবাদী পাৰ্টিলৈকে এনেদৰে লক্ষ্য কৰি লৈছে। যোগীয়ে কয় যে তেওঁৰ চৰকাৰে মন্দিৰৰ কথা চিন্তা কৰে, ধৰ্মৰ কথা চিন্তা কৰে আৰু সেয়ে টকাসমূহো উক্ত কামত খৰচ কৰে।

তদুপৰি তেওঁ জনায় যে উত্তৰপ্ৰদেশৰ ৫০০ টা মন্দিৰ তথা ধৰ্মীয় স্থানৰ উন্নয়নৰ বাবে কেইবাটাও প্ৰকল্প আৰম্ভণি কৰা হৈছে। তাৰ মাজৰ ৩০০ টা প্ৰকল্পৰ কাম ইতিমধ্যেই শেষ হৈছে। ইয়াৰ বাবে খৰচ কৰা হৈছে ৬৬১ কোটি টকা।

উল্লেখযোগ্য যে যোগী চৰকাৰৰ দিনত উত্তৰপ্ৰদেশৰ ব্যাপক উন্নয়ন হোৱা বুলি বিজেপিয়ে দাবী কৰি আহিছে। কিন্তু বাস্তৱিকতে তাৰ উলোটা ছৱি এখনহে পৰিস্ফূট হয়। বিশেষকৈ ক’ভিডৰ দ্বিতীয় ঢৌৰ সময়ত গংগাৰ পাৰত অজস্ৰ মৃতদেহ পৰি থকাটোৱে সচেতন লোকসকলক শিহৰিত কৰি তুলিছিল। দলিতসকলৰ সুৰক্ষাৰ পৰা নাৰী সুৰক্ষালৈকে কোনোটোতেই যোগী চৰকাৰে প্ৰাধান্য দিয়া নাই।

Apply Now

শেহতীয়াকৈ বাংগালোৰস্থিত এটা সংস্থা পাব্লিক এফেয়াৰ্ছ চেণ্টাৰে এখনি ইনডেক্স প্ৰকাশ কৰিছে। পাব্লিক এফেয়াৰ্ছ ইনডেক্স ২০২১ নামৰ উক্ত ইনডেক্সখনৰ দ্বাৰা চলিত বৰ্ষত দেশৰ ৰাজ্যসমূহৰ উন্নয়ন আৰু চৰকাৰৰ জনমুখীতাক পৰীক্ষা কৰি চোৱা হৈছে।

তদুপৰি চলিত বৰ্ষত চৰকাৰসমূহে ক’ভিড-১৯ নিয়ন্ত্ৰণ কৰাৰ ওপৰতো ইয়াত গুৰুত্ব দিয়া হৈছে। সংস্থাটোৱে জনোৱামতে, ইনডেক্সখন প্ৰস্তুত কৰিবলৈ আহৰণ কৰা সকলো তথ্য কেন্দ্ৰীয় চৰকাৰৰ পৰা লোৱা হৈছে।সেই অনুসৰি দেশৰ বৃহৎ ৰাজ্যসমূহৰ এখন তালিকা প্ৰস্তুত কৰা হৈছে।

তালিকাখনত প্ৰথমস্থানত বাওঁপন্থী শাসিত ৰাজ্য কেৰালা শীৰ্ষত আছে। তাৰ বিপৰীতে উত্তৰপ্ৰদেশ আছে অন্তিম স্থানত।

ইয়াৰ উপৰিও শেহতীয়াকৈ লখিমপুৰ খেৰী সংঘৰ্ষৰ পাছত উত্তৰপ্ৰদেশত কংগ্ৰেছৰ প্ৰিয়ংকা গান্ধীয়ে প্ৰবল জনসমাদৰ লাভ কৰা দেখা গৈছে। কংগ্ৰেছৰ উপৰিও অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টিয়েও জনসাধাৰণৰ আস্থা লাভ কৰা দেখা গৈছে। তেনে পৰিস্থিতিত যোগী আদিত্যনাথৰ এনেধৰণৰ সাম্প্ৰদায়িক ব্যাপক তাৎপৰ্য বহন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm
১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

October 10, 2026 2:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd