• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাক্সা জিলাৰ দ্বাৰকুছি আৰু কুমাৰীকাটাত কোঁচ ৰাজবংশী ছাত্র সন্থাৰ ক’লা দিৱস পালন

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
August 28, 2020 11:12 am
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ কুমাৰীকাটাত কোঁচ ৰাজবংশী ছাত্র সন্থাৰ  প্ৰতাৰণা দিৱস পালন। কুমাৰীকাটা আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত পালন কৰা হয় এই প্ৰতাৰণা দিৱস।

সম্পূৰ্ণ সামাজিক দূৰত্ব মানি চলি পালন কৰে এই প্ৰতাৰণা দিৱস। প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ হায়! হায়!, ভাৰত চৰকাৰ হায়! হায়!,  আমাক এছ টি কৰিব লাগিবই আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।

Apply Now

১৯৪৯ চনৰ ২৮ আগষ্টৰ দিনা ভাৰত চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীক নিঃশেষ কৰাৰ পৰিকল্পনাৰে কমতাপুৰ ৰাজ্যৰ লগত এক চুক্তি যোগে মাৰ্জাৰ চুক্তি কৰি ভাৰতবৰ্ষৰ লগত চামিল কৰে। উক্ত দিনটো কোচ ৰাজবংশী জনগোষ্ঠীৰ এক ক’লা ইতিহাস হিচাপে পৰিগণিত হয়।

উক্ত দিনাখনৰে পৰা ভাৰত চৰকাৰে ৰাজনৈতিক ভাৱে কোচ ৰাজবংশী জনগোষ্ঠীক চাৰিওফালৰ পৰা প্ৰতাৰণা কৰা পৰিলক্ষিত হয়। লগতে ঐতিহাসিক কমতাপুৰৰ ভূমি খণ্ড বিখণ্ড কৰি কোচ ৰাজবংশী জনগোষ্ঠীৰ ৰাজহাড় ভাঙি দিয়া বাবে উক্ত দিনটোক প্ৰতাৰণা দিৱস হিচাপে পালন কৰি অহা হৈছে।

কুমাৰীকাটাৰ লগতে বাক্সা জিলাৰ দ্বাৰকুছিতো কামৰূপ জিলা কোঁচ ৰাজবংশী ছাত্র সন্থাই কলা পতাকা প্ৰদৰ্শন কৰি কলা দিৱস তথা প্ৰতাৰণা দিৱস পালন কৰে।

বাক্সা জিলাৰ দ্বাৰকুছিতো কোঁচ ৰাজবংশী ছাত্র সন্থাৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত প্ৰতাৰণা দিৱস পালন কৰা হয়।

কোঁচ ৰাজবংশী সকলক জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য গঠনৰ দাবী পূৰণ নকৰি জনগোষ্ঠীটোক চৰকাৰে প্ৰতাৰণা কৰি অহাৰ বাবে আজি ২৮ আগষ্ট তাৰিখে ছাত্র সংগঠনটোৱে বাক্সা জিলাৰ দ্বাৰকুচিত ৰঙিয়া-তামুলপুৰ-ভুটান পথত কলা পতাকা প্ৰদৰ্শন কৰি কলা দিৱস তথা প্ৰতাৰণা দিৱস পালন কৰে।

অতি শীঘ্ৰে কোঁচ ৰাজবংশী সকলক জনজাতিকৰণ নকৰিলে আৰু কমতাপুৰ ৰাজ্য গঠন নকৰিলে ভৱিষ্যতে চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলন কৰাৰ সকীয়নী দিয়ে ছাত্র সংগঠনৰ নেতা সকলে।

আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে কামৰূপ জিলা কোঁচ ৰাজবংশী ছাত্র সংস্থাৰ সভাপতি দিগন্ত তালুকদাৰ, কামৰূপ জিলা কোঁচ ৰাজবংশী ছাত্র সন্থাৰ সম্পাদক কৰুণা দাস, তামুলপুৰ আঞ্চলিক কোঁচ ৰাজবংশী ছাত্র সন্থাৰ সাংস্কৃতিক সম্পাদক দীনেশ দাস, দোংপাৰ শাখা কোঁচ ৰাজবংশী ছাত্র সন্থাৰ সাধাৰণ সম্পাদক প্ৰাণেশ্বৰ দাস, দোংপাৰ শাখা কোঁচ ৰাজবংশী ছাত্র সন্থাৰ সহকাৰী সম্পাদক  হিতেশ দাস, দোংপাৰ শাখাৰ সাংগঠনিক সম্পাদক কৃষ্ণ দাস, দ্বাৰকুচি আঞ্চলিক কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ সম্পাদক ৰুবুল দাসৰ লগতে সংগঠনটোৰ কেইবাগৰাকীও নেতা কৰ্মী উপস্থিত থাকে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd