• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সাংবাদিক ৰাজেন ডেকাক ফে’চবুকত ভাবুকি দিয়া বিজেপি কৰ্মীক গ্ৰেপ্তাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 29, 2019 8:25 am

1 min read

Rajen Deka

দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হোৱা সাংবাদিক ৰাজেন ডেকা। ফটো : নৰ্থ-ইষ্ট নাও

2.1k
VIEWS
Share on FacebookShare on Twitter

আৰক্ষীৰ জালত পৰিছে দৈনিক অসম কাকতৰ মুকালমুৱাৰ সাংবাদিক ৰাজেন ডেকাক ফে’চবুকত ভাবুকি দিয়া জিণ্টু মেধি নামৰ এজন যুৱক। প্ৰাপ্ত খবৰ মতে জিণ্টু মেধি এগৰাকী বিজেপি কৰ্মী।

২৫ এপ্ৰিলৰ নিশা সাংবাদিক ৰাজেন ডেকাক এটা চাৰি-পাঁচজনীয়া দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰৰে প্ৰহাৰ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত পথৰ কাষত পেলাই থৈ গৈছিল।

উল্লেখযোগ্য যে সাংবাদিক গৰাকীৰ ওপৰত আক্ৰমণ চলোৱাৰ আগৰ দিনা অৰ্থাৎ ২৪ এপ্ৰিলত বৰক্ষেত্ৰী বিজেপি কৰ্মী জিণ্টু মেধিয়ে ৰাজেন ডেকাৰ এটা বাতৰি ফে’চবুকত প’ষ্ট কৰি সাংবাদিকজনক ভাবুকি প্ৰদান কৰিছিল। উক্ত প’ষ্টটোত একাংশ ব্যক্তিয়ে ডেকাক হত্যাৰ ভাবুকিও প্ৰদান কৰিছিল।

ধৃত জিণ্টু মেধি

ইয়াৰ পিছতে সাংবাদিকজনক ২৫ এপ্ৰিলত এটা চাৰি-পাঁচজনীয়া দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰৰে প্ৰহাৰ কৰি হত্যাৰ অপচেষ্টা চলায়।

সাংবাদিক গৰাকীক আক্ৰমণ চলোৱাৰ পিছতে জিণ্টু মেধিয়ে ফে’চবুকৰ পৰা উক্ত প’ষ্টটো ডিলিট কৰিছিল। অৱশ্যে একাংশ লোকে ৰাখি থোৱা প’ষ্টটোৰ স্ক্ৰিন ছট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে শনিবাৰে নিশা জিণ্টু মেধিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰে।

আনহাতে কেইবাদিন ওকলি যোৱাৰ পিছটো আৰক্ষীয়ে উক্ত আক্ৰমণৰ সৈতে জড়িত এজনো লোকক আটক কৰিবলৈ সক্ষম নোহোৱাৰ কথাটো সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Recent News

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

Nipa Ba Final

প্ৰশ্ন সোধাটোৱেই পাপ! : মহিলা সাংবাদিকক শাৰীৰিক-মানসিকভাৱে অপদস্থ বহিৰাগত প্ৰযোজক-পৰিচালকৰ

a face

কোভিডৰ ভেকচিন গ্ৰহণৰ পিছতে মুখৰ এটা ফাল পেৰালাইছিছত আক্ৰান্ত ১৩ জনৰ ,ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd