• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ৰ’না ভাইৰাছৰ সংক্রমণ প্ৰতিৰােধৰ বাবে বােকাখাতত সতৰ্কতামূলক ব্যৱস্থা

উত্তম শইকীয়া by উত্তম শইকীয়া
April 1, 2020 9:04 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’না ভাইৰাছৰ সংক্রমন প্ৰতিৰোধ কৰিবৰ বাবে বোকাখাত মহকুমা প্রশাসনে কেতবোৰ সতর্কতামূলক ব্যৱস্থা হাতত লৈছে। এতিয়ালৈকে মহকুমাটোত ৪০০তকৈ অধিক সন্দেহজনক ব্যক্তিক ঘৰৰ ভিতৰত ৰাখি চিকিৎসকৰ দলসমূহে নিয়মতিভাৱে স্বাস্থ্য পৰীক্ষা কৰি আছে। চাহ বাগিচাসমূহত চিকিৎসা কর্মীসকলে ঘৰে ঘৰে গৈ প্ৰতিজন সদস্যৰ স্বাস্থ্য পৰীক্ষা কৰি আছে।

মহকুমাটোত ক’ৰ’না ভাইৰাছৰ প্ৰাৰম্ভিক পৰীক্ষণৰ বাবে ছয় জনীয়া চিকিৎসকৰ দল গঠন কৰা হৈছে। বজাৰ, চাহ বাগিচা তথা বিভিন্ন ৰাজহুৱা স্থানত নিয়মিতভাৱে বীজাণু নাশক দ্রব্য ছটিওৱাৰ ব্যৱস্থা কৰিছে প্রশাসনে।

Apply Now

ল’কডাউনৰ সময়ছোৱাত মহকুমাটোৰ কহঁৰা, বোকাখাত, নুমলীগড় আৰু কমাৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান সমূহৰ তালিকা প্ৰস্তুত কৰি জনসাধাৰণক অৱগত কৰাৰ লগতে এই দোকান সমূহ পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈকে খোলা ৰখাৰ ব্যৱস্থা কৰিছে। ইয়াৰ উপৰি ঘৰে ঘৰে শাক-পাচলিৰ যােগান ধৰাৰাে ব্যৱস্থা কৰিছে।

আনহাতে দোকানীয়ে যাতে বস্তুৰ দাম বঢ়াব নােৱাৰে তাৰ বাবে প্রশাসনে খাদ্য আৰু অত্যাবশ্যকীয় সামগ্রীৰ মূল্যৰ তালিকা প্রস্তুত কৰি দিছে। বােকাখাত পৌৰ এলেকাত বাস কৰা শ্রমজীৱি তথা দিন হাজিৰা কৰা লােকসকল যাতে খাদ্য সংকটত ভােগিব লগা নহয় তাৰ বাবে অসম চৰকাৰৰ নির্দেশ মর্মে বােকাখাত মহকুমা প্রশাসনে নিঃশুল্ক সাহায্য দিয়া আৰম্ভ কৰিছে।

ইয়াৰ উপৰি মহকুমাটোৰ বিভিন্ন স্থানত অবৈধ সুৰাৰ বিৰুদ্ধে প্রশাসনৰ উদ্যোগত আৱকাৰী আৰু আৰক্ষীৰ দ্বাৰা অভিযান চলাই থকা হৈছে। ইতিমধ্যে মহকুমাটোৰ কেইবাটাও স্থানত অভিযান চলাই অবৈধ সুৰাৰ ঘাতিসমূহ উৎখাত কৰাৰ লগতে বহু পৰিমানৰ সুৰা জব্দ কৰি নষ্টও কৰা হৈছে।

ক’ৰ”না ভাইৰাচৰ সংক্রমন সম্বন্ধীয় যিকোনো তথ্যৰ বাবে ট’ল ফ্রী নম্বৰ ১০৭৭ আৰু গােলাঘাট জিলা প্রশাসনৰ ০৩৭৭৪২৮৩২৮২ নম্বৰত যােগাযােগ কৰিবলৈ আহ্বান জনাইছে মহকুমা প্ৰশাসনে।

Tags: COVID19
উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am
লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

লামডিঙত ১৯ বছৰীয়া যুৱতীৰ ৰহস্যজনক মৃত্যু! মৃত্যুৰ পূৰ্বে ইনষ্টাগ্ৰামত প’ষ্ট, প্ৰেমিকৰ বিৰুদ্ধে নিৰ্যাতনৰ গুৰুতৰ অভিযোগ

October 14, 2026 9:30 am
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

October 14, 2026 7:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

“নিজৰ দেশত ত্ৰিৰংগা উৰুওৱাটো অপৰাধ নেকি?” চিজেপি নেতাক জেললৈ প্ৰেৰণ কৰাত গৰজি উঠিল ৰাহুল-কেজৰিৱাল

October 14, 2026 12:17 pm
চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

চৌদি আৰামকোৰ কাৰ্যালয়ত আক্ৰমণ! ১০৬ ডলাৰ অতিক্ৰম কৰিলে খাৰুৱা তেলৰ মূল্যই, বিশ্বজুৰি ইন্ধন সংকটৰ আশংকা

October 14, 2026 10:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd