• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতৰ ক’ভিড পৰিস্থিতি উদ্বেগজনক: ২৪ঘন্টাত ৩০ জন আক্ৰান্ত; সংক্ৰমণৰ হাৰ ৩.৫৪ শতাংশ

উত্তম শইকীয়া by উত্তম শইকীয়া
July 13, 2021 7:22 am
Covid19-and-Media-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাত মহকুমাত সোমবাৰেও উদ্বেগজনক হৈ আছে ক’ভিড সংক্ৰমণৰ পৰিস্থিতি ৷ মহকুমাটোত সোমবাৰৰ দিনা সংক্ৰমণৰ হাৰ হৈছে ৩.৫৪শতাংশ ৷ অৱশ্যে হাৰ দেওবাৰৰ তুলনাত সামান্য উন্নত ৷

দেওবাৰে মহকুমাটোত সংক্ৰমণৰ হাৰ আছিল ৩.৬৮ শতাংশ ৷ সোমবাৰৰ দিনা বোকাখাত মহকুমাত মুঠ ৮৩৭ জনৰ ৰেট পৰীক্ষা আৰু ১০ লোকৰ আৰ টি পি চি আৰ পৰীক্ষা কৰা হয় ৷ ইয়াৰ ৰেট পৰীক্ষাত ২৭ জনৰ আৰু আৰ টি পি চি আৰ পৰীক্ষাত ৩ জনৰ শৰীৰত সংক্ৰমণ ধৰা পৰে ৷

Apply Now

গোলাঘাট জিলাত উপায়ুক্ত হিচাবে মৃগেশ নাৰায়ন বৰুৱাই দায়িত্বভাৰ গ্ৰহণৰ পিছত ক’ভিড নিয়ন্ত্ৰণৰ সামুহিক পৰিকল্পনা কিছু সলনি হৈছে ৷ দায়িত্বভাৰ গ্ৰহণৰ পিচতেই জিলাখনৰ বোকাখাত, ধনশিৰি আৰু গোলাঘাটত আৰক্ষীৰ বিশেষ তহলৰ উপৰিও সোমবাৰৰ দিনা জিলাখনত ক’ভিডৰ প্ৰতিষেধক প্ৰদানৰ কাম ত্বৰান্বিত কৰিবৰ বাবে তেওঁ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে ৷

বোকাখাত মহকুমাত সোমাবাৰৰ দিনা মহকুমাটোৰ ২৩ টা কেন্দ্ৰত মুঠ ১০,৮৫০ জন লোকক প্ৰতিষেধক প্ৰদান কৰে মহকুমা স্বাস্থ্য বিভাগে ৷

ইফালে মহকুমাটোত দেশীয় সুৰাৰ বিৰুদ্ধেও অভিযান আৰম্ভ কৰিছে প্ৰশাসনে ৷ সুৰা ঘাটিবোৰ উচ্ছেদ অভিযানে মানুহৰ সমাগমতো প্ৰভাৱ পেলাইছে ৷

সোমবাৰৰ পৰা গোলাঘাট জিলাত গাখীৰ যোগান আৰু ফাৰ্মাচীৰ বাহিৰে সকলোবোৰ দোকান পোহাৰ দুদিনৰ বাবে বন্ধ কৰিবৰ বাবে জিলা উপায়ুক্তই নিৰ্দেশ জাৰি কৰিছে ৷

লগতে সংক্ৰমণ বৃদ্ধিৰ বাবে বোকাখাতৰ চাৰি নম্বৰ ৱাৰ্ডৰ পূব অংশত মাইক্ৰ’ কন্টেইনমেন্ট জ’ন হিচাপেও নিৰ্দেশ জাৰি কৰা হৈছে ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd