DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

বিতৰ্কই আমুৱালে! টেলিভিচনৰ বিতৰ্কত অংশগ্ৰহণ কৰা নেতাৰ বাবে নতুন নিয়ম বান্ধি দিলে বিজেপিয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 7, 2022 7:57 pm
BJP's New Rules For Leaders
204
VIEWS
Share on FacebookShare on Twitter

এইবাৰ নিজৰ দলৰে মুখপাত্ৰ তথা নেতাসকলৰ মুখত ৰাবাৰটেপ লগাবলৈ বাধ্য হৈছে বিজেপিয়ে। জানিব পৰা মতে, টিভি বিতৰ্কত অংশগ্ৰহণ কৰাৰ দায়িত্বত থকা দলটোৰ মুখপাত্ৰসকলৰ প্ৰতি এক বিশেষ নিয়মাৱলী প্ৰস্তুত কৰিছে দলটোৱে। সেই অনুসৰি মুখপাত্ৰসকলে যধে-মধে যিকোনো মন্তব্য কৰিব নোৱাৰিব।

মুখপাত্ৰসকলে কোনো ধৰ্মৰ ওপৰত আপত্তিজনক মন্তব্য কৰিব নোৱাৰিব। উত্তেজিত হ’ব নোৱাৰিব। তদুপৰি কেৱল বিজেপিৰ মিডিয়া চেলত অন্তৰ্ভূক্ত নেতাসকলেহে এই ডিবেটত অংশগ্ৰহণ কৰিব পাৰিব।

ডিবেটত অংশগ্ৰহণ কৰাৰ পূৰ্বে বিষয়বস্তু সম্পৰ্কতো অধ্যয়ন কৰি ল’ব লাগিব মুখপাত্ৰসকলে। মূলতঃ তেওঁলোকে চৰকাৰৰ উন্নয়নমূলক কাম কাজৰ বিষয়েই প্ৰচাৰ কৰিব লাগিব।

উল্লেখ্য যে হজৰত মহম্মদৰ বিষয়ে বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ নুপুৰ শৰ্মা আৰু নেতা নবীন জিন্দালৰ আপত্তিজনক মন্তব্যই তোলপাৰ লগাই আছে। ভাৰতৰ ওপৰত খৰ্গহস্ত হৈ আছে মধ্যপ্ৰাচ্যৰ দেশসমূহ। ভাবুকি আহি পৰিছে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত।

এনে দিশ সমূহৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিজেপিয়ে মুখপাত্ৰসকলৰ প্ৰতি শাসনাধিষ্ঠি দলটোৱে এই নিয়মাৱলীসমূহ প্ৰস্তুত কৰিছে।

আশা কৰিব পাৰি যে দলটোৰ এই নিয়মাৱলীয়ে অন্ততঃ টিভি বিতৰ্কত হোৱা শব্দ প্ৰদূষণ ৰোধ কৰাৰ লগতে মুকলিকৈ প্ৰকাশ কৰা সাম্প্ৰদায়িক মন্তব্যত লেকাম লগাবলৈ সক্ষম হ’ব।

Recent News

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Assam Govt

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Kirtikamal Borah encounter

ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd