• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিলচৰত মন্ত্ৰী পীয়ুয হাজৰিকাক কিয় ক’লা পতাকা প্ৰদৰ্শন কৰিলে?

অনুপ শৰ্মা/অনিৰুদ্ধ লস্কৰ by অনুপ শৰ্মা/অনিৰুদ্ধ লস্কৰ
September 5, 2019 10:27 pm
6-4-750x375

পীয়ুয হাজৰিকা। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বাস্থ্য বিভাগৰ ৰাজ্য মন্ত্ৰী পীয়ুয হাজৰিকাক বৃহস্পতিবাৰে শিলচৰত বৃহৎ প্ৰতিবাদৰ মাজতে ক’লা পতাকা প্ৰদৰ্শন কৰা হয়।

তেওঁ চহৰখনৰ ঐতিহাসিক গান্ধী নগৰত এখন বিনোদন উদ্যান উদ্বোধন কৰিবলৈ তালৈ গৈছিল।

Apply Now

শতাধিক লোকে ক’লা পতাকা প্ৰদৰ্শন কৰাৰ লগতে মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে শ্ল’গান দিয়ে।

প্ৰতিবাদকাৰী লোকসকলে লগতে পথ বন্ধ কৰি বিভিন্ন শ্ল’গান লিখা প্লেকাৰ্ড প্ৰদৰ্শন কৰে তথা প্ৰতিবাদ সাৱ্যস্ত কৰে।

‘’আমি  এটা শ্বপিং মল, ৰেষ্টুৰেন্ট আৰু বাৰ থকা এখন বিনোদন উদ্যান নিৰ্মাণৰ বাবে গান্ধী বাগ উদ্যানৰ ইতিহাস ধ্বংস কৰিব খোজা প্ৰস্তাৱটো গ্ৰহণ কৰিব নোৱাৰো,’’-এগৰাকী প্ৰতিবাদকাৰীয়ে কয়।

‘’গান্ধী বাগ উদ্যানখন শিলচৰৰ নাগৰিকৰ বাবে অক্সিজেন গ্ৰহণৰ স্থলী, আমি ইয়াত সেয়া অনুমতি দিব নোৱাৰো,’’-তেওঁ লগতে কয়।

প্ৰাক্তন লোকসভাৰ সাংসদ সুষ্মিতা দেবেও লগতে চৰকাৰৰ পদক্ষেপৰ বিৰোধিতা কৰে আৰু কয় যে ই পৌৰসভা আইন ভংগ কৰিছে।

‘’তেওঁলোকে শিলচৰ পৌৰ পৰিষদৰ নিৰ্বাচিত সমিতিৰ সৈতে প্ৰস্তাৱটো আলোচনা নকৰাকৈ কেনেকৈ নিবিদা আহ্বান কৰিব পাৰে,’’-দেৱে কয়।

‘’প্ৰতিবাদত অংশগ্ৰহণ কৰি আজি ৰাইজে চৰকাৰক এটা শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে,’’-তেওঁ কয়।

প্ৰাক্তন কংগ্ৰেছী সাংসদগৰাকীয়ে লগতে পৰিষদৰ বৈঠকত আলোচনা নকৰাকৈ এটা প্ৰকল্পৰ বাবে নিবিদা আহ্বান কৰা কেলেংকাৰিটোৰ এক তদন্তৰ নিৰ্দেশ দিবলৈ মুখ্য মন্ত্ৰীক আহ্বান জনায়।

‘’মোক কোৱা হৈছিল যে শিলচৰ পৌৰ সভাই গান্ধী বাগত এখন বিনোদন উদ্যান নিৰ্মাণৰ বাবে এটা প্ৰস্তাৱ গ্ৰহণ কৰিছিল,’’-মন্ত্ৰী হাজৰিকাই কয়।

‘’যদি পৌৰসভাৰ এটা প্ৰস্তাৱ থাকে, আমি বেছি হস্তক্ষেপ কৰিব নোৱাৰো কিয়নো পৌৰ পৰিষদ এখন স্বতন্ত্ৰ সংস্থা,’’-মন্ত্ৰীগৰাকীয়ে কয়।

‘’অৱশ্যে, যদি জ্যেষ্ঠ নাগৰিক তথা সংগঠনসমূহে প্ৰকল্পটোৰ বিৰুদ্ধে মোক অৱগত কৰে, আমি সেইটো চাব পাৰো,’’-তেওঁ লগতে কয়।

অনুপ শৰ্মা/অনিৰুদ্ধ লস্কৰ

অনুপ শৰ্মা/অনিৰুদ্ধ লস্কৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

July 6, 2026 12:09 pm
মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am
মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

মেক্সিকোৰ বিৰুদ্ধে ১০ জনেৰে খেলি তীব্ৰ যুঁজত বিজয়ী হেৰী কেনৰ ইংলেণ্ড; কোৱাৰ্টাৰত এইবাৰ প্ৰতিপক্ষ নৰৱে

July 6, 2026 9:56 am
‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

‘নীতিন গাডকাৰীৰ পৰীক্ষা-নিৰীক্ষাত ধ্বংস হৈছে আমাৰ গাড়ী!’ ‘ইথানল মিহলি পেট্ৰ’ল’ৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

July 6, 2026 8:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

বিশ্বকাপৰ পৰা ব্ৰাজিল বাহিৰ হোৱাৰ লগে লগে চকুলো টুকি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল’লে নেইমাৰে

July 6, 2026 12:09 pm
মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

মুম্বাইত বৰষুণৰ তাণ্ডৱ, ১০ জনৰ মৃত্যু; ভূমিস্খলনৰ বাবে বন্ধ পুনে-মুম্বাই এক্সপ্ৰেছৱে, বন্ধ স্কুল-কলেজ

July 6, 2026 11:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd