• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তেল চুৰি কাৰ্যত জড়িত অসম গণ পৰিষদৰ নেতা গ্ৰেপ্তাৰ; বোকাখাত অগপত ধুমুহা

উত্তম শইকীয়া by উত্তম শইকীয়া
June 15, 2021 1:08 pm
AGP leadre in diezel thief

তেল চুৰিৰ সৈতে জড়িত অগপ নেতা পৰমানন্দ দাস। ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম গণ পৰিষদৰ সভাপতি তথা কেবিনেট মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিতে দলটোৰ সক্ৰিয় সদস্য তেল চুৰি কাৰ্যত জড়িত হোৱা ঘটনাই এতিয়া সমগ্ৰ বোকাখাত সমষ্টিতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

যোৱা ১৩ জুনত বোকাখাতৰ ৰজাবাৰীত আৰক্ষীয়ে জব্দ কৰা বৃহৎ পৰিমানৰ অবৈধ চোৰাং তেলৰ সৈতে ডড়িত থকাৰ বাবে অগপৰ নেতা পৰমানন্দ দাস, জগত দাস আৰু বাগৰিৰ নুৰজামাল আলীক আটক কৰিছিল ৷

Apply Now

তেলচুৰি কাৰ্যত জড়িত তিনিওজনকে আজি বোকাখাতৰ আদালতত হাজিৰ কৰে বোকাখাত আৰক্ষীয়ে ৷

আদালতে তেল চুৰি কাৰ্যত জড়িত ৰাজীৱ দাস আৰু নুৰজামাল আলীক জেল হাজোতলৈ প্ৰেৰণ কৰাৰ বিপৰীতে ঘটনাৰ মুল অভিযুক্ত পৰমানন্দ দাসক তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে ৷

১৩ জুনত বোকাখাতৰ ৰজাবাৰীত অবৈধ ভাৱে মজুত ৰখা ডিজেল আৰু এখন খালি টেংকাৰৰ সৈতে দুই সতীৰ্থৰে পৰমানন্দ দাসক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিচত এতিয়া অসম গণ পৰিষদৰ বোকাখাত গোটত ধুমুহাৰ সৃষ্টি হৈছে ৷ কিয়নো উক্ত ঘটনাৰ মুল অভিযুক্ত পৰমানন্দ দাস অসম গণ পৰিষদ দলৰ এজন সক্ৰিয় কৰ্মী হোৱাৰ উপৰিও ২০১৮ চনৰ পঞ্চায়ত নিৰ্বাচনত অগপ দলৰ হৈ জিলা পৰিষদৰ সদস্য হিচাপে প্রতিদ্বন্দ্বিতাও কৰিছিল ৷

১৩ জুনৰ অভিযানৰ সময়ত অভিযানকাৰী দলে ঘটনাস্থলীৰ অবৈধ তেলৰ গুডামটোৰ পৰা অগপ দলৰ পতাকাৰ লগতে অতুল বৰাৰ ফটো সম্বলিত পোষ্টাৰো উদ্ধাৰ কৰিছিল ৷

ইফালে, অসম গণ পৰিষদ দলৰ এজন নেতা তেল চুৰিৰ ঘটনা সৈতে জড়িত হোৱা ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম গণ পৰিষদৰ বোকাখাত বিধান পৰিষদৰ সভাপতি জগত চন্দ্ৰ কলিতাই পৰমানন্দ দাস কোন আৰু দলৰ সৈতে তেওঁ কেনেধৰণে জড়িত বিচাৰ কৰাৰ লগতে উত্থাপিত অভিযোগ সন্দৰ্ভত দলৰ মজিয়াত আলোচনা কৰা হ’ব বুলি জনায় ৷

পৰমানন্দ দাস সঁচাকৈ যদি এই ঘটনাৰ লগত জড়িত তেন্তে তেওঁৰ সন্দৰ্ভত দলীয়ভাৱে কি ব্যৱস্থা গ্ৰহণ কৰা হ’ব সেয়া আলোচনাৰ পিচতহে জনাব পৰা যাব বুলি  সভাপতিজনে জনায় ।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd