• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাজানত ক’ৰ’না ৰুধিবলৈ জৰুৰীকালীন বৈঠকত মিলিত হয় বিধায়ক মমিন

দীপজ্যোতি শর্মা by দীপজ্যোতি শর্মা
March 26, 2020 2:07 pm
index.jpg00
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকজানৰ সমষ্টিৰ বিধায়ক ডা: নোমল মমিনে ক’ৰ’না ভাইৰাছ সংক্ৰমন ৰোধ কৰা বাবে নিজ সমষ্টিৰ পুলিচ-প্ৰশাসন, চিকিৎসা আৰু যোগান বিভাগৰ বিষয়া সকলৰ  সৈতে এক জৰুৰীকালীন বৈঠকত মিলিত হয়  ।

বিধায়কজনে সমষ্টি পৰিস্থিতি বুজ লোৱা লগতে আৰু অত্যৱশ্যকীয়া সামগ্ৰী সকলো ধৰণৰ যোগান অব্যাহত ৰখাৰ বাবে তৎপৰতাৰে কাম কৰিবলৈ আহ্বান জনায়।

Apply Now

ক’ৰ’না পৰা ৰাইজক সুৰক্ষাৰ কৰি ৰখাৰ লগতে সংক্ৰমন ৰোধ কৰাত কেনেদৰে যুঁজ দিব লাগিব সেই সন্দৰ্ভত অনুষ্ঠিত হয় বৈঠকখন।

বৈঠকৰ পিছতে বিধায়ক গৰাকীয়ে সমষ্টিৰ প্ৰতিখন চিকিৎসালয় পৰিদৰ্শন কৰে।

ক’ৰ’না ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ সামাজিক দূৰত্ব বজাই ৰাখা বাধ্যতামুলক বুলি কয় বিধায়ক মমিনে।

একেদৰে বাহিৰৰ পৰা অহা প্ৰতিজন ব্যক্তিক নিজ ঘৰতে আছুতীয়াকৈ ৰখা ব্যৱস্থা কৰিব লাগিব। কোনোৱে যদি এই কথা অমান্য কৰে তেন্তে আইনৰ ব্যৱস্থা গ্ৰহণ কৰি হলেও বাধ্য কৰিব লাগিব,বুলি কয় বিধায়কজনে ৷

আনহাতে  জানিব পৰা মতে সমষ্টিবাসী ৰাইজৰ সুৰক্ষা কথা চিন্তা কৰি সুলভ মূল্য চাউল ঘৰে ঘৰে দিয়াৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে বিধায়কজনে।

ইফালে যিসকল ব্যক্তি বাহিৰৰ পৰা আহিছে সেই সকলক ৰখা বাবে বিশেষ কেন্দ্ৰ স্থাপন কৰিবলৈ গৃহ পৰিদৰ্শন কৰাৰ লগতে  অধিগ্ৰহণ কৰি কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপনৰ নির্দেশ দিয়ে ৷

ইয়াৰ উপৰিও ৰন্ধন গেছৰ যোগান এই সময়ছোৱাত যাতে সমষ্টিবাসী ৰাইজে ঘৰে ঘৰে লাভ কৰে তাৰ ব্যৱস্থা কৰিবলৈ এজেঞ্চি সমূহক নির্দেশ প্ৰদান কৰিছে বিধায়ক মমিনে।

দীপজ্যোতি শর্মা

দীপজ্যোতি শর্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm
বিদেশী ধন লোৱাৰ অভিযোগত অৰুণাচলৰ পৰিৱেশ কৰ্মী ভানু টাটকৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

বিদেশী ধন লোৱাৰ অভিযোগত অৰুণাচলৰ পৰিৱেশ কৰ্মী ভানু টাটকৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

September 15, 2026 6:10 pm
মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

September 15, 2026 4:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd