• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে ‘হিন্দুৰ পুনৰুজ্জীৱিতকৰণ’ মন্তব্য উঠাই ল’লে তেজস্বী সূৰ্যই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 27, 2021 5:14 pm
Tejasvi Surya
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোৱা হয় যে কথাত বটা পায়, কথাত কটা যায়। মুখেৰে এটা কথা নিৰ্গত হোৱাৰ পাছত তাক ৰোধ কৰিব নোৱাৰি। বহুতো লোকে মুখেৰে অনাকাংক্ষিত কথা কোৱাৰ বাবে গৰিহণাৰ পাত্ৰ হৈ আহিছে। এইক্ষেত্ৰত বিজেপিৰ বিতৰ্কিত সাংসদ তেজস্বী সূৰ্য অন্যতম।

সততে বিজেপিৰ যুৱ নেতাসকলৰ ভিতৰত উজ্জল নক্ষত্ৰ বুলি চৰ্চা লাভ কৰি আহিছে ৩১ বৰ্ষীয় তেজস্বীয়ে। সততে বিতৰ্কিত মন্তব্যৰ বাবেও গৰিহণাৰ সন্মুখিন হৈ আহিছে তেওঁ।

Apply Now

শেহতীয়াকৈ তেওঁ মন্তব্য কৰিছিল যে যিসকলে ইতিমধ্যে খ্ৰীষ্টান আৰু ইছলাম ধৰ্মত দীক্ষিত হৈছে, তেওঁলোকে অতি সোনকালে হিন্দু ধৰ্মলৈ ঘূৰি আহিব লাগে। অৰ্থাৎ তেওঁলোকক ঘৰ ৱাপচী কৰাটো এটা প্ৰধান দায়িত্ব।

মঠ-মন্দিৰসমূহেও এইক্ষেত্ৰত বছৰেকীয়াভাৱে ব্যৱস্থা ল’ব লাগে। পাকিস্তানত হিন্দুৰ পৰা মুছলিম হোৱা লোকসকলৰ ক্ষেত্ৰতো এনেধৰণৰ ব্যৱস্থা ল’ব লাগে বুলি তেওঁ কয়।

তেজস্বীয়ে দিয়া মন্তব্যটোৰ ভিডিঅ’টোৱে ভাইৰেল হৈ পৰে। বহু লোকে এনেধৰণৰ সাম্প্ৰদায়িক মন্তব্যৰ বাবে তেওঁক গৰিহণা দিয়ে। অৱশেষত মন্তব্যটো উঠাই ল’বলৈ বাধ্য হৈ পৰে তেওঁ। টুইটাৰযোগে আজি তেজস্বীয়ে এই কথা ঘোষণা কৰে।

তেওঁ কয় যে দুদিন পূৰ্বে উডুপি শ্ৰীকৃষ্ণ মথত এটা ভাষণ প্ৰদান কৰিছিল। তেওঁৰ ভাষণটোৰ বিষয়বস্তু আছিল ভাৰতত হিন্দুৰ পুনৰ জাগ্ৰতকৰণ। কিন্তু ভাষণটোত প্ৰদান কৰা তেওঁৰ কিছু মন্তব্যক লৈ বিতৰ্ক হোৱাত তেওঁ মন্তব্যসমূহ উঠাই লৈছে।

উ্ল্লেখযোগ্য যে তেজস্বী সূৰ্য হৈছে কৰ্ণাটকৰ দক্ষিণ বাংগালোৰৰ সাংসদ। বিজেপি শাসিত ৰাজ্যখন শেহতীয়াকৈ এখন বিধেয়কক লৈ উত্তাল হৈ আছে। বিধেয়কখন হৈছে ধৰ্মান্তৰকৰণ বিৰোধী কৰ্ণাটক ধৰ্মীয় স্বাধিনতাৰ অধিকাৰ বিধেয়ক ২০২১। বিৰোধীৰ প্ৰবল বিৰোধিতাৰ স্বত্বেও কৰ্ণাটকৰ বিধানসভাত বিধেয়কখনে ইতিমধ্যে গৃহিত হৈছে।

আনহাতে, কিয় তেজস্বীয়ে এইদৰে মন্তব্যটো উঠাই লৈছে সেই লৈও চৰ্চা আৰম্ভ হৈছে। ইয়াৰ পূৰ্বে কোনো বিজেপি নেতাই এনেদৰে ৰাজহুৱা মন্তব্যসমূহ এনেদৰে উঠাই লোৱাটো পৰিলক্ষিত হোৱা নাই।

ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, আসন্ন গোৱা বিধানসভা নিৰ্বাচনৰ বাবেই তেজস্বীক এনেদৰে মন্তব্যটো উঠাই ল’বলৈ বিজেপিৰ কেন্দ্ৰীয় সমিতিয়ে জোৰ দিছে। তেজস্বীৰ মন্তব্যটোৱে গোৱাৰ খ্ৰীষ্টানধৰ্মীসকলৰ মনত বিৰূপ প্ৰভাৱ পেলাব বুলি আশংকা কৰিছে বিজেপিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd