• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২০২১-ত বিজেপিক উৎখাত কৰা হ’ব, বিশেষকৈ উজনি অসমত বিজেপি একেবাৰে নাথাকে : শৃংখল চলিহা

পুনৰ ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ বীৰ লাচিত সেনাৰ নেতাজনক

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , January 7, 2020 5:28 pm

1 min read

Shringkhal Chaliha
1.8k
VIEWS
Share on FacebookShare on Twitter

CAA-বিৰোধী আন্দোলনৰ নেতা শৃংখল চলিহাই আজি এক প্ৰকাৰৰ হুংকাৰ দি কয় যে ২০২১-ৰ নিৰ্বাচনত বিজেপিক উৎখাত কৰা হ’ব। বিশেষকৈ উজনি অসমত বিজেপি একেবাৰে নাথাকে বুলি তেওঁৰ দাবী।

যোৱা ৩০ ডিচেম্বৰৰ পৰা বৰপেটা কাৰাগাৰত দিন পাৰ কৰা চলিহাক আজি কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাবৰ বাবে গুৱাহাটীলৈ অনা হয়। আদালতে তেওঁক পুনৰ ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

আৰক্ষীৰ বেষ্টনীৰ মাজৰ পৰাই সংবাদ মাধ্যমক উদ্দেশ্যি বীৰ লাচিত সেনাৰ নেতাজনে কয়, “সংগ্ৰাম চলি থাকিব। বিজেপিৰ বিৰুদ্ধে, CAA-ৰ বিৰুদ্ধে এই সংগ্ৰাম ২০২১-লৈকে চলিব”।

কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ পিছত চলিহাক পুনৰ বৰপেটা জেললৈ নিয়া হয়।

অহা ৯ জানুৱাৰিত উচ্চ ন্যায়ালয়ত চলিহাৰ জামিনৰ বাবে শুনানি হ’ব বুলি জনালে চলিহাৰ অধিবক্তাই।

CAA-বিৰোধী আন্দোলনৰ মাজতে কেইবাটাও অভিযোগত ২৩ ডিচেম্বৰত শৃংখল চলিহাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

২৪ ডিচেম্বৰত চি আই ডিয়ে তেওঁক ১৪ দিনৰ জিম্মাত বিচাৰিছিল যদিও দুদিনৰ বাবেহে জিম্মাত দিছিল। তাৰ পাছত ২৬ ডিচেম্বৰৰ দিনা চি আই ডিয়ে পাঁচদিনৰ জিম্মাত বিচৰাত পুনৰ দুদিনৰ বাবে জিম্মাত দিছিল।

শৃংখল চলিহাৰ বিৰুদ্ধে ধাৰা নং 120B121/121A/122/123/147/148/150/153/153A/326/333/353-ৰ অধীনত চি আই ডিয়ে 30/19 নম্বৰৰ এটা গোচৰ ৰুজু কৰিছিল।

Recent News

WhatsApp Image 2021-01-24 at 11.18.24 AM

আমষ্টাৰডামত গ্ৰেপ্তাৰ এছিয়াৰ ‘ম’ষ্ট ৱান্টেড ড্ৰাগছ সম্ৰাট’ চে চি লোপ

Story-8-15-1140x570-750x375

দেশত জীৱশ্ৰেষ্ঠৰ বৰ্বৰ কাণ্ড! নাহৰফুটুকী মাৰি মাংস খোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হ’ল ৫জন

EsaeaS7VcAArt3Q-1140x570

দুখনকৈ জনসভাত অংশ লৈ আজি বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাব অমিত শ্বাহে!

32337043_2010270292557153_5893369135034793984_n-643x375

বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ পৰলোকপ্ৰাপ্তি; শোকস্তব্ধ ভ্ৰাম্যমান জগত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd