• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিজৰ টুইটাৰৰ সমীক্ষাতে মুখথেকেচা খালে বিজেপিৰ আই টি চেলৰ মুৰব্বীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 30, 2019 11:34 am
image_710x400xt

বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালব্য।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এখন এখনকৈ কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনত উজুটি খোৱাৰ পাছত এইবাৰ টুইটাৰৰ সমীক্ষাত বেয়াকৈ মুখথেকেচা খালে বিজেপিৰ আই টি চেলৰ মুৰব্বীয়ে।

বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালব্যই তেওঁৰ টুইটাৰ হেণ্ডলত এক সমীক্ষা চলাইছিল য’ত তেওঁৰ মতৰ বিপক্ষে অধিকাংশই ভোট দিয়ে।

Apply Now

নিজেই প্ৰস্তুত কৰা সমীক্ষাত পৰাজিত হোৱাৰ পাছত গেৰুৱা দলৰ আই টি মুৰব্বীগৰাকী টুইটাৰত ব্যাপক ট্ৰোলৰ সন্মুখীন হয়।

অমিত মালব্যই শুকুৰবাৰে পুৱা তেওঁৰ টুইটাৰ হেণ্ডলত এক সমীক্ষাৰ আয়োজন কৰে।

টুইটাৰ য়ুজাৰসকলৰ উদ্দেশ্যে তেওঁ লিখে,’’সাংবাদিক ৰাজদ্বীপ সৰদেশাই আইচিছৰ প্ৰচাৰক হোৱা উচিত।‘’

তেওঁ ইয়াৰ সপক্ষে আৰু বিপক্ষে ভোট বিচাৰি চাৰিটা অপশ্যন দাঙি ধৰে। সেইমতে ব্যৱহাৰীকাৰীসকলে “সহমত’, “সহমত নহয়’, “একেবাৰে সহমত নহয়’ আৰু “প্ৰাসংগিক নহয়’ এই চাৰিটা বিকল্পত ভোট আহ্বান কৰে।

শনিবাৰে এই টুইটাৰ সমীক্ষাত দেখা যায় যে ১ লাখ ৪০ হাজাৰ ২৮৭ টা ভোটৰ ভিতৰত অংশগ্ৰহণকাৰীসকলৰ মাজৰ মাত্ৰ ২৮ শতাংশইহে অমিতৰ লগত সহমত পোষণ কৰে।

আনবাতে, “সহমত নহয়’ অপশ্যনত ভোট পৰে ৩৩ শতাংশৰ আৰু “একেবাৰে সহমত নহয়’ অপশ্যনত ২৬ শতাংশই ভোট দিয়ে। বাকী ১৩ শতাংশ লোকে চতুৰ্থ অপশ্যনত ভোট দিয়ে।

Rajdeep Sardesai should handle PR for ISIS.

— Amit Malviya (@amitmalviya) December 27, 2019

ইপিনে, মালব্যৰ বিপৰীতে টুইট কৰি সাংবাদিক ৰাজদ্বীপ সৰদেশাইয়ে লিখে: ‘’বন্ধু, আপুনি এই নিৰ্লজ নিন্দা চলাই যাওক। নতুন বছৰত মোৰ সংকল্প, মই শান্ত থাকিম।‘’

তদুপৰি সৰদেশাইয়ে তেওঁক নতুন বছৰৰ শুভেচ্ছাও জনায়। পিচে, সমীক্ষাত হাৰি টুইটাৰত ট্ৰোলৰ সন্মুখীন হয় অমিত মালব্য।

এজন টুইটাৰ য়ুজাৰে লিখিছে: ‘’বিজেপিৰ আই টি চেলৰ মুৰব্বীয়ে নিৰ্বাচনত হাৰি গ’ল।‘’

আন এজনে লিখিছে: ‘’এয়াতো ওলোটা ইভিএম হেকিং হৈছে। আই টি মুৰব্বীয়ে ভিন্ন মতৰ অপশ্যনক দুভাগত বিভক্ত কৰি দিছে যাতে অধিক ভোটৰ ব্যৱধানত হাৰিব লগা নহয়।‘’

শেহতীয়াভাৱে দেশজুৰি বিজেপি বিৰোধী শক্তি প্ৰায় একত্ৰিত হোৱাৰ দিশে আগবাঢ়িছে আৰু বিভিন্ন সময়ত তাৰ প্ৰতিফলনো ধৰা পৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd