• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিজেপি নেতাৰ পুত্ৰৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা! গ্ৰেপ্তাৰ বিজেপি যুৱ মৰ্চাৰ নেতা ৰাকেশ নাগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 30, 2025 10:33 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোলাঘাট জিলাত পোহৰলৈ আহিছে এক বৃহাৎ সুৰা চুৰি কাণ্ড। এই সুৰা চুৰিৰ ঘটনাত জড়িত থকাৰ অভিযোগত ভাৰতীয় জনতা যুৱ মৰ্চাৰ বিলাসীপাৰা জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰাকেশ নাগক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ধৃত নেতাগৰাকীৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা উদ্ধাৰ কৰা হৈছে। এই ঘটনাই গোলাঘাট জিলাৰ পূৰ্বৰ সুৰা চুৰিৰ কাণ্ডৰ সৈতে সম্পৰ্কিত বুলি আৰক্ষীয়ে তথ্য লাভ কৰাৰ কথা সদৰী কৰিছে।

শেহতীয়াকৈ গোলাঘাটৰ এখন বিলাতী সুৰাৰ বিপনীৰ পৰা কেইবা লক্ষাধিক টকাৰ সুৰা চুৰিৰ ঘটনা সংঘটিত হৈছিল। ঘটনাৰ পিছত গোলাঘাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হয়। এই এজাহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰি আৰক্ষীয়ে গুৱাহাটীৰ পৰা ৰাজেশ দাস নামৰ এজনক গ্ৰেপ্তাৰ কৰে। ৰাজেশৰ স্বীকাৰোক্তিৰ ভিত্তিত চাপৰ আৰক্ষীয়ে বিজেপি নেতা অৰুণ কুমাৰ নাগৰ মালিকানাধীন নাগ ৱাইন শ্ব’পত অভিযান চলায়।

অভিযানৰ সময়ত আৰক্ষীয়ে তথ্যৰ ভিত্তিত চাপৰৰ বহলপুৰত অৱস্থিত ৰাজদ্বীপ বিলাতী সুৰা বিপনীৰ পৰা অবৈধ সুৰা অন্যত্ৰ সৰবৰাহৰ সময়ত ৰাকেশ নাগক হাতে-লোটে ধৰে। আৰক্ষীয়ে সুৰা সৰবৰাহৰ বাবে ব্যৱহৃত AS 01 QC 8732 নম্বৰৰ বলেৰ’ পিকআপ বাহনখন জব্দ কৰাৰ লগতে শতাধিক অবৈধ বিলাতী সুৰাৰ কাৰ্টন উদ্ধাৰ কৰে। ইয়াৰ লগতে বাহনৰ চালক মানজাত আলীকো আটক কৰা হয় বুলি সদৰী কৰিছে।

জানিব পৰা মতে, ৰাকেশ নাগৰ পিতৃ অৰুণ কুমাৰ নাগ চাপৰ পৌৰসভাৰ বিজেপিৰ উপ-পৌৰপতি। অভিযোগ উত্থাপিত হৈছে যে ৰাকেশ নাগে পিতৃৰ পদ-পদৱীৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি দীৰ্ঘদিন ধৰি পশ্চিম অসমত অবৈধ আৰু চোৰাং সুৰাৰ ৰমৰমীয়া বেহা চলাই আহিছে। এই ঘটনা পোহৰলৈ অহাৰ পিছত ভাৰতীয় জনতা যুৱ মৰ্চাৰ বিলাসীপাৰা জিলা সমিতিয়ে তাৎক্ষণিকভাৱে ৰাকেশ নাগক সাধাৰণ সম্পাদকৰ পদৰ পৰা নিলম্বন কৰে। জিলা সমিতিয়ে এক বিবৃতিত জানিবলৈ দিয়ে যে ৰাকেশ নাগে দলৰ দায়িত্বত থাকি আইনবিৰোধী কামত জড়িত হোৱাৰ কাৰণে তেওঁক তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছিংগাপুৰৰ পৰা কেতিয়া আহি পাব জুবিনৰ নশ্বৰ দেহ? শেষকৃত্য অনুষ্ঠানৰ বাবে কি প্ৰস্তুতি চলিছে?

ছিংগাপুৰৰ পৰা কেতিয়া আহি পাব জুবিনৰ নশ্বৰ দেহ? শেষকৃত্য অনুষ্ঠানৰ বাবে কি প্ৰস্তুতি চলিছে?

September 20, 2025 8:05 am
নিশাৰ সময়ত হাৰ্ট এটেকৰ বিপদ দুগুণ! সচেতন থাকক…

নিশাৰ সময়ত হাৰ্ট এটেকৰ বিপদ দুগুণ! সচেতন থাকক…

September 20, 2025 6:30 am
শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

শ্যামকানু মহন্তৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে জুবিন অনুৰাগী : মহন্তৰ নিৰাপত্তাক লৈ উদ্বিগ্ন সচেতন মহল

September 19, 2025 9:20 pm
নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

নিৰ্বাচন আয়োগৰ চাফাই অভিযান! আঁতৰালে ৮০৮টা নিষ্ক্ৰিয় ৰাজনৈতিক দল

September 19, 2025 8:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছিংগাপুৰৰ পৰা কেতিয়া আহি পাব জুবিনৰ নশ্বৰ দেহ? শেষকৃত্য অনুষ্ঠানৰ বাবে কি প্ৰস্তুতি চলিছে?

ছিংগাপুৰৰ পৰা কেতিয়া আহি পাব জুবিনৰ নশ্বৰ দেহ? শেষকৃত্য অনুষ্ঠানৰ বাবে কি প্ৰস্তুতি চলিছে?

September 20, 2025 8:05 am
নিশাৰ সময়ত হাৰ্ট এটেকৰ বিপদ দুগুণ! সচেতন থাকক…

নিশাৰ সময়ত হাৰ্ট এটেকৰ বিপদ দুগুণ! সচেতন থাকক…

September 20, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd