• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২৪ ৰ লোকসভা নিৰ্বাচনত ১০০খন আসনো লাভ নকৰে ‎বিজেপিয়ে : মমতাৰ ভৱিষ্যতবাণী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 14, 2023 3:27 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দক্ষিণত নিজৰ স্থিতি শূন্য কৰি কৰ্ণাটকৰ বিধান সভাৰ নিৰ্বাচনত বেয়াকৈ মুখ থেকেছা খোৱা ভাৰতীয় জনতা পাৰ্টিৰ ভৱিষ্যত সম্পৰ্কে ডাঙৰ মন্তব্য আগবঢ়ালে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।

শনিবাৰে কৰ্ণাটকৰ বিধান সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ লগে লগে আগুন্তুক লোকসভা নিৰ্বাচনৰ ভৱিষ্যদ্বাণী কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। দেওবাৰে তেওঁ উচ্চস্বৰত কয়, “২০২৪ৰ নিৰ্বাচনত বিজেপিয়ে ১০০খন আসনো লাভ কৰিব নোৱাৰে।”

Apply Now

দেওবাৰে বিয়লি মমতা বেনাৰ্জীক সাক্ষাৎ কৰিবলৈ কালিঘাটলৈ গৈছিল বলীউডৰ ছুপাৰষ্টাৰ ছলমান খান। ছলমানৰ প্ৰস্থানৰ পিছত মমতাই তেওঁক কৰ্ণাটকক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয়, ‘লিখি ৰাখক, বিজেপিৰ শেষ আৰম্ভ হ’ল৷ বিজেপিৰ পৰাজয় আৰম্ভ হৈছে আৰু পুনৰ জয়ী হ’ব নোৱাৰে।”

ইয়াৰ পূৰ্বে বেনাৰ্জীয়ে দাবী কৰিছিল যে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক ক্ষমতাৰ পৰা উৎখাত কৰা হ’ব। তেওঁ যথেষ্ট আত্মবিশ্বাসেৰে কথাবোৰ ক’লে।

উল্লেখ্য যে, ৰাজনৈতিক বিশ্লেষক সকলৰ মতে ২৪ ৰ লোকসভা নিৰ্বাচনৰ ফলাফল কি হ’ব সেয়া কোৱাটো সম্ভৱ নহয়। মমতা বেনাৰ্জীয়ে উদ্দেশ্য হ’ল কৰ্ণাটকৰ এই পৰাজয়ক তেওঁলোকৰ সন্মুখত ৰাখি বংগত বিজেপিৰ মনোবল ভাঙি পেলোৱা।

লগতে তেওঁ বংগবাসীক পতিয়ন নিয়াব বিচাৰিছে যে বিজেপি পুনৰ জয়ী নহয়। যিহেতু অমিত শ্বাহে বংগলৈ আহি কেন্দ্ৰত বিজেপিয়েই ক্ষমতাত থাকিব বুলি উল্লেখ কৰিছিল সেয়ে তাৰ প্ৰত্যুত্বৰ হিচাপে এই উত্তৰ দিলে মমতা বেনাৰ্জীয়ে। 

মধ্য প্ৰদেশ, ছত্তীশগড়, ৰাজস্থান, বিহাৰ আৰু মহাৰাষ্ট্ৰত বিজেপিৰ পৰাজয় হ’ব বুলিও বেনাৰ্জীয়ে আত্মবিশ্বাসেৰে কয়। তেওঁ লগতে কয় যে বিজেপিৰ একমাত্ৰ আশা উত্তৰ প্ৰদেশ। এইদৰেই এতিয়া মমতা বেনাৰ্জীৰ ভৱিষ্যতবাণীয়ে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে দেশৰ ৰাজনৈতিক মহলৰ মাজত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd