• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আহি আছে বড়ো চলচ্চিত্ৰ “বেকাৰ ৰ’মিঅ’”

চাজিদ খান by চাজিদ খান
January 5, 2020 6:44 pm
poster1 final composition Bodo film ‘Bekar Romeo’ to address the socio-political issues of BTAD
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন পৰিচালক এম অ’খ্ৰাং বড়োৰ প্ৰথমখন চলচ্চিত্ৰ “বেকাৰ ৰ’মিঅ’”ই বাথৌ পূজাৰ দিনা অহা ২৮ জানুৱাৰিত মুক্তি লাভ কৰিব।

৯০ মিনিটৰ বড়ো চিনেমাখন বি টি এ দিৰ লগতে অসমৰ বহুকেইটা স্থানত একেলগে মুক্তি দিয়া হ’ব।

Apply Now

চিনেমাখনৰ আকৰ্ষণীয় প’ষ্টাৰে ইতিমধ্যে বি টি এ দিৰ চাৰিওখন চহৰতে ব্যাপক চৰ্চা লাভ কৰিছে।

ছবিখনৰ পৰিচালক-অভিনেতা বড়োৱে জনোৱামতে চিনেমাখন “অনাটকীয়” শৈলীৰে নিৰ্মিত আৰু ই বি টি এ দি অঞ্চলৰ সমাজ বাস্তৱতাক তুলি ধৰিবলৈ চেষ্টা কৰিছে।

“চিনেমাখনত কৰ্মসংস্থানহীনতা, ডাইনী হত্যা, মানুহৰ জীৱনত বন্ধৰ প্ৰভাৱ আৰু স্থানীয় বেয়া ৰাজনীতিৰ চাৰিটা আন্তঃসম্পৰ্কযুক্ত কাহিনীৰ জৰিয়তে বহল পৰিসৰৰ সামাজিক বিষয়সমূহ তুলি ধৰাৰ চেষ্টা কৰা হৈছে,” বড়োৱে কয়।

চিনেমাখনৰ সামাজিক বাৰ্তাক ৰাইজে আদৰি ল’ব বুলি আশা ব্যক্তি কৰি পৰিচালকজনে লগতে জনাই যে ছবিখনৰ সকলো অভিনেতাই প্ৰথমবাৰৰ বাবে চিনেমাত অভিনয় কৰিছে।

চিনেমাখন সাধাৰণ গাঁৱৰ মানুহৰ মাজলৈয়ো লৈ যোৱাৰ বাবে চলচ্চিত্ৰ গৃহৰ উপৰি গাঁৱে-ভূঞেও ইয়াৰ প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ লগতে জনায়।

“সাহিত্য আৰু চিনেমা দুয়োটাই সমাজৰ ঘটনাসমূহ প্ৰতিফলিত কৰে আৰু চিনেমাই বেছি বহল সংখ্যক মানুহৰ মাজলৈ বিষয়টো লৈ যায়,” বড়োৱে কয়।

বড়োৱে লগতে জনাই যে তেওঁ চিনেমাখন মূলতঃ ভাৰত তথা দেশৰ বাহিৰৰো চলচ্চিত্ৰ মহোৎসৱসমূহলৈ প্ৰেৰণৰ লক্ষ্যৰে নিৰ্মাণ কৰা হৈছে।

চাজিদ খান

চাজিদ খান

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চামোলী সুৰংগত ভূমিস্খলন, পানী সোমাই যোৱাৰ ফলত নিহত ৭ জন শ্ৰমিক, আহত ১৪ জন

চামোলী সুৰংগত ভূমিস্খলন, পানী সোমাই যোৱাৰ ফলত নিহত ৭ জন শ্ৰমিক, আহত ১৪ জন

August 14, 2026 8:47 am
সমাৱৰ্তনত মুখ্য ন্যায়াধীশক আমন্ত্ৰণৰ বিৰোধিতা কৰাৰ ‘শাস্তি’, প্ৰতিবাদকাৰীসকলে নাপাব ‘অধিবক্তা’ স্বীকৃতি!

সমাৱৰ্তনত মুখ্য ন্যায়াধীশক আমন্ত্ৰণৰ বিৰোধিতা কৰাৰ ‘শাস্তি’, প্ৰতিবাদকাৰীসকলে নাপাব ‘অধিবক্তা’ স্বীকৃতি!

August 14, 2026 7:52 am
ভাৰতৰ ভূখণ্ড নিজৰ বুলি দাবী! ২০০ বছৰ পুৰণি চুক্তিৰ কাগজেই বিচাৰি পোৱা নাই নেপালে?

ভাৰতৰ ভূখণ্ড নিজৰ বুলি দাবী! ২০০ বছৰ পুৰণি চুক্তিৰ কাগজেই বিচাৰি পোৱা নাই নেপালে?

August 14, 2026 7:08 am
কৰ্পৰেটৰ চাপতে চেনি-নিমখ-চৰ্বিযুক্ত খাদ্যত সতৰ্কতামূলক লেবেল নাই? কেন্দ্ৰক ধমক উচ্চতম ন্যায়ালয়ৰ

কৰ্পৰেটৰ চাপতে চেনি-নিমখ-চৰ্বিযুক্ত খাদ্যত সতৰ্কতামূলক লেবেল নাই? কেন্দ্ৰক ধমক উচ্চতম ন্যায়ালয়ৰ

August 13, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চামোলী সুৰংগত ভূমিস্খলন, পানী সোমাই যোৱাৰ ফলত নিহত ৭ জন শ্ৰমিক, আহত ১৪ জন

চামোলী সুৰংগত ভূমিস্খলন, পানী সোমাই যোৱাৰ ফলত নিহত ৭ জন শ্ৰমিক, আহত ১৪ জন

August 14, 2026 8:47 am
সমাৱৰ্তনত মুখ্য ন্যায়াধীশক আমন্ত্ৰণৰ বিৰোধিতা কৰাৰ ‘শাস্তি’, প্ৰতিবাদকাৰীসকলে নাপাব ‘অধিবক্তা’ স্বীকৃতি!

সমাৱৰ্তনত মুখ্য ন্যায়াধীশক আমন্ত্ৰণৰ বিৰোধিতা কৰাৰ ‘শাস্তি’, প্ৰতিবাদকাৰীসকলে নাপাব ‘অধিবক্তা’ স্বীকৃতি!

August 14, 2026 7:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd