• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পশ্চিম বংগত হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ প্ৰতিবাদত মমতা বেনাৰ্জীৰ প্ৰতিমূৰ্তি দাহ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 8, 2019 8:35 pm

1 min read

Assam bjp worker burning effigy of West Bengal chief minister Mamata Benerjee in Maligaon, Guwahati on 08-05-19 , protest against BJP Bengal president and Assam Finance Minister Himanta Biswa Sarmah attacked at West Bengal Khejuri last night by a group of suspected TMC workers during Lok Sabha election campaining.pix by ub photos

গুৱাহাটীত বিজেপি কৰ্মীৰ দ্বাৰা মমতা বেনাৰ্জীৰ মতিমুৰ্তি দাহ

962
VIEWS
Share on FacebookShare on Twitter

পশ্চিম বংগত তৃণমূল কংগ্ৰেছ সমৰ্থিত গুণ্ডা বাহিনীৰ দ্বাৰা অসম চৰকাৰৰ মন্ত্ৰী তথা নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা আৰু পশ্চিম বংগ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ ঘোষৰ কনভয়ৰ ওপৰত মঙলাবাৰে নিশা কৰা আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত আজি গুৱাহাটীত বিজেপি কৰ্মী আৰু যুৱ মৰ্চাৰ সদস্যসকলে পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰতিমূৰ্তি দাহ কৰে।

প্ৰতিবাদকাৰী সকলে ৰাজপথত মমতা বেনাৰ্জীৰ প্ৰতিমূৰ্তি দাহ কৰি বিজেপি কৰ্মীৰ ওপৰত আক্ৰমণ সহ্য কৰা নহ’ব, মমতা বেনাৰ্জী হায় হায়, তৃণমূল কংগ্ৰেছ হায় হায় আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।

গুৱাহাটীৰ উপৰিও আজি চাংসাৰিত বিজেপি কৰ্মীসকলে মমতা বেনাৰ্জীৰ প্ৰতিমূৰ্তি দাহ কৰি হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত কৰা আক্ৰমণৰ প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখযোগ্য যে পশ্চিম বংগত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা অসমৰ বিত্ত মন্ত্ৰী তথা নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা আৰু পশ্চিম বংগৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ ঘোষৰ কনভয়ৰ ওপৰত তৃণমূল কংগ্ৰেছৰ গুণ্ডাবাহিনীয়ে ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছিল।

আনহাতে বহু সময় ধৰি তৃণমূল কংগ্ৰেছৰ গুণ্ডাবাহিনীয়ে বিজেপিৰ কৰ্মীসকলক ঘেৰাও কৰি ৰাখে। গুণ্ডাবাহিনীৰ আক্ৰমণত বহু বিজেপি কৰ্মী আহত হয় যদিও হিমন্ত বিশ্ব শৰ্মাই শৰীৰত আঘাত পোৱা নাই।

Recent News

a som

বাক্সাত ভূমিহীনৰ মুখত বিৰিঙিল হাঁহি: ৮২২ গৰাকী ভূমিহীনক পট্টা প্ৰদান

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd