• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শীঘ্ৰে গৃহীত হ’ব নাগৰিকত্ব বিধেয়ক : পশ্চিমবংগত শ্বাহৰ ঘোষণা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 2, 2019 1:55 pm

1 min read

491
VIEWS
Share on FacebookShare on Twitter

‘বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অতি শীঘ্ৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি শৰণাৰ্থী সকলক দেশৰ অন্য নাগৰিকৰ দৰে সকলো সা-সুবিধা প্ৰদান কৰিব’। এই মন্তব্য কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ।

মঙলবাৰে কলকাতাৰ এখন জনসভাত অংশ লৈ গৃহ মন্ত্ৰী গৰাকীয়ে এন আৰ চিৰ আগতেই নাগৰিকত্ব বিধেয়ক গৃহীত কৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

‘কিমান সংখ্যক বিৰোধীয়ে এই বিধেয়কখনৰ বিৰোধিতা কৰিছে সেয়া এতিয়া গুৰুত্বপূৰ্ণ নহয় কিয়নো মোদী চৰকাৰে এই বিধেয়কখন গৃহীত কৰি শৰণাৰ্থীসকলক নাগৰিকত্ব প্ৰদান কৰিবই’। এই মন্তব্য শ্বাহৰ।

ইফালে অনুপ্ৰৱেশকাৰী সন্দৰ্ভতো কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে গৃহ মন্ত্ৰী গৰাকীয়ে কয়, ‘কোনো দেশে কোটি কোটি অনুপ্ৰৱেশকাৰীৰ বোজা ব’ব নোৱাৰে। ইয়াৰ বাবে এন আৰ চি প্ৰস্তুত হ’বই লাগিব’।

এন আৰ চিৰ তীব্ৰ বিৰোধিতা কৰা পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীৰ কথা উল্লেখ কৰি গৃহ মন্ত্ৰী শ্বাহে স্পষ্ট কৰি কয়, ‘পশ্চিম বংগত এন আৰ চি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত কোনো শক্তিয়ে ৰোধ কৰিব নোৱাৰে’।

ইফালে কোনো ৰাজনৈতিক দলে হিন্দু, বৌদ্ধ শৰণাৰ্থীসকলৰ কাকো দেশ এৰি যাবলৈ বাধ্য কৰিব নোৱাৰে বুলিও শ্বাহে মন্তব্য কৰে।

উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি অহা উত্তৰ-পূবৰ অধিকাংশ চৰকাৰ তথা দল-সংগঠনে অমিত শ্বাহৰ মন্তব্যক কেনেধৰণে গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।

Recent News

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd