• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ সেনাৰ কৰ্তব্যৰ ওপৰতো সন্দেহ কৰে কংগ্ৰেছে : ৰাম মাধৱ

কংগ্ৰেছ-এআইয়ুডিএফ লগ লাগিলেও বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ সাহস নাই : ৰাম মাধৱ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 25, 2019 9:35 am
fa5ab048-2c5b-4598-9c41-1d4d1bc59a7c

বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত দেওবাৰে সংবাদমেল সম্বোধন কৰে ৰাম মাধৱে। ফটো : য়ু বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ সেনাৰ কামকাজৰ ওপৰত সন্দেহ কৰে কংগ্ৰেছে। দেওবাৰে ভাৰতীয় জনতা  পাৰ্টীৰ অসম প্ৰদেশৰ হেঙেৰাবাৰী কাৰ্যালয়ত  ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয়  সাধাৰণ সম্পাদক ৰাম মাধৱে বিৰোধী দল কংগ্ৰেছক সমালোচনা কৰি এইদৰে কয়।

ইপিনে, বিৰোধী দল হিচাপে কংগ্ৰেছে কাৰ পক্ষত নিৰ্বাচনত অৱতীৰ্ণ হৈছে তাৰ কোনো স্পষ্টতা নাই বুলি সংবাদমেলত সদৰী কৰে ৰাম মাধৱে।

Apply Now

তেওঁ কয়, ‘কংগ্ৰেছে পাকিস্তানৰ পক্ষত নিৰ্বাচন খেলিছে নে ভাৰতৰ জনসাধাৰণৰ  পক্ষত নিৰ্বাচনত অৱতীৰ্ণ হৈছে সেইয়া ভাৰতৰ  জনসাধাৰণে ধৰিবই পৰা নাই।‘

আনহাতে, বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হ’ব পৰাকৈ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ কোনো ইচ্ছু নাই বুলি সংবাদমেলত দাবী কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকজনে।

‘তেওঁলোকে কোনো ইচ্ছুবিহীনভাৱেই লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছে,‘-ৰাম মাধৱৰ মন্তব্য।

ইপিনে, কংগ্ৰেছে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰে বুলি উল্লেখ কৰি তেওঁ কয়, ‘কংগ্ৰেছ এটা পৰিয়ালকেন্দ্ৰিক দল কিন্তু বিজেপি পৰিয়াল কেন্দ্ৰিক দল নহয়।‘

তদুপৰি, লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমত কংগ্ৰেছ আৰু এআইয়ুডিএফৰ মাজত গোপন বুজা-বুজি হোৱা বুলি মন্তব্য কৰে ৰাম মাধৱে।

‘বিজেপি আৰু নৰেন্দ্ৰ মোডীৰ সৈতে সন্মুখীন হ’বলৈ সমগ্ৰ দেশতে  কোনো বিপক্ষ দলৰ ক্ষমতা আৰু সাহস নাই। সেয়েহে বিপক্ষ দল সমূহে যাৰ লগতেই  মিত্ৰতা নকৰক কিয় ইয়াত একো লাভ নহ’ব। তদুপৰি, বিজেপিক পৰাভূত কৰিবলৈয়ো কংগ্ৰেছে প্ৰয়াস কৰি আছে যদিও অন্য ৰাজ্যৰ বিৰোধীৰ দৰেই দশা অসমত কংগ্ৰেছৰো হ’ব,‘-এই দাবী ৰাম মাধৱৰ।

ইপিনে, অসমৰ ৫ জন বৰ্তমানৰ সাংসদৰ নাম প্ৰাৰ্থিত্বৰ তালিকাৰ পৰা বাদ পৰাৰ পাছতেই নগাঁৱৰ সাংসদ ৰাজেন গোহাঁই আৰু তেজপুৰৰ সাংসদ আৰ পি শৰ্মাই মুকলিভাৱে বিদ্ৰোহ কৰিলেও দলটোক আগবঢ়াই নিয়াৰ স্বাৰ্থত এইবাৰ নতুন  প্ৰাৰ্থীসমূহক বাচনি কৰা হৈছে বুলিও দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে সদৰী কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd