• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি, এবিভিপি, আপ আৰু ঐক্য সেনা অসমৰ শতাধিক কৰ্মীৰ কংগ্ৰেছত যোগদান

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 20, 2019 6:42 pm
5f1a35b9-0bbe-4951-822d-193b921db0fb

ৰাজীৱ ভৱনত বিভিন্ন দলৰ কৰ্মীৰ কংগ্ৰেছত যোগদান কাৰ্যসূচী। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি আন্দোলন হৈ থকাৰ মাজতে বিজেপি আৰু ইয়াৰ ভাতৃ সংগঠন এবিভিপিৰ একাংশ কর্মীয়েও এই আইনৰ বিৰোধিতা কৰি পদত্যাগ কৰিছিল।

তেনে সময়তে বিজেপি এবিভিপিৰ একাংশ লোক কংগ্ৰেছৰ সৈতে চামিল হোৱা পৰিলক্ষিত হৈছে।

Apply Now

শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক হৰিশ ৰাৱাট আৰু প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ উপস্থিতিত দলটোত যোগদান কৰে শতাধিক লোকে।

ইয়াৰে সৰহসংখ্যক বিজেপি, এবিভিপি আৰু ঐক্য সেনা অসমৰ পৰা পদত্যাগ কৰি যোগদান কৰা লোক।

জাগীৰোড মহাবিদ্যালয়ৰ এবিভিপি কলেজ শাখাই আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰাৰ লগতে সদস্য ভৰ্তি পত্ৰও গ্ৰহণ কৰে।

‘’আমি কা কোনোপধ্যে মানি নলওঁ। আমি বিদেশী নতুনকৈ আনিব নিবিচাৰো। সেয়েহে এবিভিপি এৰি আজি কংগ্ৰেছত যোগদান কৰিছো।‘’ যোগদান কৰা এগৰাকী ছাত্ৰীয়ে এইদৰে কয়।

ইপিনে, বিজেপিৰ সংখ্যালঘু মৰ্চাৰ পৰা পদত্যাগ কৰি ১০ গৰাকী সদস্যইয়ো আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে। ইয়াৰ ভিতৰত হাফিজ ৰাফিকুল আহমেদ, অমৰেন্দ্ৰ চৌধুৰী, চফিউজ ৰহমান অন্যতম।

আনহাতে, ঐক্য সেনা অসমৰ এজন আগশাৰীৰ নেতা বিপ্লৱ তালুকদাৰকে ধৰি ৩০ গৰাকী সদস্যই প্ৰদেশ কংগ্ৰেছত যোগদান কৰে।

ইপিনে, প্ৰাক্তন বায়ু সেনা বিষয়া বিকাশ কুমাৰ দাস আৰু মঙ্গলদৈ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ভায়’লিনা কাশ্যপেও আজি কংগ্ৰেছত যোগদান কৰে।

তাৎপয্যপূৰ্ণভাৱে, মহানগৰীৰ নুনমাটিৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰ কৌশিক কাশ্যপেও কংগ্ৰেছৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দলটোত যোগদান কৰে।

‘’চাৰিওফালে কাৰ বিৰুদ্ধে যি আন্দোলন চলি আছে সেয়ে মই কংগ্ৰেছত যোগদান কৰিছো। বিজেপিৰ লাঞ্চনা, বঞ্চনা, প্ৰতাৰণাৰ বলি হৈছে অসমৰ ৰাইজ। সেয়েহে মই ১০০ বছৰতকৈয়ো পুৰণি সৰ্বভাৰতীয় ৰাজনৈতিক দলত যোগদান কৰিলো। মোদীৰ মিঠা কথা, হিমন্তৰ জাতিভেদ কৰা কথা আৰু নচলে।‘’ কৌশিকে এইদৰে কয়।

ইয়াৰোপৰি আপৰ দুগৰাকী সদস্য ক্ৰমে নিয়াজ আহমেদ আৰু ৰূপক সুত্ৰধৰো আজি কংগ্ৰেছ দলৰ সৈতে চামিল হয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd