DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Video|| ক’লা পতাকাৰে নৰেন্দ্ৰ মোদীক আদৰণি গুৱাহাটীত

এন ই নাও নিউজ by এন ই নাও নিউজ
February 8, 2019 7:30 pm
3.1k
VIEWS
Share on FacebookShare on Twitter

ক’লা পতাকাৰ আদৰণিৰ মাজত শুকুৰবাৰে গুৱাহাটীত উপস্থিত হৈছে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী।

বিমান বন্দৰৰ পৰা ৰাজ ভৱনলৈকে যাত্ৰাপথত বাটে বাটে আছু, কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, যুঁজাৰু আদি সংগঠনৰ নাগৰিকত্ব বিধেয়কবিৰোধী ক’লা পতাকাৰ সন্মুখীন হয় প্ৰধান মন্ত্ৰীগৰাকী।

প্ৰধান মন্ত্ৰীগৰাকীৰ কনভয়ৰ আগমণৰ লগে লগে উত্তাল হৈ উঠে ছাত্ৰ সন্থাৰ মুখ্য কাৰ্য্যালয় লতাশিলৰ ছহিদ ন্যাস। আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য, সভাপতি দীপাংক নাথসহ প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে কাৰ্য্যালয় চৌহদতে আবদ্ধ কৰি ৰাখে যদিও বিক্ষুব্ধ প্ৰতিবাদীৰ ক’লা পতাকাৰ হাত সাৰিবলৈ সক্ষম নহ’ল প্ৰধান মন্ত্ৰী।

আছুৰ প্ৰতিবাদীক আবদ্ধ কৰি ৰখাৰ বিপৰীতে বিজেপিৰ কিছুসংখ্যক সমৰ্থকক পথত দলীয় পতাকাৰে মোদীক আদৰণি জনোৱাৰ অনুমতি দিয়ে আৰক্ষীয়ে। আছুৰ মুখ্য উপদেষ্টা ভট্টাচাৰ্য্যই বিজেপি চৰকাৰে প্ৰশাসন যন্ত্ৰ ব্যৱহাৰ কৰি খিলঞ্জীয়াৰ প্ৰতিবাদক দমন কৰিব খোজা বুলি সোচ্চাৰ হৈ উঠে।

“তেওঁলোকৰ ক্ষমতা আছে। প্ৰশাসন যন্ত্ৰ ব্যৱহাৰ কৰিছে। কিন্তু খিলঞ্জীয়াৰ ওপৰত এই দমন উফৰি যাব। এইখন অসম আমাৰ,” সংবাদ মাধ্যমত মন্তব্য ভট্টাচাৰ্য্যৰ।

লগতে পঢ়ক– Video|| চিতি বাছেৰে অগপৰ বিশাল জোঁৰ প্ৰতিবাদ ঢাকি মোদীক লৈ গ’ল স্মাৰ্ট পুলিচে

জালুকবাৰীত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত মোদীক ক’লা পতাকা দেখুৱায় আছুৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সমৰ্থকে। ছাত্ৰ-ছাত্ৰীসকলে মোদীৰ প্ৰতিকৃতিও দাহ কৰে।

Recent News

ৰাজ্যৰ ৫০ৰো অধিক স্থানত ভূমিস্খলন:বৰাক উপত্যকাকে ধৰি ত্ৰিপুৰা, মিজোৰামত তীব্ৰ খাদ্য সংকটৰ আশংকা

এফচিআইৰ গাফিলতি: হাফলঙত মাত্ৰ দুদিনৰ বাবেহে মজুত আছে খাদ্য!

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক: আক্ৰাছু

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক: আক্ৰাছু

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

filmmaker Avinash Das booked

আইএএছ বিষয়াৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহৰ ফটো শ্বেয়াৰ কৰি গ্ৰেপ্তাৰ হ’ল চলচ্চিত্ৰ নিৰ্মাতা অৱিনাশ দাস

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd