• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চৰকাৰী পেঞ্চনাৰ সন্থাৰ বোকাখাত শাখাৰ দ্বিবার্ষিক অধিৱেশন সম্পন্ন; নতুন সমিতি গঠন

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , July 9, 2020 2:12 pm

1 min read

চৰকাৰী পেঞ্চনাৰ সন্থাৰ বোকাখাত শাখাৰ দ্বিবার্ষিক অধিৱেশন সম্পন্ন; নতুন সমিতি গঠন

ফটো : নৰ্থ-ইষ্ট নাও

226
VIEWS
Share on FacebookShare on Twitter

চৰকাৰী পেঞ্চনাৰ সন্থা অসমৰ বোকাখাত শাখাৰ দ্বিবার্ষিক অধিৱেশন আজি বোকাখাতৰ নিজা কাৰ্য্যালয় প্ৰাংগনত সামাজিক দূৰত্ব মানি অনুষ্ঠিত হয়। দ্বিবাৰ্ষিক অধিৱেশনৰ লগতে সন্থাৰ ২০ সংখ্যক প্ৰতিষ্ঠা দিৱসো পালন কৰে৷ 

এই উপলক্ষে আজি পুৱা সন্থাৰ পতাকা উত্তোলন কৰে স্থায়ী সভাপতি বুধিৰাম শইকীয়াই। স্মৃতি তৰ্পন কৰে উপদেষ্টা চৈয়দ আনিচুৰ ৰহমান আৰু খগেশ্বৰ শইকীয়াই। বৃক্ষ ৰোপন কৰে ৰবীন বৰুৱা আৰু গনেশ ছেত্ৰীয়ে।

অধিবেশনৰ বিষয় বাচনি সভাত পেঞ্চনাৰ সন্থাৰ বোকাখাত শাখাৰ পুৰনি সমিতি ভংগ কৰি বুধিৰাম শইকীয়াক সভাপতি, ৰেবকান্ত হাজৰিকাক উপ সভাপতি, ৰবীন বৰুৱাক সম্পাদক, মন্টু বৰা, গনেশ ছেত্ৰীক সহকাৰী সম্পাদক হিচাবে লৈ ১৭ জনীয়া নতুন সমিতি গঠন হয়।

অনুষ্ঠানত প্ৰদীপ খাউণ্ডে  সম্পাদকীয় প্ৰতিবেদন পাঠ কৰাৰ উপৰিও বিগত কাৰ্যকালৰ আয় ব্যয়ৰ হিচাপো সভাত দাখিল কৰে।

বুধিৰাম শইকীয়াৰ সভাপতিত্বত হোৱা মুকলি সভাত বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভবানন্দ কলিতাই মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে।

Recent News

20210121_135407

সংবাদমেলত ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণক তীব্ৰ বিৰোধিতা বীৰ লাচিত সেনাৰ

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd