• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, March 6, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব (সংশোধন) আইনৰ বিৰোধিতাৰে বোকাখাতত গোৰ্খা সন্মিলনৰ অৱস্থান ধৰ্মঘট

NE NOW NEWS উত্তম শইকীয়া
বোকাখাত , December 16, 2019 2:13 pm

1 min read

নাগৰিকত্ব (সংশোধন) আইনৰ বিৰোধিতাৰে বোকাখাতত গোৰ্খা সন্মিলনৰ অৱস্থান ধৰ্মঘট
193
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ লগতে সমগ্ৰ দেশতে নাগৰিকত্ব (সংশোধন) আইন বিৰোধী প্ৰতিবাদ অব্যাহত আছে। সমান্তৰালভাৱে আজি বোকাখাতত গোৰ্খা  সন্মিলনে তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰি নাগৰিকত্ব (সংশোধন) আইনৰ বিৰোধিতা কৰে।

বোকাখাত নগৰৰ মাজমজিয়াত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত বোকাখাত মহকুমাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক গোৰ্খা প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে ৷

বোকাখাত জিলা গোৰ্খা সন্মিলনৰ সভাপতি ৰাজু ছেত্ৰী আৰু সম্পাদক গৌতম দাহালে পৰিচালনাত আয়োজিত এই প্ৰতিবাদী কাৰ্যসূচীত অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ বলোভদ্ৰ তামুলীকে ধৰি কেইবাজনো সদস্যই অংশ গ্ৰহণ কৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

গোৰ্খা সন্মিলনৰ লগতে এই প্ৰতিবাদত বোকাখাত মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়েও অংশ গ্ৰহণ কৰে। লগতে প্ৰতিবাদকাৰীসকলে কোনো কাৰণতে কেতিয়াও এই আইন মানি নলয় বুলিও সকীয়াই দিয়ে।

Recent News

Prafulla satyabrata

মহাজোঁটৰ বাবে মহা অংক লৈ গুৱাহাটীত উপস্থিত প্ৰফুল্ল কুমাৰ মহন্ত

ajp

অসম জাতীয় পৰিষদৰ কোনে ক’ৰ পৰা লাভ কৰিলে প্ৰাৰ্থিত্ব?

Grand-Allience-750x375

কংগ্ৰেছ মহাজোঁটে ২১টা সমষ্টি এৰি দিলে মিত্ৰ AIUDF ক, কি কি সমষ্টি দিলে এৰি?

a bjp

প্রতীক্ষাৰ অন্ত: বিজেপি মিত্ৰজোঁটে ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা, কোনে ক’ত পালে প্ৰাৰ্থিত্ব?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd