• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বনাথত সংখ্যালঘু লোকক মাৰপিট কৰি জেল হাজোতত বিজেপি নেতা তপন হাজৰিকা

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
April 25, 2019 6:47 pm
Biswanath

তপন হাজৰিকা

25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বনাথ কাণ্ডৰ উত্তেজনা মাৰ নৌযাওতে পুনৰ বিশ্বনাথত বিজেপি নেতাৰ গুণ্ডাৰ আক্ৰমনৰ বলি হল নিৰীহ খাটি খোৱা ধৰ্মীয় সংখালঘু লোক। বিশ্বনাথ কাণ্ডৰ দৰে অনুৰূপ ধৰণে আন এজন ধৰ্মীয় সংখ্যালঘুক ইছলাম ধৰ্মত নিষিদ্ধ খাদ্য বস্তু ভক্ষণ কৰোৱা আৰু ধৰ্মীয় টুপি নিপিদ্ধিবলৈ ভাবুকি প্ৰদান কৰিছে বিজেপি নেতা তপন হাজৰিকাই। হাজৰিকাই সংখ্যালঘু শ্ৰমিকজনৰ পৰা গুণ্ডা কৰ হিচাপে মাটি পেলোৱা প্ৰতিখন গাড়ীৰ পৰা ৫০ টকাকৈ সংগ্ৰহ কৰে।

মঙলবাৰে দুপৰীয়া বিশ্বনাথ চাৰিআঁলিৰ দলগাঁও পানী যোগান আঁচনিৰ কাষত বিহপুৰীয়াৰ ঠিকাদাৰ মনোজ বৰুৱাৰ নেতৃত্বত কেইজনমান ধৰ্মীয় সংখ্যালঘু শ্ৰমিকে জে চি বি আৰু ট্ৰেক্টৰেৰে মাটি পেলোৱা কাম কৰি আছিল।

Apply Now

সেই ঠাইত বিশ্বনাথৰ তপন হাজৰিকা নামৰ এজন বিজেপি নেতাই শ্ৰমত নিয়োগ হৈ থকা ধৰ্মীয় সংখ্যালঘু কৰ্মচাৰীসকলক বেয়াকৈ মাৰধৰ কৰি প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাৰ লগতে সাম্প্ৰদায়িক মন্তব্য কৰে।

বিশ্বনাথ কাণ্ডই  সমগ্ৰ ভাৰতত চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে দুষ্কৃতিকাৰীয়ে শংকৰ-আজানৰ দেশত ভাতৃঘাটি সংঘৰ্ষৰ বীজ বিয়পাব বিচাৰিছিল। কিন্তু বিশ্বনাথৰ সমূহ জাতীয় দল-সংগঠনকে ধৰি আৰক্ষী প্ৰশাসনে সুন্দৰভাবে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। সেই ঘটনাৰ চাঞ্চল্য মাৰ নৌজাওতেই পুনৰ বিশ্বনাথত তপন হাজৰিকা নামৰ বিজেপি নেতাজনে ধৰ্মীয় সংখ্যালঘু লোকক মাৰধৰ কৰাৰ লগতে বিভিন্ন সাম্প্ৰদায়িক মন্তব্য দি ভাবুকি দিয়া কাৰ্য্যই পৰিবেশ অবনতি ঘটাব বুলি শংকা প্ৰকাশ কৰা হৈছে।

ইতিমধ্যে ভূক্তভোগী সকলে সমগ্ৰ ঘটনা সন্দৰ্ভত বিশ্বনাথ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাত বিশ্বনাথ আৰক্ষীয়ে বুধবাৰে বিজেপি নেতাজনক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে। সম্প্ৰতি জিলা কাৰাগাৰত ন্যায়িক জিম্মাত আছে বিশ্বনাথৰ বিধায়কৰ সোহাঁত স্বৰূপ তপন হাজৰিকা।

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

Stay Connected

  • 117k Fans

Recent News

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

September 1, 2026 9:04 am
ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

September 1, 2026 8:57 am
এটা যুগৰ অৱসান! আন্তৰ্জাতিক ফুটবলক বিদায় মেছিৰ; ২১ বছৰীয়া কেৰিয়াৰৰ পৰিসমাপ্তি

এটা যুগৰ অৱসান! আন্তৰ্জাতিক ফুটবলক বিদায় মেছিৰ; ২১ বছৰীয়া কেৰিয়াৰৰ পৰিসমাপ্তি

September 1, 2026 8:17 am
প্ৰষ্টেট কেন্সাৰক লৈ আপোনাৰো ভুল ধাৰণা আছে নেকি? বিশেষজ্ঞ চিকিৎসকৰ পৰা জানি লওক ৫টা গুৰুত্বপূৰ্ণ তথ্য

প্ৰষ্টেট কেন্সাৰক লৈ আপোনাৰো ভুল ধাৰণা আছে নেকি? বিশেষজ্ঞ চিকিৎসকৰ পৰা জানি লওক ৫টা গুৰুত্বপূৰ্ণ তথ্য

September 1, 2026 7:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

September 1, 2026 9:04 am
ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

September 1, 2026 8:57 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd