• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বি এম ডব্লিউৰ ভাৰতৰ মুখ্য কাৰ্য্যবাহী ৰুদ্ৰতেজ সিঙৰ হৃদক্ৰিয়া বন্ধ হৈ ৪৬ বছৰ বয়সত মৃত্যু

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 20, 2020 6:46 pm

1 min read

বি এম ডব্লিউৰ ভাৰতৰ মুখ্য কাৰ্য্যবাহী ৰুদ্ৰতেজ সিঙৰ হৃদক্ৰিয়া বন্ধ হৈ ৪৬ বছৰ বয়সত মৃত্যু

ৰুদ্ৰতেজ সিং

761
VIEWS
Share on FacebookShare on Twitter

বিলাসী বাহন নিৰ্মাতা প্ৰতিষ্ঠান বি এম ডব্লিউৰ ভাৰতৰ মুখ্য কাৰ্য্যবাহী ৰুদ্ৰতেজ সিঙৰ আজি ৰাতিপুৱা হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ বিয়োগ ঘটে।

হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা সিঙৰ মৃত্যুৰ সময়ত বয়স আছিল মাত্ৰ ৪৬ বছৰ।

বিলাসী বাহন নিৰ্মাতা প্ৰতিষ্ঠান বি এম ডব্লিউৰ ভাৰতৰ মুখ্য কাৰ্য্যবাহী হিচাপে ৰুদ্ৰতেজ সিঙক ২০১৯ চনৰ ১ আগষ্টত নি়যুক্তি দিয়া হৈছিল।

ৰুদ্ৰতেজ সিঙৰ ২৫ বছৰ বাহন নিৰ্মাতা প্ৰতিষ্ঠানত কাম কৰাৰ অভিজ্ঞতা আছিল।

বি এম ডব্লিউত যোগদানৰ পূৰ্বে সিঙে ৰোয়েল এনফিল্ডত গ্লোবেল প্ৰচিডেণ্ট হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল।

আনহাতে, ৰোয়েল এনফিল্ডত কাম কৰাৰ পূৰ্বে সিঙৰ হিন্দুস্তান য়ুনিলিভাৰ আদিৰ দৰে বৃহৎ গোষ্ঠীতো কাম কৰাৰ অভিজ্ঞতা আছিল।

ৰুদ্ৰতেজ সিঙে দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আছিল। সিঙৰ বিয়োগত বি এম ডব্লিউৰ তৰফৰ পৰা শোক ব্যক্ত কৰি শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

Recent News

a-vaccine-750x375

টীকাকৰণৰ প্রথম দিনটোতেই দেশত ৬৪জন স্বাস্থ্যকৰ্মীৰ দেহত পাৰ্শ্ব প্ৰতিক্ৰিয়া!

Screenshot_20210116_215725

জাগুনত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, এজনক গ্ৰেপ্তাৰ

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd