• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বদলা পদ্ম আতাৰ জয়ন্তী : সাংস্কৃতিক আদান প্ৰদানেৰে ঐক্যবদ্ধ বৰ অসম গঢ়াৰ প্ৰস্তাৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 15, 2019 7:30 am
14-06-19 Guwahati- Badala Padma Ata birthday celebration (4)

বদলা পদ্ম আতাৰ জয়ন্তী সমাৰোহত দিহা নাম পৰিৱেশনৰ এটি মুহূৰ্ত। ফটো : য়ু বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে কলাক্ষেত্ৰ চৌহদৰ বদলা পদ্ম আতা জন্ম উৎসৱ আৰু সংস্কৃতি সমাৰোহত গুৰু দুজনাৰ নাট, জনগোষ্ঠীয় কৃষ্টি সংস্কৃতিৰে উদ্ভাসিত হৈ উঠে ।

দুপৰীয়া কলাক্ষেত্ৰত অনুষ্ঠিত ‘বৰ অসমৰ জনগোষ্ঠীয় সাংস্কৃতিক মিলন সত্ৰত’ সকলো জনগোষ্ঠীৰ প্ৰতিনিধিয়ে সকলো ধৰণৰ ভিন্নতা নেওচি সাংস্কৃতিক মিলনেৰে বৰ অসমৰ মিলন সেঁতু কটকটীয়া কৰাৰ সংকল্প গ্ৰহণ কৰে। সংস্কৃতি সমাৰোহত ধৰ্মীয়-ৰাজনৈতিক আদি পাৰ্থক্য নেওচি সাংস্কৃতিক আদান প্ৰদানেৰে ঐক্যবদ্ধ সংহতি গঢ়াৰ প্ৰস্তাৱ ৰখা হয়।

Apply Now

মহানগৰীৰ পাঞ্জাবাৰীৰ  শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে বৃহস্পতিবাৰৰ পৰা আয়োজিত শ্ৰী শ্ৰী বদলা পদ্ম আতা পুৰুষৰ ৪৭৩ সংখ্যক জন্ম জয়ন্তী আৰু সত্ৰীয়া সংস্কৃতি সমাৰোহ ২০১৯ দ্বিতীয় দিনৰ কাৰ্যসূচীত আই-মাতৃসকলে দিহা নাম পৰিবেশন কৰে।

পুৱা উষা কীৰ্তনৰ পাছতে পৰিবেশ নিকাকৰণ কাৰ্যসূচী অৰম্ভ হয়। পুৱা ৭ বজাত ভক্ত সকলে পুৱা প্ৰসংগ কৰি মণ্ডপস্থলী পবিত্ৰময় কৰি তোলে। সমাৰোহৰ সৈতে সংগতি ৰাখি আয়োজন কৰা ‘সত্ৰীয়া সংস্কৃতি: পৰম্পৰাৰ সমৃদ্ধি বৰ্তমানৰ আহ্বান’ শীৰ্ষক ৰাষ্ট্ৰীয় আলোচনা চক্ৰও অনুষ্ঠিত হয়।

আলোচনাচক্ৰত অংশগ্ৰহণ কৰি বিশিষ্ট ব্যক্তিসকলে সত্ৰ সংস্কৃতিৰ আলোকত যুৱ সমাজক আলোকিত কৰাৰ পোষকতা কৰাৰ লগতে শিক্ষা ব্যৱস্থাত শংকৰী দৰ্শনৰ উপযুক্ত পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰাৰো আহ্বান জনায়।

উক্ত আলোচনাচক্ৰৰ শুভাৰম্ভণি কৰে গৱেষক, শিক্ষাবিদ ড০ কন্দৰ্প ডেকাই। আলোচনাচক্ৰৰ তিনিখন সত্ৰত বক্তৱ্য ৰাখে শিক্ষাবিদ গৱেষক ড০ প্ৰদীপজ্যোতি মহন্ত, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ লক্ষীনন্দন বৰা, অধ্যাপিকা ড০ কৰবী ডেকা হাজৰিকা, নৃত্যাচাৰ্য যতীন গোস্বামী আৰু অধ্যাপক সুনীল কুমাৰ দত্তই। বিয়লি গুৰুজনাৰ বিৰচিত অংকীয়া নাটৰ প্ৰদৰ্শন অনুষ্ঠিত হয়।

আনহাতে, শনিবাৰে আবেলি অনুষ্ঠিত হ’বলগীয়া অন্তিম দিনৰ কাৰ্যসূচীৰ মুকলি সভাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd