DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, December 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰ্ষাপাৰাত উদ্ধাৰ যুৱকৰ মৃতদেহত, আঘাতৰ স্পষ্ট  চিন  আছে মৃত শৰীৰটোত

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 8, 2023 4:03 pm
2.9k
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা অঞ্চলত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ।

প্ৰাথমিক খবৰ অনুসৰি বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ ৭ নম্বৰ গেটৰ সমীপত মৃতদেহটো উদ্ধাৰ কৰা হৈছে।

নিহত লোকজনৰ নাম প্ৰকাশ বড়ো। স্থানীয় ৰাইজৰ সন্দেহ অনুসৰি ডকাইতে আক্ৰমণ কৰি ভুক্তভোগীক মৃত অৱস্থাত এৰি থৈ গৈছিল।

খবৰ অনুসৰি মৃতদেহ উদ্ধাৰৰ সময়ত মৃতদেহৰ লগত কোনো পাৰ্চ, মোবাইল ফোন বা অন্যান্য ব্যক্তিগত সামগ্ৰী নাছিল, যিয়ে ডকাইতিৰ চেষ্টাৰ দিশলৈ আঙুলিয়াই দিয়ে।

মৃতদেহটোৰ পিঠিতো আঘাতৰ চিন থকা বুলি বিষয়াসকলে জনায়।

অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Recent News

কলিতেই মৰহিব নেকি বিৰোধী ঐক্য ইণ্ডিয়া? : ৩ ৰাজ্যত মুখথেকেছা খোৱাৰ পিছত আৰম্ভ হৈছে  জটিলতা

কলিতেই মৰহিব নেকি বিৰোধী ঐক্য ইণ্ডিয়া? : ৩ ৰাজ্যত মুখথেকেছা খোৱাৰ পিছত আৰম্ভ হৈছে  জটিলতা

Oxford Word Of The Year 2023: বিশ্বৰ শ্ৰেষ্ঠ শব্দ ‘ৰিজ’, জানেনে প্ৰেমৰ সম্পৰ্কত ইয়াৰ শক্তি কিমান?

Oxford Word Of The Year 2023: বিশ্বৰ শ্ৰেষ্ঠ শব্দ ‘ৰিজ’, জানেনে প্ৰেমৰ সম্পৰ্কত ইয়াৰ শক্তি কিমান?

হোৱাইট হাউছে জনালে, ইউক্ৰেইনক সহায় কৰিবলৈ আৰু ধন নাই আমেৰিকাৰ; কি হ’ব জেলেনস্কিৰ?

হোৱাইট হাউছে জনালে, ইউক্ৰেইনক সহায় কৰিবলৈ আৰু ধন নাই আমেৰিকাৰ; কি হ’ব জেলেনস্কিৰ?

Woman gang-raped

জনশূন্য পথত স্কুটী আৰোহী যুৱতীক দলবদ্ধ ধৰ্ষণ: আৰক্ষীৰ এনকাউণ্টাৰত দুই অভিযুক্ত আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd