DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত ২৯ সংখ্যক মৃত্যু বাৰ্ষিকীত বডৌফাক সশ্ৰদ্ধ স্মৰণ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
May 1, 2019 9:46 pm
727
VIEWS
Share on FacebookShare on Twitter

বড়ো জাতিৰ পিতা বডৌফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ২৯ সংখ্যক মৃত্যু বাৰ্ষিকী আজি  গাম্ভীৰ্যপূৰ্ণ পৰিবেশত কোকৰাঝাৰৰ দোতমাৰ তুলুঙাপুৰীত পালন কৰা হয়।

মহান ব্যাক্তিগৰাকীৰ মৃত্যু বাৰ্ষিকীত দল, সংগঠন, ছাত্ৰ-ছাত্ৰীকে ধৰি বিভিন্ন ক্ষেত্ৰৰ শতাধিক লোক উপস্থিত হৈ উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমুৰ্তিত ফুলেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

বিটিচিৰ কোকৰাঝাৰত থকা সচিবালয় ভবনতো বডৌফা গৰাকীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰা হয়। বিটিচি সচিবালয়ৰ সন্মুখত থকা বডৌফাৰ প্ৰতিমুৰ্তিত সকলোৱে একেলগে তেখেতক স্মৰণ কৰে।

স্মৃতিচাৰণ সভাত সদৌ বড়ো ছাত্ৰ  সন্থাৰ সভাপতি প্ৰমোদ বড়ো, মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম, প্ৰাক্তন আবছু সভাপতি তথা প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ ওৰ্খা গৌৰাং ব্ৰহ্ম, বিটিচিৰ কাৰ্য্যবাহী সদস্য ধনেশ্বৰ গয়াৰী, উপেন্দ্ৰ নাথ ব্ৰহ্ম ট্ৰাষ্টৰ সচিব কৃষ্ণ গোপাল বসুমতাৰীকে ধৰি বিভিন্ন দলৰ নেতা-কৰ্মী উপস্থিত থাকে।

উল্লেখযোগ্য যে, বড়োসকলৰ বাবে অহৰহ সংগ্ৰাম কৰা বডৌফা উপেন্দ্ৰ নাথ ব্ৰহ্মই ১৯৬৫ চনৰ ৩১ মাৰ্চত জন্মগ্ৰহণ কৰি ১৯৯০ চনৰ ১ মে’ত পৰলোকগামী হয়। আবছুৰ সভাপতি হৈ  থকা সময়ত উপেন্দ্ৰ নাথ ব্ৰহ্মই বড়ো সকলৰ অধিকাৰৰ বাবে আন্দোলন ঘোষণা কৰাৰ লগতে সুকীয়া ৰাজ্যৰ দাবী কাৰ্য্যকৰীকৰণৰ বাবে সংগ্ৰাম চলাই গৈছিল।

Recent News

Bhima Koregaon Case

ভীমা কোৰেগাঁও গোচৰ: হাৰাশাস্তিৰ অভিযোগত কাৰাগাৰৰ ভিতৰতে অনশনত বহিল গোৰাখে

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহকৰ পৰা নেতা ৰকিবুল হুছেইনৰ পদত্যাগ! বাতৰি অস্বীকাৰ হুছেইনৰ

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহকৰ পৰা নেতা ৰকিবুল হুছেইনৰ পদত্যাগ! বাতৰি অস্বীকাৰ হুছেইনৰ

কলিয়াবৰত নকল সোণৰ বেহা; ধৃত ৪ জন লোক

কলিয়াবৰত নকল সোণৰ বেহা; ধৃত ৪ জন লোক

জলসম্পদ বিভাগৰ কাণ্ড: বাঁহ গোজ পুতি ভয়াৱহ খহনীয়া ৰোধৰ চেষ্টা; নিমাত বিধায়ক অখিল গগৈ

জলসম্পদ বিভাগৰ কাণ্ড: বাঁহ গোজ পুতি ভয়াৱহ খহনীয়া ৰোধৰ চেষ্টা; নিমাত বিধায়ক অখিল গগৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd