• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতৰ ডিফলু চাহ বাগানত মহকুমা প্ৰশাসনৰ উদ্যোগত ৰক্তদান শিৱিৰ সম্পন্ন

NE NOW NEWS উত্তম শইকীয়া
বোকাখাত , March 29, 2019 6:22 pm

1 min read

IMG-20190329-WA0014

বোকাখাতত ৰক্তদান শিৱিৰ সম্পন্ন

374
VIEWS
Share on FacebookShare on Twitter

গোলাঘাট জিলাৰ বোকাখাত মহকুমা প্ৰশাসন আৰু গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ সহযোগত আজি বোকাখাতৰ ডিফলু চাহ বাগানৰ চিকিৎসালয়ত এক ৰক্তদান কাৰ্যসূচী অনুষ্ঠিত হয়।

ৰক্তদান কাৰ্য্যসূচীত বোকাখাতৰ মহকুমা দণ্ডাধীশ তথা সহকাৰী আয়ুক্ত বর্ণময় ভৰদ্বাজকে  ধৰি মহকুমাধিপতি কাৰ্যালয়ৰ কেইবাগৰাকীও কর্মচাৰী,  ৩৪-নং চি.আৰ.পি.এফৰ জোৱান, বোকাখাত আৰক্ষী আৰু স্থানীয় ৰাইজৰ ২৪ গৰাকী ব্যক্তিয়ে ৰক্ত দান কৰে ।

আনহাতে, ৰক্তদান কৰাৰ আগতে ৰক্তদান কৰিবলগীয়া ব্যক্তিসকলৰ স্বাস্থ্য পৰীক্ষাও কৰা হয়। কাৰ্য্যসূচীত কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ উপ-অধীক্ষক ডা০ অনন্ত বৰুৱা,  ডিফলু বাগানৰ চিকিৎসক ডা০ মিত্রা শ্যামকে ধৰি কেইবাগৰাকীও চিকিৎসক, মহকুমা প্রশাসনৰ বিষয়া-কৰ্মচাৰী,  চি আৰ পি এফ ৰ জোৱান,  আৰক্ষীৰ উপৰিও ভাল সংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।

সহকাৰী আয়ুক্ত বৰ্ণময় ভৰদ্বাজে ৰক্তদান শিৱিৰত উপস্থিত থাকি এই মহান কাৰ্য্যত সহযোগ কৰাৰ বাবে স্থানীয় জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে আৰু এজন লোকে কৰা ৰক্তদানে আন এজন লোকৰ জীৱন ৰক্ষা কৰিব পাৰে বুলি মন্তব্য কৰে।

Recent News

a black t

চাপৰত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই বিলালে ১৫ হাজাৰকৈ টকা, কাক দিলে এই ধন?

boat capsize

নাৱৰ পৰা পৰি তিনি শিশু, এগৰাকী মহিলাসহ পাঁচগৰাকী পৰ্যটকৰ হ্ৰদত সলিল সমাধি : ১৫ জন আহত

a black t

বিটিচিৰ স্বাস্থ্য বিভাগৰ বহু কৰ্মচাৰীয়ে আজি ফোনতে শুনিবলগীয়া হ’ল ধমক, কোনে দিলে কৰ্মচাৰীক ধমক?

Manipur Two

দেশদ্ৰোহিতাৰ গোচৰত দুই মণিপুৰী সাংবাদিকক গ্ৰেপ্তাৰ : সন্ত্ৰাসবাদী সংগঠনক সমৰ্থনৰ অভিযোগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd