DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাজুলীত ভৰা ব্ৰহ্মপুত্ৰৰ মাজত ভয়ংকৰ নাও দুৰ্ঘটনা, শতাধিকৰ মৃত্যুৰ আশংকা

এন ই নাও নিউজ by এন ই নাও নিউজ
September 8, 2021 5:21 pm
305
VIEWS
Share on FacebookShare on Twitter

এক ভয়ংকৰ নাও দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্যকে।

আজি নিমাতীৰ পৰা মাজুলীৰ কমলাবাৰী ঘাটলৈ বুলি যাত্ৰা কৰিবলৈ সাজু হোৱাৰ সময়তে এখন নাও ভৰা ব্ৰহ্মপুত্ৰৰ মাজতে এখন জাহাজৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাত যাত্ৰীৰে ভৰি থকা নাও খন পানীত বুৰ যায়।

বিয়লি সংঘটিত এই ঘটনাত শতাধিক লোক হতাহত হোৱাৰ আশংকা কৰা হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি কমলাবাৰী অভিমুখী নাও খনৰ সৈতে ব্ৰহ্মপুত্ৰৰ বুকুত টিপকাই নামৰ জাহাজ খনৰ মুখামুখী সংঘৰ্ষ লাগে।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি নাও খনে বিয়লি ৪ বজাত যাত্ৰা আৰম্ভ কৰাৰ কথা আছিল যদিও টিপকাই নামৰ জাহাজ খন ঘাট আহি পোৱাত জাহাজ খন ৰখাবলৈ নাও খন ব্ৰহ্মপুত্ৰৰ কিছু মাজলৈ আঁতৰাই নিয়া হয়।

সেই সময়তে জাহাজ খনৰ সৈতে নাও খনৰ খুন্দা লাগি নাও খন বুৰ যায়।

নাও খন শতাধিক যাত্ৰী থকাৰ লগতে বহু কেইখন বাহনো আছিল বুলি জানিব পৰা গৈছে।

অধিক বাতৰিৰ বাবে অপেক্ষা কৰা হৈছে।

Recent News

building collapses in Mumbai

মুম্বাইত খহি পৰিল চাৰিমহলীয়া অট্টালিকা: নিহত ১৯ জন, ১৫ গৰাকী আহত

Maharashtra Crisis

শক্তিপীঠ কামাখ্যাত মহাৰাষ্ট্ৰৰ বিসম্বাদী নেতা একনাথ সিন্দে: আজিয়ে মহাৰাষ্ট্ৰলৈ উভতাৰ সম্ভাৱনা

lightning strikes in Bihar

বিহাৰত প্ৰকৃতিৰ তাণ্ডৱ লীলা: ধুমুহা-বজ্ৰপাতে প্ৰাণ ল’লে ১৬ জনৰ

Udaipur murder

উদয়পুৰৰ নৃশংস হত্যাই জোকাৰিছে দেশ: ৰাজস্থানত এমাহৰ বাবে জাৰি ১৪৪ ধাৰা, কৰ্তন ইণ্টাৰনেট সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd