• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পোষণ মাহ উপলক্ষে প্ৰশাসনৰ উদ্যোগত বোকাখাতত বিভিন্ন কাৰ্যসূচী; বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা

by
September 14, 2021 3:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত পোষণ মাহৰ লগত সংগতি ৰাখি বোকাখাত মহকুমা প্ৰশাসন আৰু পশ্চিম গোলাঘাট সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত আজি বোকাখাতত এলানি কাৰ্যসুচী ৰূপায়ন কৰা হয় ৷

এই উপলক্ষে গৰ্ভৱতী মহিলা, দুগ্ধপান কৰোৱাই থকা মহিলা আৰু শিশুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি “আয়ুস, যোগভ্যাস আৰু দাঁতৰ স্বাস্থ্য-বিধি” সম্পৰ্কীয় এটি বিশেষ কাৰ্য্যসূচী আজি পুৱা বোকাখাতৰ নাট্যমন্দিৰত অনুষ্ঠিত হয়।

Apply Now

কাৰ্য্যসূচীত আশা চুপাৰভাইজাৰ আৰু আশাকৰ্মীসকলক বিশেষভাবে প্ৰশিক্ষণ দিয়া হয়, যাতে তেওঁলোকৰ জৰিয়তে গৰ্ভৱতী মহিলা, দুগ্ধপান কৰোৱাই থকা মহিলা তথা শিশুসকলক পৰৱৰ্তী পৰ্য্যায়ত প্ৰশিক্ষণ দিব পৰা যায়।

কাৰ্য্যসূচীত সমল ব্যক্তি হিচাপে উপস্থিত থাকে বোকাখাত শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়ৰ দন্ত চিকিৎসক ডা: অৰ্চনা কুমাৰী, আয়ুৰ্বেদিক চিকিৎসক ডা: আৰ্ফিনা নিজাম আৰু আয়ুসৰ অধীনৰ যোগ প্ৰশিক্ষক বৰ্ণালী বৰা।

ইফালে পোষণ অভিযানৰ লগত সংগতি ৰাখি বাল্য বিবাহ আৰু অবৈধ মানৱ সৰবৰাহ প্ৰতিৰোধ কৰিবৰ বাবে বোকাখাত মহকুমা প্ৰশাসনৰ উদ্যোগত “মোৰো মন যায়”শীৰ্ষক এক কাৰ্য্যসূচী  বোকাখাত  চি.এন বি মহাবিদ্যালয়ত আয়োজন কৰা হয়।

অনুষ্ঠানত বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰি সমাজত প্ৰচলিত বাল্য বিবাহ প্ৰতিৰোধৰ যুদ্ধত প্ৰশাসনক সহযোগিতা আগবাঢ়াবলৈ আৰু কোনো ঠাইত বাল্য বিবাহ হ’লে তৎক্ষণিকভাৱে প্ৰশাসনক অৱগত কৰিবলৈ ছাত্ৰ-ছাত্ৰী সকলক আহ্বান জনায়।

ইয়াৰ উপৰিও শিশু শ্ৰমিক আৰু অবৈধ মানৱ সৰবৰাহ প্ৰতিৰোধৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক প্ৰশাসনক সহযোগ কৰিবলৈ মহকুমাধিপতি গৰাকীয়ে আহ্বান জনায়৷ লগতে কোনো ঠাইত বাল্য বিবাহ,অবৈধ মানৱ সৰবৰাহ ঘটনা আৰু শিশু শ্ৰমিক দেখা পালে তৎপৰতাৰে ১০৯৮ বা মহকুমা প্ৰশাসনৰ চৰকাৰী ফোন নম্বৰতো যোগাযোগ কৰিবলৈ আহ্বান জনায়।

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm
দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm
ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

September 26, 2026 2:45 pm
টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

September 26, 2026 2:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm
দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd