• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অহা ৮-৯ ছেপ্টেম্বৰত দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত আলোচনা হ’ব এন আৰ চি প্ৰসংগ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 2, 2018 10:43 am

1 min read

State-BJP-Chief-Ranjit-Dass-Centre-with-Mangalai-MP-Ramen-Deka-Right-and-President-Darrang-BJP-Nilima-Devi-at-a-party-meet-in-Mangaldai-on-Saturday-570x320

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস। ফাইল ফটো

106
VIEWS
Share on FacebookShare on Twitter

অহা ৮ আৰু ৯ ছেপ্টেম্বৰত দিল্লীত অনুষ্ঠিত হ’বলগীয়া বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু অসমৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সদস্যসকলে অংশগ্ৰহণ কৰিব।

জানিব পৰা মতে, দিল্লীত অনুষ্ঠিত হ’বলগীয়া উক্ত কাৰ্যনিৰ্বাহক সভাত অসমৰ এন আৰ চিৰ বিষয়ে আলোচনা কৰা হ’ব। বিশেষকৈ অসমত প্ৰস্তুত হৈ থকা এন আৰ চি আন ৰাজ্যতো কেনেদৰে প্ৰস্তুত কৰিব পাৰি সেই সম্পৰ্কে আলোচনা হোৱাৰ কথা আছে।

আনহাতে, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ সভাপতিত্বত শনিবাৰে দলৰ গুৱাহাটী কাৰ্যালয়ত বিজেপিৰ বিষয়ববীয়াসকলৰ এখন সভা অনুষ্ঠিত হয়। বিজেপিৰ বিষয়ববীয়াসকলৰ এই সভাত দলৰ সৰ্বোচ্চ নীতি নিৰ্দ্ধাৰক সমিতি ৰাষ্ট্ৰীয় পৰিষদলৈ ২০১৮-১৯ বৰ্ষৰ কাৰ্যকালৰ বাবে ১৪গৰাকী সদস্যক মনোনীত কৰা হয়।

লোকসভা সমষ্টিভিত্তিত মনোনীত এই  সদস্যসকল হ’ল ক্ৰমে কৰিমগঞ্জৰ মুন স্বৰ্ণকাৰ, শিলচৰৰ নীহাৰ দাস, ডিফুৰ খংছিং ৰংপি, ধুবুৰীৰ অশ্বিনী ৰায় সৰকাৰ, কোকৰাঝাৰৰ ডঃ চিটুম বসুমতাৰী, বৰপেটাৰ হেমগিৰী কোচ, গুৱাহাটীৰ প্ৰফুল্ল বৰুৱা, মঙলদৈৰ ডঃ মৃগাংক তালুকদাৰ, তেজপুৰৰ তুলসী বৰঠাকুৰ, নগাঁৱৰ ৰেখা শৰ্মা, কলিয়াবৰৰ ডঃ মৃদুল দত্ত, যোৰহাটৰ অনুপ সিং ৰাজপুৰোহিত, ডিব্ৰুগড়ৰ শশাংক দেৱ ফুকন আৰু লখিমপুৰৰ গজেন্দ্ৰ সিং।

Recent News

Facebook-Twitter-1024x512

তথ্য সুৰক্ষাক লৈ প্ৰশ্ন! সংসদীয় কমিটিয়ে তলব কৰিলে ফেচবুক, টুইটাৰ কৰ্তৃপক্ষক

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd